Chapter 7
অসমৰ ৰাস্তা-ঘাট, আলি-পদূলি, দলং, সাঁকো
১) নগা আলি কৰ পৰা ক'লৈ যাব পৰি ?
(ক) নামদাঙ শিলৰ সাঁকোৰ পৰা নগা পাহাৰলৈ
(খ) বৰঙাবাৰী পৰা মৰিগাওঁৰলৈ
(গ) নগা পাহাৰৰ পৰা দিশৌনদিলৈ
উত্তৰঃ (ক) নামদাঙ শিলৰ সাঁকোৰ পৰা নগা পাহাৰলৈ।
২) শলগুৰি আলি কোনে নিৰ্মান কৰাইছিল ?
(ক) ৰুদ্ৰ সিংহই
(খ) চুকাফাই
(গ) গৌৰিনাথ সিংহই
উত্তৰঃ (খ) চুকাফাই।
৩) ধোদৰ আলি কোনে নিৰ্মাণ কৰাইছিল ?
(ক) গদাধ সিংহই
(খ) ৰুদ্ৰ সিংহই
(গ) গৌৰিনাথ সিংহই
উত্তৰঃ (ক) গদাধ সিংহই।
৪) ধোদৰ আলি নিৰ্মাণ কৰা কৰ্মচাৰি সকল কোন ?
(ক) লাচিতৰ সৈন্য়
(খ) ৰাজ্য়ৰ ধোদসকল
(গ) ৰাজ্য়ৰ ধোদ মহিলাসকল
উত্তৰঃ (খ) ৰাজ্য়ৰ ধোদসকল।
৫) চেউনি আলি কৰ পৰা কলৈ আছে ?
(ক) কমাৰগাঁওৰ পৰা চামগুৰিলৈ
(খ) জয় শাগৰ পুখপৰি পৰা জয় দৌলৰ লৈ
(গ) মৰিগাওঁৰ পৰা গুৱাহাটীলৈ
উত্তৰঃ (ক) কমাৰগাঁওৰ পৰা চামগুৰিলৈ।
৬) অতিতৰ বৰবৰুৱা আলি বতমানৰ কি পথ নামেৰে জনা যায় ?
(ক) বৰ্তমানৰ 37 ৰাষ্ট্ৰীয় ঘাইপথ
(খ) বৰ্তমানৰ 38 ৰাষ্ট্ৰীয় ঘাইপথ
(গ) বৰ্তমানৰ ১৫ ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰঃ (ক)বৰ্তমানৰ 37 ৰাষ্ট্ৰীয় ঘাইপথ
৭) মেটেকা আলকৰ পৰা কলৈ আছে ?
(ক) ৰংপুৰ পৰা গড়গাওলৈ
(খ) ৰংপুৰ পৰা মনখালৈ
(গ) শৰায়ঘাতৰ পৰা কোদাৰনাথৰলৈ
উত্তৰঃ (ক) ৰংপুৰ পৰা গড়গাওলৈ।
৮) খৰিকটিয়া আলি কিয় নিৰ্মাণ কৰি ছিল ?
(ক) খৰি কাটিবলৈ
(খ) খৰি ৰক্ষাৰ বাবে
(গ) খৰি বিক্ৰি কৰিবলৈ
উত্তৰঃ (ক) খৰি কাটিবলৈ।
৯) জয় সাগৰ পুখুৰি কাৰ স্মিটিত খান্দিছিল ?
(ক) জয়মতিৰ স্মিতিত
(খ) জয়ৰামৰ স্মিতিত
(গ) ওপৰৰ দুয়োজনৰ স্মিতিত
উত্তৰঃ (ক) জয়মতিৰ স্মিতিত।
১০) বিবুধি গড় কোনে সজাইছিল ?
(ক) লাচিতে
(খ) মোগলে
(গ) আহোমে
উত্তৰঃ (গ) আহোমে।
১১) নামদাঙৰ শিলৰ সাঁকো খন কোনটো ৰাষ্টিয় ঘায়পথত অন্তগত হয় ?
(ক) 37 পথত
(খ) 38 পথত
(গ) 39 পথত
উত্তৰঃ (ক) 37 পথত।
১২) নামদংৰ দৈঘ্য় কিমান ?
(ক) 59 মিটাৰ
(খ) 60 মিটাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) 60 মিটাৰ।
১৩) ৰহদৈ আলি কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল ?
(ক) ৰহদৈ নামৰ এগৰাকি লিগিৰী স্মৃতিত
(খ) ৰহদৈ নামৰ এগৰাকি চাকৰৰ স্মৃতিত
(গ) এটাও নহয়
উত্তৰঃ (ক) ৰহদৈ নামৰ এগৰাকী লিগিৰী স্মৃতিত।
১৪) শিমলু গুড়িত ধোদৰ আলিৰপৰা নগা পাহাৰলৈ থকা আলিটো নাম কি ?
(ক) ৰমলা আলি
(খ) ৰজডাৰ আলি
(গ) ৰমণী আলি
উত্তৰঃ (গ) ৰমণী আলি।
১৫) ‘ন আলি’ কৰ পৰা কলৈ বৰ্তমানে ব্য়ৱহৃত হয় আছে ?
(ক) যোৰহাটৰপৰা গুৱাহাটিলৈ
(খ) যোৰহাটৰপৰা তিতাবৰলৈ
(গ) যোৰহাটৰপৰা নগাওঁ লৈ
উত্তৰঃ (খ) যোৰহাটৰপৰা তিতাবৰলৈ।
১৬) কমাৰবন্ধা আলি কৰ পৰা কলৈ প্ৰসাৰিত ?
(ক) যোৰহাটৰ পৰা কাছাৰী হাটলৈ
(খ) নগাওঁৰ পৰা শিৱসাগৰলৈ
(গ) ৰংপুৰ পৰা গড়গাওঁলৈ
উত্তৰঃ (ক) যোৰহাটৰ পৰা কাছাৰী হাটলৈ।
১৭) শিৱসাগৰ নগৰৰপৰা কোৱৰপুৰলৈ থকা আলিটো নাম কি ?
(ক) ধাই আলি
(খ) বৰফুকন আলি
(গ) নামতি আলি
উত্তৰঃ (ক) ধাই আলি।
১৮) ৰজাক সুৰক্ষা দিবৰ বাবে সজা গড় বোৰ বৰ্তমান কি বিচাবে ব্য়ৱহৃত হৈছে ?
(ক) মাঠাউৰি
(খ) আলি বাট
(গ) ৰাষ্ট্ৰীয় উদ্য়ানৰ আলি
উত্তৰঃ (খ) আলি বাট।
১৯) নামদাং শিলৰ সাকো কোন ৰজাৰ দিনত নিৰ্মাণ হৈছিল ?
(ক) স্বৰ্গদেউ গৌৰিনাথ সিংহ
(খ) স্বৰ্গদেউ ৰুদ্ৰ সিংহ
(গ) স্বৰ্গদেউ চুক্লান্ফা
উত্তৰঃ (খ) স্বৰ্গদেউ ৰুদ্ৰ সিংহ।
২০) নামদাং শিলৰ সাকো কোন নদীৰ ওপৰৰত আছে ?
(ক) ব্ৰহ্মপুত্ৰ নদী
(খ) বৰাক নদী
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ) ওপৰৰ এটাও নহয়।
Type: Pompi Hazarika
0 Comments