বৰগীত

Chapter 1

 1. যশোৱা মাৱে কাক বাৰে বাৰে মাতিছে?

(ক) বাপু চন্দ্ৰবনক

(খ) কৃষ্ণক

(গ) মাধৱ

উত্তৰ- (ক) বাপু চন্দ্ৰবনক ।


2. যশোদাই কৃষ্ণক লগত কি কি  লৈ গৰু চৰাবলৈ যাবলৈ কৈছিল?

(ক) পেঁপা

(খ) দৈ , গাখীৰ, ঘিঁউ, ভাত-আঞ্জা, এছাৰি, শিঙা, বেত আৰু বেণু

(গ) নাঙল

উত্তৰ- (খ) দৈ , গাখীৰ, ঘিঁউ, ভাত-আঞ্জা, এছাৰি, শিঙা, বেত আৰু বেণু ।


3.চন্দ্ৰ শব্দ অৰ্থ কি?

(ক) চন্দ্ৰমা

(খ) চন্দ্ৰানী

(গ) চন্দ্ৰৰ দৰে উজ্জ্বল

উত্তৰ- (ক) চন্দ্ৰমা ।


4. কবি মাধৱদেৱে কাৰ বাহিৰে এই সংসাৰত আন কোনো ত্ৰাণকৰ্তা নাই বুলি কৈছে?

(ক) ভগৱানৰ বাহিৰে

(খ) লীলা প্ৰকাশ কৰা হৰিৰ বাহিৰে

(গ) শিশু লীলা বাহিৰে

উত্তৰ- (ক) ভগৱানৰ বাহিৰে ।


5.কোকিল শব্দ অৰ্থ কি?

(ক) কুলি

(খ) কুঁৱলি

(গ) কুল কুল

উত্তৰ- (খ) কুঁৱলি ।


6.সংগতি শব্দ অৰ্থ কি?

(ক) অসংগতি

(খ) লগৰীয়া

(গ) বন্ধু

উত্তৰ- (খ) লগৰীয়া 


7. মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য় কোন?

(ক) মাধৱদেৱ

(খ) গোবিন্দগিৰী

(গ) বিষ্ণ প্ৰসাদ

উত্তৰ- (ক) মাধৱদেৱ ।


8. ডাকে শব্দ অৰ্থ কি?

(ক) নাডাকে

(খ) মাতে

(গ) নামাতে

উত্তৰ- (খ) মাতে ।


9. লহু লহু শব্দ অৰ্থ কি?

(ক) বেগাই

(খ) অলহু লহু

(গ) ধীৰে ধীৰে

উত্তৰ- (গ) ধীৰে ধীৰে ।


10. নাশি শব্দ অৰ্থ কি?

(ক) নষ্ট কৰি

(খ) অনাশি

(গ) নাশিকা

উত্তৰ- (ক) নষ্ট কৰি ।


11. পাঞ্চনী শব্দ অৰ্থ কি?

(ক) এছাৰি

(খ) গৰু খেদা মাৰি

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।


12. তিমিৰ শব্দ অৰ্থ কি?

(ক) পোহৰ

(খ) আন্ধাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) আন্ধাৰ ।


13. লেহু শব্দ অৰ্থ কি? 

(ক) লোৱা

(খ) লৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) লৈ ।


14. পৰশন শব্দ অৰ্থ কি?

(ক) স্পৰ্শন

(খ) স্পৰ্শ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।


15. ৰাৱ শব্দ অৰ্থ কি? 

(ক) শব্দ

(খ) অৰ্থ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।


16. বয়ন শব্দ অৰ্থ কি?

(ক) বোৱা

(খ) মুখ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মুখ ।


17. চান্দ শব্দ অৰ্থ কি

(ক) চন্দ্ৰ

(খ) চন্দ্ৰৰ দৰে উজ্জ্বল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) চন্দ্ৰৰ দৰে উজ্জ্বল ।


18. শ্ৰী শ্ৰী মাধৱদেৱে কেই কুৰি গীত ৰচিছিল?

(ক) নকুৰি

(খ) দুকুৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নকুৰি ।


19. ়মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম কি?

(ক) গোবিন্দগিৰী ভৃঞা

(খ) ৰবিন্দ নাথ বৰুৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) গোবিন্দগিৰী ভৃঞা ।


20. মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ মাতৃৰনাম কি ?

(ক) মনোৰমা

(খ) ৰীমা

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) মনোৰমা ।