1. অসমীয়াৰ কি ইতিহাস বৈচিত্ৰ্য়পুৰ্ণ?
(ক) শিশু-সাহিত্য়ৰ
(খ) অখুদ ককাইদেউ
(গ) সপোন ককা
উত্তৰ- (ক) শিশু-সাহিত্য়ৰ ।
2. কোনে ৰং-ধেমালি কৰোঁতে সমনীয়াৰ লগত ধেমালী-গীত বা ওমলা-গীত গায়?
(ক) জন্তুবোৰে
(খ) পক্ষীবোৰে
(গ) ল’ৰা-ছোৱালীয়ে
উত্তৰ- (গ) ল’ৰা-ছোৱালীয়ে ।
3. কি ভাষাৰ চলন্তি থকা সাঁথৰসমূহো অসমৰ শিশুসকলৰ বাবে ৰসৰ হৰঘৰা?
(ক) ইংৰাজী ভাষাৰ
(খ) হিন্দী ভাষাৰ
(গ) অসমীয়া ভাষাৰ
উত্তৰ- (গ) অসমীয়া ভাষাৰ ।
4. কি অসমীয়া মৌখিক শিশু-সাহিত্য়ৰ এক গুৰুত্বপূৰ্ণ অংগ?
(ক) সাঁথৰসমূহ
(খ) নাটসমূহ
(গ) ভাওনাসমূহ
উত্তৰ- (ক) সাঁথৰসমূহ ।
5. অসমীয়া সাহিত্য়ৰ কি যুগতো শিশুৰ মনৰ খোৰাক হ’ব পৰা সাহিত্য় সৃষ্টি হৈছিল?
(ক) কলি যুগতো
(খ) বৈষ্ণৱ যুগতো
(গ) সত্য় যুগতো
উত্তৰ- (খ) বৈষ্ণৱ যুগতো ।
6. শ্ৰীধৰ কন্দলিৰ কাণখোৱা নামৰ পুথিখনি কি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে?
(ক) ইংৰাজী গীতৰ
(খ) হিন্দী গীতৰ
(গ) নিচুকনি গীতৰ
উত্তৰ- (গ) নিচুকনি গীতৰ ।
7. ইয়াৰ উপৰি এই যুগত কি ভালেমান ৰচনা সৃষ্টি হৈছিল?
(ক) গীত
(খ) নাম
(গ) শিশুকেন্দ্ৰিক
উত্তৰ- (গ) শিশুকেন্দ্ৰিক ।
8. সাহিত্য়িক সকলে শিশুৰ বাবে উপযোগী হোৱাকৈ কি কি ৰচনা কৰিছিল?
(ক) কবিতা, সাধুকথা, কাহিনী
(খ) ভাওনা
(গ) নৃত্য়
উত্তৰ- (ক) কবিতা, সাধুকথা, কাহিনী ।
9. অসমীয়া শিশু সাহিত্য়ৰ কি কি শাখাৰ পৰিপুষ্টি সাধনত সহায়ক হৈছিল ?
(ক) একে একে শাখা
(খ) ভিন ভিন শাখা
(গ) বেলেগ বেলেগ শাখা
উত্তৰ- (খ) ভিন ভিন শাখা ।
10. শিশুৰ বাবে গোৱা নিচুকনিগীত আৰু কি কি শিশু সাহিত্য় ৰচনা কৰি থৈ গৈছে?
(ক) সাধুকথা, সাঁথৰ, অসমীয়া মৌখিক আদি
(খ) গান
(গ) বৰগীত
উত্তৰ- (ক) সাধুকথা, সাঁথৰ, অসমীয়া মৌখিক আদি ।
11. কি ভাষাত চলন্তি থকা সাঁথৰসমূহো অসমৰ শিশুসকলৰ বাবে ৰসৰ ৰহঘৰা?
(ক) ইংৰাজী
(খ) অসমীয়া
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) অসমীয়া ।
12. কি সাহিত্য়ৰ বৈষ্ণৱ যুগতো শিশুৰ মনৰ খোৰাক হ’ব পৰা সাহিত্য়ৰ সৃষ্টি হৈছিল?
(ক) ইংৰাজী
(খ) অসমীয়া
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অসমীয়া ।
13. শ্ৰীধৰ কন্দলিৰ কি নামৰ পুথিখনৰ নাম ল’ব লগা হয়?
(ক) নামঘোষা
(খ) কাণখোৱা
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) কাণখোৱা ।
14.কাণখোৱা পুথিখনি কি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে?
(ক) অসমীয়া গীতৰ
(খ) নিচুকনি গীতৰ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) নিচুকনি গীতৰ ।
15. শিশুৰ মনত কি লগাব পৰা কবিগৰাকীৰ ই অপূৰ্ব সৃষ্টি?
(ক) ৰং
(খ) বালি
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) ৰং ।
16. উৎকৃষ্ট বিপৰীত শব্দ কি?
(ক) সাধন
(খ) নিকৃষ্ট
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নিকৃষ্ট ।
17. আকৰ্ষণ বিপৰীত শব্দ কি?
(ক) বিকৰ্ষণ
(খ) কৰ্ষণ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বিকৰ্ষণ ।
18. আশা বিপৰীত শব্দ কি?
(ক) বিশ্বাস
(খ) নিৰাশা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নিৰাশা ।
19. উপযোগী বিপৰীত শব্দ কি?
(ক) অনুপযোগী
(খ) প্ৰয়োজন
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) অনুপযোগী ।
20. বাঘৰ লিংগ পৰিৱৰ্তন কি?
(ক) বাঘিনী
(খ) জখিনী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বাঘিনী ।