1. তৰুণৰাম ফুকনৰ পিতৃৰ নাম কি ?
(ক) বলৰাম ফুকন
(খ) চন্দ্ৰধৰ বৰুৱা
(গ) দুৰ্গাধৰ বৰুৱা
উত্তৰ- (ক) বলৰাম ফুকন ।
2. তৰুণৰাম ফুকনৰ মাতৃৰ নাম কি?
(ক) ভাগীৰথী দেৱী
(খ) নিৰলাদেৱী
(গ) প্ৰোমাৱতী দেৱী
উত্তৰ- (ক) ভাগীৰথী দেৱী ।
3. কিমান চনত গুৱাহাটীত তৰুণৰাম পিতৃ-মাতৃৰ সপ্তম সন্তান হিচাপে জন্মগ্ৰহণ কৰিছিল?
(ক) ১৯৮৮
(খ) ১৮৫৬
(গ) ১৮৭৭
উত্তৰ- (গ) ১৮৭৭ ।
4. ঐতিহ্য়পূৰ্ণ পৰম্পৰাৰ উত্তৰাধিকাৰী কোন আছিল?
(ক) মহাত্মা গান্ধী
(খ) তৰুণৰাম ফুকন
(গ) আনন্দৰাম বৰুৱা
উত্তৰ- (খ) তৰুণৰাম ফুকন ।
5. তৰুণৰাম ফুকনৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ ক’ত হৈছিল?
(ক) মৰিগাঁওত
(খ) গুৱাহাটী চেমিনাৰীত
(গ) যোৰহাটত
উত্তৰ- (খ) গুৱাহাটী চেমিনাৰীত ।
6. বিদ্য়ালয় খনে কিমান চনৰ পৰা কটন কলেচিয়েট হাইস্কুল নামেৰে পৰিচিত হয়?
(খ) ১৯০১
(খ) ১৯৭৬
(গ) ১৭৩৯
উত্তৰ- (খ) ১৯০১ ।
7. কিমান চনত বিদ্য়ালয়ৰ পৰাই তেওঁ তৃতীয় বিভাগত এণ্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হৈছিল?
(ক) ১৮৫৬
(খ) ১৮৫৩
(গ) ১৮৯৬
উত্তৰ- (গ) ১৮৯৬ ।
8. কিমান চনৰ কিমান তাৰিখে বিলাতলৈ বেৰিষ্টাৰ পঢ়াৰ উদ্দেশ্য় যাত্ৰা কৰিছিল?
(ক) ১৮৬৫ চনৰ ১৫ আগষ্ট
(খ) ১৯০১ চনৰ ১৯ নৱেম্বৰ
(গ) ১৮৯১ চনৰ ২০ মাৰ্চ
উত্তৰ- (খ) ১৯০১ চনৰ ১৯ নৱেম্বৰ ।
9. কিমান চনত স্তুতি-মালা নামৰ কবিতা পুথিখন প্ৰকাশ পাইছিল?
(ক) ১৯৮৭
(খ) ১৮৩৪
(গ) ১৯২৬
উত্তৰ- (গ) ১৯২৬ ।
10. স্তুতি-মালা কবিতাপুিথিখন মূলতঃ কি?
(ক) জ্ঞানমূলীয়
(খ) শিক্ষামূলীয়
(গ) ভক্তিমূলীয়
উত্তৰ- (গ) ভক্তিমূলীয় ।
11. কিমান চনত তৰুণৰামে স্বদেশলৈ প্ৰত্য়াৱৰ্তন কৰিছিল?
(ক) ১৯৫
(খ) ১৯০৫
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) ১৯০৫ ।
12. কিমান চনত কবিতা পুথিখন প্ৰকাশ পাইছিল?
(ক) ১৯২৬
(খ) ১৯৬২
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) ১৯২৬ ।
13. কিমান চনত কবিতা পুথিখন প্ৰকাশ পাইছিল?
(ক) ১৯০২
(খ) ১৯২০
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ১৯২০ ।
14. হেঁপাহ সমাৰ্থক শব্দ কি?
(ক) আনন্দ
(খ) হাবিলাস
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) হাবিলাস ।
15. সুশ্ৰী সমাৰ্থক শব্দ কি?
(ক) ধুনীয়া
(খ) বেয়া
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ধুনীয়া ।
16. প্ৰখৰ সমাৰ্থক শব্দ কি?
(ক) তীক্ষ্ণ
(খ) চোকা
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) চোকা ।
17. সম্ৰান্ত সমাৰ্থক শব্দ কি?
(ক) ধ্বনী
(খ) চহকী
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) চহকী ।
18. ৰক্ষণশীল সমাৰ্থক শব্দ কি?
(ক) ৰক্ষা কৰা
(খ) গোড়ামি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) গোড়ামি ।
19. কিমান চনৰ পৰা কটন কলেজিয়েট হাইস্কুল নামেৰে পৰিছিত হয় ?
(ক) ১৯১০
(খ) ১৯০১
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) ১৯০১ ।
20. ফুকনৰ আনুষ্ঠানিক শিক্ষা ক’ত আৰম্ভ হৈছিল?
(ক) গুৱাহাটীত
(খ) মৰিগাঁৱত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) গুৱাহাটীত ।