Chapter 3

অসমীয়া সংস্কৃতিৰ উন্নতিৰ কেইটিমান পৰ্যায়



১) প্ৰাচিন কালত বাট পথবোৰ কোনে আৰু কিয় নিৰ্মাণ কৰিছিল।

(ক) মানুহে নিৰ্মাণ কৰিছিল আৰু অহা যোৱাৰ বাবে

(খ) ৰজাই নিৰ্মান কৰিছিল আৰু বেপাৰৰ বাবে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মানুহে নিৰ্মাণ কৰিছিল আৰু অহা যোৱাৰ বাবে।


২) অসমৰলৈ অহা যোৱা কৰা  পথ এটা কত থকা বুলি উল্লেখ আছে ?

(ক) পশ্চিম ব্ৰহ্মপুত্ৰ আৰু গংগা উপত্য়কাৰ মাজেৰে

(খ) বৰাক নদিৰ পাৰে পাৰে

(গ) কাজিৰঙাৰ মাজেৰে দি

উত্তৰঃ (ক) পশ্চিম ব্ৰহ্মপুত্ৰ আৰু গংগা উপত্য়কাৰ মাজেৰে।


৩) ব্ৰহ্মপুত্ৰ আৰু গংগাৰ মাজেৰে দি কোনটো জনগোষ্টিৰ লোক অসমত প্ৰৱেশ কৰে ?

(ক) মঙ্গোলিয় গোষ্ঠি

(খ) ককেছিয় গোষ্ঠি

(গ) নিগোইদ গোষ্ঠি

উত্তৰঃ (খ) ককেছিয় গোষ্ঠি।


৪) তিব্বত, নেপাল, ভূটানৰপৰা অসমলৈকে অহা পথটো নাম কি?

(ক) পৰ্বতিয়া পথ

(খ) নগৰিয়া পথ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়।


৫) কোনটো দিশত গিৰিপথ আছে?

(ক) উত্তৰ দিশত

(খ) পূব দিশত

(গ) ওপৰৰ দূয়োটা

উত্তৰঃ (ক) উত্তৰ দিশত।


৬)  তিব্বত, নেপাল আৰু ভূটান কোন দিশত আছে ?

(ক) উত্তৰ দিশত

(খ) পূব দিশত

(গ) ওপৰৰ দূয়োটা

উত্তৰঃ (ক) উত্তৰ দিশত।


৭) অসমৰ কোনটো দিশত পাটকাই পৰ্বত আছে ?

(ক) উত্তৰ-পূবত

(খ) দক্ষিন-পশ্চিমত

(গ) উত্তৰত

উত্তৰঃ (ক) উত্তৰ-পূবত।


৮) মঙ্গোলিয় জনগোষ্ঠিৰ লোকসকল কিহৰ মাজেৰে আহিছিল ?

(ক) গোহাৰ মাজেৰেদি আহিছিল

(খ) পৰ্বতৰ মাজেৰেদি আহিছিল

(গ) ব্ৰহ্মদেশৰ মাজেৰেদি আহিছিল

উত্তৰঃ (খ) পৰ্বতৰ মাজেৰেদি আহিছিল।


৯) অসমত সাংস্কৃতিক ভাবে শক্তিশালি হগৈ উঠা জন গোষ্ঠিটো হল____ ?

(ক) তিব্বতবাৰ্মী

(খ) কাৰ্বি সকল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) তিব্বতবাৰ্মী।


১০) বংগৰ শাসক মহম্মদে বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমন কৰিছিল ?

(ক) ১২০৫-৬ খ্ৰি.ত

(খ) ১২০০-৬খ্ৰি.ত

(গ) ১২৯০-৬খ্ৰি.ত

উত্তৰঃ (ক) ১২০৫-৬ খ্ৰি.ত।


১১) ১২০৫-৬খ্ৰি.তৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?

(ক) পৃথু

(খ) ড০ হিমন্তৰ বিশ্ব শৰ্মা

(গ) এটাও নহয়

উত্তৰঃ (ক) পৃথু।


১২) অসমত কোনে একেলগে ছশ বছৰ ৰাজত্ব কৰে ?

(ক) আহোমে

(খ) ব্ৰিটিছে

(গ) পতুৰ্গিজ

উত্তৰঃ (ক) আহোমে।


১৩) শ্ৰীমন্তৰ শংকৰ দেৱৰ আবি্ৰ ভাৱ কেতিয়া হয় ?

(ক) আহোম ৰাজবংশৰ শাসনকালৰ মাজভাগৰ পঞ্চদশ শতিকাৰ মাজভাগত

(খ) ব্ৰিটিছে ৰাজত্বৰ মাজভাগত ১৫৪৩ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আহোম ৰাজবংশৰ শাসনকালৰ মাজভাগৰ পঞ্চদশ শতিকাৰ মাজভাগত।


১৪) শংকৰ দেৱৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৪৪৯

(খ) ১৪৪৪

(গ) ১৪৫৪

উত্তৰঃ (ক) ১৪৪৯।


১৫) শংকৰ দেৱৰ জন্ম কত হৈছিল ?

(ক) গুৱাহাতী

(খ) নগাওঁ

(গ) মৰিগাওঁ

উত্তৰঃ (খ) নগাওঁ।


১৬) ১৮২৬ চনৰ সন্ধিক কি সন্ধি বোলা হয় ?

(ক) ইয়ান্দাবু সন্ধি

(খ) নৰ সন্ধি

(গ) এটাও নহয়

উত্তৰঃ (ক) ইয়ান্দাবু সন্ধি।


১৭) সংস্কৃতিৰ মূল চৰিত কি ?

(ক) গতিশীলতা

(খ) শক্তি শীলতা

(গ) ধজ্য় শীলতা

উত্তৰঃ (ক) গতিশীলতা।


১৮) আহোমৰ এজন ৰজাৰ নাম ?

(ক) গৌৰিসিংহ

(খ) নৰনাৰায়ন

(গ) হিমন্তৰ বিশ্ব শৰমা ( মামা)

উত্তৰঃ (ক) গৌৰিসিংহ।


১৯) অসমৰ প্ৰধান নদী কেইখন?

(ক) ১ খন

(খ) ৩ খন

(গ) ২ খন

উত্তৰঃ (গ) ২ খন।  



Type: Pompi Hazarika