খাদ্যৰ পৰিষ্কৰণ


Chapter- 4


(১) জুলীয়া পদাৰ্থ পৰা কঠিন পদাৰ্থ জমা হোৱা প্ৰক্ৰিয়াটো হল ?

(ক) অৱক্ষেপণ

(খ) আস্ৰাৱণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অৱক্ষেপণ।


(২) ধানৰ পৰা পতান পৃথক কৰা পদ্ধতিটো হল ?

(ক) জৰা

(খ) মৰণা মৰা

(গ) চালন

উত্তৰঃ (ক) জৰা।


(৩) মিশ্ৰ কেই প্ৰকাৰ ?

(ক) ২

(খ) ৩

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়।


(৪) বাষ্পীভৱন প্ৰক্ৰিয়াৰে গোটা-জুলীয়া মিশ্ৰৰ পৰা জুলীয়া পদাৰ্থ পৃথক কৰিব পাৰি ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।


(৫) মিশ্ৰ তৈয়াৰ হোৱাত ব্যৱহাৰ হোৱা পদাৰ্থবোৰক মিশ্ৰৰ উপাদান বোলে। ?

(ক) হয়

(খ)নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।


(৬) গেছীয় পদাৰ্থক জুলীয়ালৈ পৰিৱৰ্তন কৰা পদ্ধতিটো হল ?

(ক) ঘনীভৱন

(খ) বাষ্পীভৱন

(গ) অৱক্ষেপণ

উত্তৰঃ (ক) ঘনীভৱন।


(৭) কি পদ্ধতিৰে পানী আৰু কঠিন অদ্ৰৱণীয় পদাৰ্থৰ মিশ্ৰৰ পৰা উপাদান দুবিধ পৃথক কৰিব ? পাৰি।

(ক) অৱক্ষেপণ

(খ) বাষ্পীভৱন

(গ) পৰিস্ৰাৱণ

উত্তৰঃ (গ) পৰিস্ৰাৱণ।


(৮) বাষ্পীভৱন প্ৰক্ৰিয়াৰে গোটা-জুলীয়া মিশ্ৰৰ পৰা জুলীয়া পদাৰ্থ পৃথক কৰিব পাৰি। ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।


(৯) কি পদ্ধতিৰে জুলীয়া আৰু ইয়াত দ্ৰৱীভূত নোহোৱা গধুৰ গোটা পদাৰ্থক পৃথক কৰিব ? পাৰি।

(ক) পৰিস্ৰাৱণ

(খ) আস্ৰাৱণ

(গ) ঘনাভৱন

উত্তৰঃ (খ) আস্ৰাৱণ।


(১০) দৈনন্দিন জীৱনৰ বিভিন্ন কামত মিশ্ৰ পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰা হয়। ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।


১১/ পানী কি পদাৰ্থ প্ৰক্ৰিয়া  ?

(ক) জুলীয়া পদাৰ্থ

(খ) কঠিন পদাৰ্থ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জুলীয়া পদাৰ্থ।


১২/ কঠিন পদাৰ্থৰ উদাহৰণ কি ?

(ক) পানী

(খ) নিমখ

(গ) মাটি

উত্তৰঃ (খ) নিমখ।


১৩/ ঘেঁহু বাকলি আৰু আটা কি পদ্ধতিত পৃথক কৰিব পাৰি ?

(ক) চালন পদ্ধতি

(খ) জৰা পদ্ধতি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চালন পদ্ধতি।


১৪/ চালাড এবিধ কি

(ক) মিশ্ৰ

(খ) কৃষি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মিশ্ৰ।


১৫/ মিশ্ৰটোত থকা প্ৰতিবিধ বস্তৱেই হল ?

(ক) কৃষি

(খ) উপাদান

(গ) শস্য়

উত্তৰঃ (খ) উপাদান।


১৬/ পানীৰ সৈতে বালি বা নিমখ মিহলালে মিশ্ৰ পোৱা যায় নে ?

(ক) যায়

(খ) নাযায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) যায়।


১৭/ পানীত বালি মিহলালে দ্ৰবীভূত হয়নে ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নহয়।


১৮/ ফিল্টাৰ কাগজৰ মাজেৰে পানী সৰকি যোৱা মাটি কণিকাবোৰক কি পদ্ধতি বোলা হয় ?

(ক) অৱক্ষেপণ

(খ) আস্ৰাৱণ

(গ) পৰিস্ৰাৱণ

উত্তৰঃ (গ) পৰিস্ৰাৱণ।


১৯/ সাগৰৰ পানী কি?

(ক) জুলীয়া

(খ) লুণীয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) লুণীয়া।


২০/ পানীত নিমখ মিহলালে দ্ৰৱীভূত হয়নে ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়