Chapter-6

অসমৰ মঠ-মন্দিৰ, ঘৰ-দুৱাৰ আৰু ৰাজকাৰেং



১) স্থাপত্য়- ভাস্কৰ্যসমুহক প্ৰধান কৈ কেইতা ভাগত ভগাব পৰি ?

(ক) ৫ টা

(খ) ৭৮৯০৯টা

(গ) ৫৬৪টা

উত্তৰঃ (ক) ৫ টা।


২) স্থাপত্য় আৰু ভাস্কয্য়  সমোহ কি কি ?

(ক) পুথুৰি, মৈদাম, ৰাজকাৰেং,

(খ) তাজমহল

(গ) লালকিল্লা

উত্তৰঃ (ক) পুথুৰি, মৈদাম, ৰাজকাৰেং,।


৩) শোণিতপুৰ ৰজা কোন আছিল ?

(ক) বান ৰজা

(খ) আকবৰ ৰজা

(গ) ভগদত্ত ৰজা

উত্তৰঃ (ক) বান ৰজা।


৪) বান ৰজাই কি কি মঠ-মন্দিৰ সজাইছিল ?

(ক) অগ্নিগড়, মহাভৈৰৱ মন্দিৰ

(খ) শিৱদৌল, দেবীদৌল

(গ) কামাখ্য়া মন্দিৰ

উত্তৰঃ (ক) অগ্নিগড়, মহাভৈৰৱ মন্দিৰ।


৫) নীলাচল পাহাৰৰ উত্তৰত এটা কিহৰ মন্দিৰ থকা বুলি ভৱা হৈছে ?

(ক) কামাখ্য়া মন্দিৰ

(খ) দুৰগা দেবীৰ মন্দিৰ

(গ) গুহা মন্দিৰ

উত্তৰঃ (গ) গুহা মন্দিৰ।


৬) তেজপুৰত থকা ‘দ-পৰ্বতীয়াৰ শিলৰ তোৰণ’ কি শৈলিৰ এক উদাহৰণ ?

(ক) গুপ্তশৈলী

(খ) স্থাপত্য় শৈলী

(গ) ভাস্কৰ্য্য় শৈলী

উত্তৰঃ (ক) গুপ্তশৈলী।


৭) কামাখ্য়া মন্দিৰ কোচ ৰজাৰ লগতে কাৰ মূৰ্তি দেখা যায় ?

(ক) লাচিত

(খ) চক্ৰধজ সিংহ

(গ) চিলাৰায়ৰ

উত্তৰঃ (গ) চিলাৰায়ৰ


৮) কামাখ্য়া মন্দিৰৰ পুনৰ নিৰ্মাণৰ দায়্ত্ব কাৰ ওপৰত পৰিছিল ?

(ক) মেঘমুকদুমৰ ওপৰত

(খ) ভাস্কৰ ওপৰত

(গ) ৰিতুমনিৰ ওপৰত

উত্তৰঃ (ক) মেঘমুকদুমৰ ওপৰত।


৯) কাৰ নেতৃত্বত বৰ্তমানৰ নীলাচল পাহাৰত থকা কামাখ্য়া মন্দিৰ পুননিৰ্মাণ হয় ?

(ক) ৰজা ৰঘুনাথৰ

(খ) ৰজা ৰঘুদেবৰ

(গ) ৰজা চুকাফাৰ

উত্তৰঃ (খ) ৰজা ৰঘুদেবৰ।


১০) ৰজা ৰঘুদেবে কাৰ নেতৃত্বত  হয়গ্ৰিব মাধৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰে ?

(ক) শ্ৰীধৰৰ লগত

(খ) নৰনাৰায়নৰ লগত

(গ) লাচিতৰ লগত

উত্তৰঃ (ক) শ্ৰীধৰৰ লগত।


১১) শ্ৰীধৰ কোন আছিল ?

(ক) ৰজা

(খ) বিষয়া

(গ) গুৰু

উত্তৰঃ (খ) বিষয়া।


১২) ৰঘুদেৱৰ কথা কি লিপিৰে লিখা আছে ?

(ক) তাৰ্ম লিপিৰে

(খ) শিলালিপিৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) শিলালিপিৰে।


১৩) নীলাচল পাহাৰৰ পশ্চিমত কি নদি আছে ?

(ক) বৰাক নদি

(খ) ব্ৰহ্মপুত্ৰ নদি

(গ) কাবেৰি নদি

উত্তৰঃ (খ) ব্ৰহ্মপুত্ৰ নদি।


১৪) স্বৰ্গদেউ চুচেনফাৰ ৰাজত্বকালত জামুগুৰিত কি মন্দিৰ নিৰ্মাণ কৰাইছিল ?

(ক) শংকৰ মন্দিৰ

(খ) নাগশংকৰ মন্দিৰ

(গ) ৰঘুপতিৰ মন্দিৰ

উত্তৰঃ (খ) নাগশংকৰ মন্দিৰ।


১৫) স্বৰ্গদেউ চুচেনফাই কিমান বছৰ ৰাজত্ব কৰিছিল ?

(ক) ৪৮ বছৰ

(খ) ৪৯ বছৰ

(গ) ৫০ বছৰ

উত্তৰঃ (খ) ৪৯ বছৰ।


১৬) স্বৰ্গদেউ চুচেনফাই কিমান চনৰ পৰা কিমান চনৰলৈ ৰাজত্ব কৰিছিল ?

(ক) ১৪৩৯ ৰ পৰা ১৪৮৭ লৈ

(খ) ১৪৩৯ ৰ পৰা ১৪৮৮ লৈ

(গ) ১৪৩৯ ৰ পৰা ১৪৮৯ লৈ

উত্তৰঃ ১৪৩৯ ৰ পৰা ১৪৮৮ লৈ।


১৭) শংকৰ দেৱৰ আগৰ সময়ছোৱাত আহোম সকল প্ৰধানত কাৰ উপাসক আছিল ?

(ক) বিষ্ণুৰ উপাসক

(খ) শৈৱৰ উপাসক(শৈৱ মানে শিৱ)

(গ) আল্লাৰ উপাসক

উত্তৰঃ (খ) শৈৱৰ উপাসক(শৈৱ মানে শিৱ)।


১৮) আহোমৰ ভাষাত শিৱক কি বোলা হৈছিল ?

(ক) লালুক

(খ) লাংকুৰি

(গ) ভলা

উত্তৰঃ (খ) লাংকুৰি।


১৯) জয়দৌলৰ আন এটা নাম কি ?

(ক) শ্ৰীবিষ্ণুৰায় কেশৱদৌল

(খ) শ্ৰীকেশৱৰাৈয় বিষ্ণুদৌল

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) শ্ৰীকেশৱৰাৈয় বিষ্ণুদৌল।


২০) শিৱদৌল কোনে আৰু কাৰ নিৰ্দেশত নিৰ্মান কৰিছিল ?

(ক) ৰাণী অম্বিকাই শিৱ সিংহৰ ৰ্নিদেশত

(খ) শিৱ সিংহয় ৰাণী অম্ৱিকাৰ নিৰ্দেশত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৰাণী অম্বিকাই শিৱ সিংহৰ ৰ্নিদেশত।



Type: Pompi Hazarika