Chapter 12

আহোম যুগৰ সাজপাৰ



১) আদিম যুগৰ মানুহে বস্ত্ৰ হিচাপে কি পৰিধান কৰিছিল ?

(ক) সৌম বস্ত্ৰ

(খ) গছৰ চাল, পাত

(গ) মুগা ৰিহা

উত্তৰঃ (খ) গছৰ চাল, পাত।


২) সাজ-পুছাকৰদ্বাৰা এজন ব্য়ক্তিক কি কি প্ৰকাশ কৰে ?

(ক) ভদ্ৰ, নম্ৰ

(খ) ৰুচি- অভিৰুচি, ব্য়ক্তিত্বৰ

(গ) সজা,জ্ঞানি

উত্তৰঃ (খ) ৰুচি- অভিৰুচি, ব্য়ক্তিত্বৰ।


৩) কিহৰ মাজেৰে এটা জাতিৰ ছিনাকি প্ৰকাশ পোৱা যায় ?

(ক) আচাৰ-আচৰনৰ মাজেৰে

(খ) সাজ পাৰৰ মাজেৰে

(গ) সংস্কাৰ মাজেৰে

উত্তৰঃ (খ) সাজ পাৰৰ মাজেৰে।


৪) কোন দুখন গন্থত অসমীয়া মানুহৰ সাজ পাৰৰ বিষয়ে পুৱা যায় ?

(ক) শ্ৰীহৰ্ষচৰিত, কালিকা পুৰান

(খ) মহাভাৰত, ৰামায়ন

(গ) কোৰান, বাইবেল, জাতক

উত্তৰঃ (ক) শ্ৰীহৰ্ষচৰিত, কালিকা পুৰান।


৫) অসমৰ পুৰুষ সকলে অতিত কালৰে পৰা কি কি পৰিধান কৰে ?

(ক) গছৰ চাল

(খ) ধুতি, চোৰিয়া

(গ) চেলেং

উত্তৰঃ (খ) ধূতি, চোৰিয়া।


৬) অসমীয়া মহিলাৰ প্ৰধান সাজপাৰ কি কি ?

(ক) চাদৰ, মেখেলা, চেলেং

(খ) চাদৰ,গামোচা, চোৰিয়া

(গ) চাদৰ, মেখেলা

উত্তৰঃ (গ) চাদৰ, মেখেলা।


৭) কিহৰ বাবে অসমৰ নাম  গোতেই বিশ্বতে বিখ্য়াত হল ?

(ক) এৰি আৰু কপাহী কাপোৰৰ বাবে.

(খ) কাহঁ আৰু পিতলৰ বাবে

(গ) চাহৰ বাবে

উত্তৰঃ (ক) এৰি আৰু কপাহী কাপোৰৰ বাবে ?


৮) গাৱে ভুঞে প্ৰচলিত বিয়ানাম, বিহুনাম আদিত কাৰ সাজ পোচাকৰ বিৱৰন আছে ?

(ক) পুৰুষৰ

(খ) মহিলাৰ

(গ) পুৰুষ আৰু মহিলা উভয়ৰে

উত্তৰঃ (গ) পুৰুষ আৰু মহিলা উভয়ৰে।


৯) মুগা সূতা কৰ পৰা তৈৱাৰ কৰা হয় ?

(ক) মেছিনৰ পৰা

(খ) পলুৰ পৰা

(গ) গছৰ পাতৰ পৰা

উত্তৰঃ (খ) পলুৰ পৰা।


১০) পলুৰ খাদ্য় কি ?

(ক) ঘাহ

(খ) মাছ

(গ) গছৰ পাত

উত্তৰঃ (গ) গছৰ পাত।


১১) মন্দিৰলৈ গলে অসমীয়া মানুহে কি পৰি ধান কৰে ?

(ক) ধূতি, চেলেং, গামুচা

(খ) ধূতি, চাৰ্ত, গামুচা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ধূতি, চেলেং, গামুচা।


১২) সাধাৰনতে গামোচাৰ কি ৰংৰ হব লাগে ?

(ক) ৰঙা ৰঙৰ ফুলৰহব লাগে

(খ) বগা ৰঙৰ ফুলৰ হব লাগে

(গ) এটাও নহয়

উত্তৰঃ (ক) ৰঙা ৰঙৰ ফুলৰহব লাগে।


১৩) তাত শালত কাপোৰ বোৱা মহীলাক কি বোলা হয় ?

(ক) শিল্পি

(খ) শিপিনী

(গ) তাতৈ

উত্তৰঃ (খ) শিপিনী।


১৪) তাত শালত ব্য়ৱহাৰ হোৱা দুবিধ সজুলিৰ নাম ?

(ক) মাকু, মুহুৰা

(খ) চেৰেকি, মনিটৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মাকু, মুহুৰা।


১৫) আদিম যুগত মানুহে কত বাস কৰিছিল ?

(ক) গুহাত

(খ) অৰণ্য়ত

(গ) হাবিত

উত্তৰঃ (খ) অৰণ্য়ত।


১৬)কিহৰ মাজেৰে এটা জাতিৰ চিনাকী পুৱা যায় ?

(ক) কথা কোৱাৰ ধৰনৰ দ্বাৰা

(খ) সাজপাৰৰ পৰা

(গ) খোৱা খাদ্য়ৰ পৰা

উত্তৰঃ (খ) সাজপাৰৰ পৰা।


১৭) নাৰীৰ সাজ-পোছাকৰ বৰ্ণনা কত পোৱা যায় ?

(ক) প্ৰাক্-বৈষ্ণৱ যুগৰ সাপিত্য়ৰ ৰচনাত

(খ) মহা-ভাৰতত

(গ) ৰামায়ণত

উত্তৰঃ (ক) প্ৰাক্-বৈষ্ণৱ যুগৰ সাপিত্য়ৰ ৰচনাত।


১৮) উচ্চ শ্ৰেণীৰ মহিলা সকলে কলৈ মেখেলা পৰিধান কৰিছিল ?

(ক) ভৰিৰ সৰু গাঠিলৈ

(খ) আঠুৰ মুৰলৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ভৰিৰ সৰু গাঠিলৈ।


১৯)অনুষ্ঠানত অসমৰ থলুৱা বাসিন্দাসকলে নিজৰ কিহৰ বৈশিষ্ট্য় ৰক্ষাৈ কৰে ?

(ক) সাজপাৰৰ

(খ) নীতি নিয়মৰ

(গ) সংস্কাৰ

উত্তৰঃ (ক) সাজপাৰৰ।


২০) অসমীয়া সমাজত সকলোতকৈ আদৰৰ কাপোৰ বিধ কি ?

(ক) গামোচা

(খ) চেলেঙ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গামোচা।



Type: Pompi Hazarika