Chapter-4
আহোম ৰাজ্য়ৰ শাসন ব্য়ৱস্থা
১) ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ?
(ক) ১৯৪৭ চনত
(খ) ২০২২ চনত
(গ) ১৮২৬ চনত
উত্তৰঃ (গ) ১৮২৬ চনত।
২) আহোম শাসন ব্য়ৱস্থাত মূখ্য় শাসক কোন ?
(ক) ৰজাৰ পত্নি
(খ) ৰজাৰ ভনী
(গ) ৰাজ কোমাৰৰ পিতৃ
উত্তৰঃ (গ) ৰাজ কোমাৰৰ পিতৃ।
৩) ৰাজ্য়ৰ আইন কাৰ মতে চলে ?
(ক) সংবিধানৰ মতে
(খ) পজাৰ মতে
(গ) ৰজাৰ মতে
উত্তৰঃ (গ) ৰজাৰ মতে।
৪) আহোম সকলক কাৰ বংশধৰ বুলি কোৱা হয় ?
(ক) ব্ৰহ্মাৰ বংশধৰ
(খ) ইন্দ্ৰৰ বংশধৰ
(গ) মহাদেৱৰ বংশধৰ
উত্তৰঃ (খ) ইন্দ্ৰৰ বংশধৰ।
৫) ৰজাৰ কি হলে পতা-মন্তিসকলে সমতা হেৰুৱাবলগা হৈছিল ?
(ক) ৰজা সুখি হলে
(খ) ৰজা দুখি হলে
(গ) ৰজা অসন্তুষ্ট হলে
উত্তৰঃ (গ) ৰজা অসন্তুষ্ট হলে।
৬) কোন চনত আহোমৰ শাসন ব্য়ৱস্থা অন্ত পৰে ?
(ক) ১৮২৬ চনত
(খ) ১৮১৬ চনত
(গ) ১৮১৭ চনত
উত্তৰঃ (ক) ১৮২৬ চনত।
৭) ৰজাৰ মৃত্যু হলে কোনে ৰজাৰ সিংহাখনত বহে ?
(ক) ৰজাৰ ডাঙৰ পুতেকে
(খ) ৰজাৰ ডাঙৰ জীয়ৰি
(গ) ৰজাৰ পিতৃ
উত্তৰঃ (ক) ৰজাৰ ডাঙৰ পুতেকে।
৮) শিৱ সিংহ কেইজন ভায়েক আছিল ?
(ক) ১ জন
(খ) ২ জন
(গ) ৩জন
উত্তৰঃ (গ) ৩জন।
৯) চু মানে কি
(ক) শয়াল
(খ) বান্দৰ
(গ) বাঘ
উত্তৰঃ (গ) বাঘ।
১০) কা মানে কি ?
(ক) যোৱা
(খ) অহা
(গ) নহা
উত্তৰঃ (খ) অহা।
১১) ফা মানে কি ?
(ক) স্বৰ্গ
(খ) মাতি
(গ) পাতাল
উত্তৰঃ (ক) স্বৰ্গ।
১২) চুকাফা মানে কি ?
(ক) স্বৰ্গ পৰা অহা বাঘ
(খ) পাতালৰ পৰা অহগা বাঘ
(গ) স্বৰ্গৰ পৰা অহা শিয়াল
উত্তৰঃ (ক) স্বৰ্গ পৰা অহা বাঘ।
১৩) মুং মানে হৈছে ?
(ক) ৰাজ্য়
(খ) দেশ
(গ) জিলা
উত্তৰঃ (খ) দেশ।
১৪) চুহুংমুং মানে হৈছে ?
(ক) বিখ্য়াত দেশৰ বাঘ
(খ) বিখাত ৰাজ্য়ৰ বাঘ
(গ) বিখ্য়াত জিলাৰ বাঘ
উত্তৰঃ (ক) বিখ্য়াত দেশৰ বাঘ।
১৫) এট জাতিৰ মূৰব্বী জনক কি বুলি কোৱা হয় ?
(ক) মুখিয়াল
(খ) মন্তি
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) মুখিয়াল।
১৬) আহোমৰ ৰাজ ধানি কত আছিল ?
(ক) ৰংপুৰ
(খ) উদয়পুৰ
(গ) গান্ধিনগৰ
উত্তৰঃ (ক) ৰংপুৰ।
১৭) পচা শব্দৰ অৰ্থ কি ?
(ক) আনন্দ
(খ) দুখ
(গ) বৰঙণি
উত্তৰঃ (গ) বৰঙণি।
Type: Pompi Hazarika