1. অসমীয়াৰ কি ইতিহাস বৈচিত্ৰ্য়পুৰ্ণ?


(ক) শিশু-সাহিত্য়ৰ


(খ) অখুদ ককাইদেউ


(গ) সপোন ককা


উত্তৰ- (ক) শিশু-সাহিত্য়ৰ ।


2. কোনে ৰং-ধেমালি কৰোঁতে সমনীয়াৰ লগত ধেমালী-গীত বা ওমলা-গীত গায়?


(ক) জন্তুবোৰে


(খ) পক্ষীবোৰে


(গ) ল’ৰা-ছোৱালীয়ে


উত্তৰ- (গ) ল’ৰা-ছোৱালীয়ে ।


3. কি ভাষাৰ চলন্তি থকা সাঁথৰসমূহো  অসমৰ শিশুসকলৰ বাবে ৰসৰ হৰঘৰা?

(ক) ইংৰাজী ভাষাৰ

(খ) হিন্দী ভাষাৰ

(গ) অসমীয়া ভাষাৰ

উত্তৰ- (গ) অসমীয়া ভাষাৰ ।


4. কি অসমীয়া মৌখিক শিশু-সাহিত্য়ৰ এক গুৰুত্বপূৰ্ণ অংগ?

(ক) সাঁথৰসমূহ

(খ) নাটসমূহ

(গ) ভাওনাসমূহ

উত্তৰ- (ক) সাঁথৰসমূহ ।


5. অসমীয়া সাহিত্য়ৰ কি যুগতো শিশুৰ মনৰ খোৰাক হ’ব পৰা সাহিত্য় সৃষ্টি হৈছিল?

(ক) কলি যুগতো

(খ) বৈষ্ণৱ যুগতো

(গ) সত্য় যুগতো

উত্তৰ- (খ) বৈষ্ণৱ যুগতো ।


6. শ্ৰীধৰ কন্দলিৰ কাণখোৱা নামৰ পুথিখনি কি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে?

(ক) ইংৰাজী গীতৰ

(খ) হিন্দী গীতৰ

(গ) নিচুকনি গীতৰ

উত্তৰ- (গ) নিচুকনি গীতৰ ।


7. ইয়াৰ উপৰি এই যুগত কি ভালেমান ৰচনা সৃষ্টি হৈছিল?

(ক) গীত

(খ) নাম

(গ) শিশুকেন্দ্ৰিক

উত্তৰ- (গ) শিশুকেন্দ্ৰিক ।


8.  সাহিত্য়িক সকলে শিশুৰ বাবে উপযোগী হোৱাকৈ কি কি ৰচনা কৰিছিল?

(ক) কবিতা, সাধুকথা, কাহিনী

(খ) ভাওনা

(গ) নৃত্য়

উত্তৰ- (ক) কবিতা, সাধুকথা, কাহিনী ।


9.  অসমীয়া শিশু সাহিত্য়ৰ কি কি শাখাৰ পৰিপুষ্টি সাধনত সহায়ক হৈছিল ?

(ক) একে একে শাখা

(খ) ভিন ভিন শাখা

(গ) বেলেগ বেলেগ শাখা

উত্তৰ- (খ) ভিন ভিন শাখা ।


10. শিশুৰ বাবে গোৱা নিচুকনিগীত আৰু কি কি শিশু সাহিত্য় ৰচনা কৰি থৈ গৈছে?

(ক) সাধুকথা, সাঁথৰ, অসমীয়া মৌখিক আদি

(খ) গান

(গ) বৰগীত

উত্তৰ- (ক) সাধুকথা, সাঁথৰ, অসমীয়া মৌখিক আদি ।


11. কি ভাষাত চলন্তি থকা সাঁথৰসমূহো অসমৰ শিশুসকলৰ বাবে ৰসৰ ৰহঘৰা?

(ক) ইংৰাজী

(খ) অসমীয়া

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) অসমীয়া ।


12. কি সাহিত্য়ৰ বৈষ্ণৱ যুগতো শিশুৰ মনৰ খোৰাক হ’ব পৰা সাহিত্য়ৰ সৃষ্টি হৈছিল?

(ক) ইংৰাজী

(খ) অসমীয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অসমীয়া ।


13. শ্ৰীধৰ কন্দলিৰ কি নামৰ পুথিখনৰ নাম ল’ব লগা হয়?

(ক) নামঘোষা

(খ) কাণখোৱা

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) কাণখোৱা ।


14.কাণখোৱা পুথিখনি কি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে?

(ক) অসমীয়া গীতৰ

(খ) নিচুকনি গীতৰ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) নিচুকনি গীতৰ ।


15. শিশুৰ মনত কি লগাব পৰা কবিগৰাকীৰ ই অপূৰ্ব সৃষ্টি?

(ক) ৰং

(খ) বালি

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) ৰং ।


16. উৎকৃষ্ট বিপৰীত শব্দ কি?

(ক) সাধন

(খ) নিকৃষ্ট

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নিকৃষ্ট ।


17. আকৰ্ষণ বিপৰীত শব্দ কি?

(ক) বিকৰ্ষণ

(খ) কৰ্ষণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বিকৰ্ষণ ।


18. আশা বিপৰীত শব্দ কি?

(ক) বিশ্বাস

(খ) নিৰাশা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নিৰাশা ।


19. উপযোগী বিপৰীত শব্দ কি?

(ক) অনুপযোগী

(খ) প্ৰয়োজন

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) অনুপযোগী ।


20. বাঘৰ লিংগ পৰিৱৰ্তন কি?

(ক) বাঘিনী

(খ) জখিনী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বাঘিনী ।