বৰগীত
Chapter 1
1. যশোৱা মাৱে কাক বাৰে বাৰে মাতিছে?
(ক) বাপু চন্দ্ৰবনক
(খ) কৃষ্ণক
(গ) মাধৱ
উত্তৰ- (ক) বাপু চন্দ্ৰবনক ।
2. যশোদাই কৃষ্ণক লগত কি কি লৈ গৰু চৰাবলৈ যাবলৈ কৈছিল?
(ক) পেঁপা
(খ) দৈ , গাখীৰ, ঘিঁউ, ভাত-আঞ্জা, এছাৰি, শিঙা, বেত আৰু বেণু
(গ) নাঙল
উত্তৰ- (খ) দৈ , গাখীৰ, ঘিঁউ, ভাত-আঞ্জা, এছাৰি, শিঙা, বেত আৰু বেণু ।
3.চন্দ্ৰ শব্দ অৰ্থ কি?
(ক) চন্দ্ৰমা
(খ) চন্দ্ৰানী
(গ) চন্দ্ৰৰ দৰে উজ্জ্বল
উত্তৰ- (ক) চন্দ্ৰমা ।
4. কবি মাধৱদেৱে কাৰ বাহিৰে এই সংসাৰত আন কোনো ত্ৰাণকৰ্তা নাই বুলি কৈছে?
(ক) ভগৱানৰ বাহিৰে
(খ) লীলা প্ৰকাশ কৰা হৰিৰ বাহিৰে
(গ) শিশু লীলা বাহিৰে
উত্তৰ- (ক) ভগৱানৰ বাহিৰে ।
5.কোকিল শব্দ অৰ্থ কি?
(ক) কুলি
(খ) কুঁৱলি
(গ) কুল কুল
উত্তৰ- (খ) কুঁৱলি ।
6.সংগতি শব্দ অৰ্থ কি?
(ক) অসংগতি
(খ) লগৰীয়া
(গ) বন্ধু
উত্তৰ- (খ) লগৰীয়া
7. মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য় কোন?
(ক) মাধৱদেৱ
(খ) গোবিন্দগিৰী
(গ) বিষ্ণ প্ৰসাদ
উত্তৰ- (ক) মাধৱদেৱ ।
8. ডাকে শব্দ অৰ্থ কি?
(ক) নাডাকে
(খ) মাতে
(গ) নামাতে
উত্তৰ- (খ) মাতে ।
9. লহু লহু শব্দ অৰ্থ কি?
(ক) বেগাই
(খ) অলহু লহু
(গ) ধীৰে ধীৰে
উত্তৰ- (গ) ধীৰে ধীৰে ।
10. নাশি শব্দ অৰ্থ কি?
(ক) নষ্ট কৰি
(খ) অনাশি
(গ) নাশিকা
উত্তৰ- (ক) নষ্ট কৰি ।
11. পাঞ্চনী শব্দ অৰ্থ কি?
(ক) এছাৰি
(খ) গৰু খেদা মাৰি
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
12. তিমিৰ শব্দ অৰ্থ কি?
(ক) পোহৰ
(খ) আন্ধাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) আন্ধাৰ ।
13. লেহু শব্দ অৰ্থ কি?
(ক) লোৱা
(খ) লৈ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) লৈ ।
14. পৰশন শব্দ অৰ্থ কি?
(ক) স্পৰ্শন
(খ) স্পৰ্শ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
15. ৰাৱ শব্দ অৰ্থ কি?
(ক) শব্দ
(খ) অৰ্থ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
16. বয়ন শব্দ অৰ্থ কি?
(ক) বোৱা
(খ) মুখ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) মুখ ।
17. চান্দ শব্দ অৰ্থ কি
(ক) চন্দ্ৰ
(খ) চন্দ্ৰৰ দৰে উজ্জ্বল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) চন্দ্ৰৰ দৰে উজ্জ্বল ।
18. শ্ৰী শ্ৰী মাধৱদেৱে কেই কুৰি গীত ৰচিছিল?
(ক) নকুৰি
(খ) দুকুৰি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) নকুৰি ।
19. ়মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম কি?
(ক) গোবিন্দগিৰী ভৃঞা
(খ) ৰবিন্দ নাথ বৰুৱা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) গোবিন্দগিৰী ভৃঞা ।
20. মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ মাতৃৰনাম কি ?
(ক) মনোৰমা
(খ) ৰীমা
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) মনোৰমা ।