Chapter 12
আহোম যুগৰ সাজপাৰ
১) আদিম যুগৰ মানুহে বস্ত্ৰ হিচাপে কি পৰিধান কৰিছিল ?
(ক) সৌম বস্ত্ৰ
(খ) গছৰ চাল, পাত
(গ) মুগা ৰিহা
উত্তৰঃ (খ) গছৰ চাল, পাত।
২) সাজ-পুছাকৰদ্বাৰা এজন ব্য়ক্তিক কি কি প্ৰকাশ কৰে ?
(ক) ভদ্ৰ, নম্ৰ
(খ) ৰুচি- অভিৰুচি, ব্য়ক্তিত্বৰ
(গ) সজা,জ্ঞানি
উত্তৰঃ (খ) ৰুচি- অভিৰুচি, ব্য়ক্তিত্বৰ।
৩) কিহৰ মাজেৰে এটা জাতিৰ ছিনাকি প্ৰকাশ পোৱা যায় ?
(ক) আচাৰ-আচৰনৰ মাজেৰে
(খ) সাজ পাৰৰ মাজেৰে
(গ) সংস্কাৰ মাজেৰে
উত্তৰঃ (খ) সাজ পাৰৰ মাজেৰে।
৪) কোন দুখন গন্থত অসমীয়া মানুহৰ সাজ পাৰৰ বিষয়ে পুৱা যায় ?
(ক) শ্ৰীহৰ্ষচৰিত, কালিকা পুৰান
(খ) মহাভাৰত, ৰামায়ন
(গ) কোৰান, বাইবেল, জাতক
উত্তৰঃ (ক) শ্ৰীহৰ্ষচৰিত, কালিকা পুৰান।
৫) অসমৰ পুৰুষ সকলে অতিত কালৰে পৰা কি কি পৰিধান কৰে ?
(ক) গছৰ চাল
(খ) ধুতি, চোৰিয়া
(গ) চেলেং
উত্তৰঃ (খ) ধূতি, চোৰিয়া।
৬) অসমীয়া মহিলাৰ প্ৰধান সাজপাৰ কি কি ?
(ক) চাদৰ, মেখেলা, চেলেং
(খ) চাদৰ,গামোচা, চোৰিয়া
(গ) চাদৰ, মেখেলা
উত্তৰঃ (গ) চাদৰ, মেখেলা।
৭) কিহৰ বাবে অসমৰ নাম গোতেই বিশ্বতে বিখ্য়াত হল ?
(ক) এৰি আৰু কপাহী কাপোৰৰ বাবে.
(খ) কাহঁ আৰু পিতলৰ বাবে
(গ) চাহৰ বাবে
উত্তৰঃ (ক) এৰি আৰু কপাহী কাপোৰৰ বাবে ?
৮) গাৱে ভুঞে প্ৰচলিত বিয়ানাম, বিহুনাম আদিত কাৰ সাজ পোচাকৰ বিৱৰন আছে ?
(ক) পুৰুষৰ
(খ) মহিলাৰ
(গ) পুৰুষ আৰু মহিলা উভয়ৰে
উত্তৰঃ (গ) পুৰুষ আৰু মহিলা উভয়ৰে।
৯) মুগা সূতা কৰ পৰা তৈৱাৰ কৰা হয় ?
(ক) মেছিনৰ পৰা
(খ) পলুৰ পৰা
(গ) গছৰ পাতৰ পৰা
উত্তৰঃ (খ) পলুৰ পৰা।
১০) পলুৰ খাদ্য় কি ?
(ক) ঘাহ
(খ) মাছ
(গ) গছৰ পাত
উত্তৰঃ (গ) গছৰ পাত।
১১) মন্দিৰলৈ গলে অসমীয়া মানুহে কি পৰি ধান কৰে ?
(ক) ধূতি, চেলেং, গামুচা
(খ) ধূতি, চাৰ্ত, গামুচা
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) ধূতি, চেলেং, গামুচা।
১২) সাধাৰনতে গামোচাৰ কি ৰংৰ হব লাগে ?
(ক) ৰঙা ৰঙৰ ফুলৰহব লাগে
(খ) বগা ৰঙৰ ফুলৰ হব লাগে
(গ) এটাও নহয়
উত্তৰঃ (ক) ৰঙা ৰঙৰ ফুলৰহব লাগে।
১৩) তাত শালত কাপোৰ বোৱা মহীলাক কি বোলা হয় ?
(ক) শিল্পি
(খ) শিপিনী
(গ) তাতৈ
উত্তৰঃ (খ) শিপিনী।
১৪) তাত শালত ব্য়ৱহাৰ হোৱা দুবিধ সজুলিৰ নাম ?
(ক) মাকু, মুহুৰা
(খ) চেৰেকি, মনিটৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) মাকু, মুহুৰা।
১৫) আদিম যুগত মানুহে কত বাস কৰিছিল ?
(ক) গুহাত
(খ) অৰণ্য়ত
(গ) হাবিত
উত্তৰঃ (খ) অৰণ্য়ত।
১৬)কিহৰ মাজেৰে এটা জাতিৰ চিনাকী পুৱা যায় ?
(ক) কথা কোৱাৰ ধৰনৰ দ্বাৰা
(খ) সাজপাৰৰ পৰা
(গ) খোৱা খাদ্য়ৰ পৰা
উত্তৰঃ (খ) সাজপাৰৰ পৰা।
১৭) নাৰীৰ সাজ-পোছাকৰ বৰ্ণনা কত পোৱা যায় ?
(ক) প্ৰাক্-বৈষ্ণৱ যুগৰ সাপিত্য়ৰ ৰচনাত
(খ) মহা-ভাৰতত
(গ) ৰামায়ণত
উত্তৰঃ (ক) প্ৰাক্-বৈষ্ণৱ যুগৰ সাপিত্য়ৰ ৰচনাত।
১৮) উচ্চ শ্ৰেণীৰ মহিলা সকলে কলৈ মেখেলা পৰিধান কৰিছিল ?
(ক) ভৰিৰ সৰু গাঠিলৈ
(খ) আঠুৰ মুৰলৈ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) ভৰিৰ সৰু গাঠিলৈ।
১৯)অনুষ্ঠানত অসমৰ থলুৱা বাসিন্দাসকলে নিজৰ কিহৰ বৈশিষ্ট্য় ৰক্ষাৈ কৰে ?
(ক) সাজপাৰৰ
(খ) নীতি নিয়মৰ
(গ) সংস্কাৰ
উত্তৰঃ (ক) সাজপাৰৰ।
২০) অসমীয়া সমাজত সকলোতকৈ আদৰৰ কাপোৰ বিধ কি ?
(ক) গামোচা
(খ) চেলেঙ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) গামোচা।
Type: Pompi Hazarika