1. তৰুণৰাম ফুকনৰ পিতৃৰ নাম কি ?

(ক) বলৰাম ফুকন

(খ) চন্দ্ৰধৰ বৰুৱা

(গ) দুৰ্গাধৰ বৰুৱা

উত্তৰ- (ক) বলৰাম ফুকন ।


2. তৰুণৰাম ফুকনৰ মাতৃৰ নাম কি?

(ক) ভাগীৰথী দেৱী

(খ) নিৰলাদেৱী

(গ) প্ৰোমাৱতী দেৱী

উত্তৰ- (ক) ভাগীৰথী দেৱী ।


3. কিমান চনত গুৱাহাটীত তৰুণৰাম পিতৃ-মাতৃৰ সপ্তম সন্তান হিচাপে জন্মগ্ৰহণ কৰিছিল?

(ক) ১৯৮৮

(খ) ১৮৫৬

(গ) ১৮৭৭

উত্তৰ- (গ) ১৮৭৭ ।


4. ঐতিহ্য়পূৰ্ণ পৰম্পৰাৰ উত্তৰাধিকাৰী কোন আছিল?

(ক) মহাত্মা গান্ধী

(খ) তৰুণৰাম ফুকন

(গ) আনন্দৰাম বৰুৱা

উত্তৰ- (খ) তৰুণৰাম ফুকন ।


5. তৰুণৰাম ফুকনৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ ক’ত হৈছিল?

(ক) মৰিগাঁওত

(খ) গুৱাহাটী চেমিনাৰীত

(গ) যোৰহাটত

উত্তৰ- (খ) গুৱাহাটী চেমিনাৰীত ।


6. বিদ্য়ালয় খনে কিমান চনৰ পৰা কটন কলেচিয়েট হাইস্কুল নামেৰে পৰিচিত হয়?

(খ) ১৯০১

(খ) ১৯৭৬

(গ) ১৭৩৯

উত্তৰ- (খ) ১৯০১ ।


7. কিমান চনত বিদ্য়ালয়ৰ পৰাই তেওঁ তৃতীয় বিভাগত এণ্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

(ক) ১৮৫৬

(খ) ১৮৫৩

(গ) ১৮৯৬

উত্তৰ- (গ) ১৮৯৬ ।


8. কিমান চনৰ কিমান তাৰিখে বিলাতলৈ বেৰিষ্টাৰ পঢ়াৰ উদ্দেশ্য় যাত্ৰা কৰিছিল?

(ক) ১৮৬৫ চনৰ ১৫ আগষ্ট

(খ) ১৯০১ চনৰ ১৯ নৱেম্বৰ

(গ) ১৮৯১ চনৰ ২০ মাৰ্চ

উত্তৰ- (খ) ১৯০১ চনৰ ১৯ নৱেম্বৰ ।


9. কিমান চনত স্তুতি-মালা নামৰ কবিতা পুথিখন প্ৰকাশ পাইছিল?

(ক) ১৯৮৭

(খ) ১৮৩৪

(গ) ১৯২৬

উত্তৰ- (গ) ১৯২৬ ।


10. স্তুতি-মালা কবিতাপুিথিখন মূলতঃ কি?

(ক) জ্ঞানমূলীয়

(খ) শিক্ষামূলীয়

(গ) ভক্তিমূলীয়

উত্তৰ- (গ) ভক্তিমূলীয় ।


11. কিমান চনত তৰুণৰামে স্বদেশলৈ প্ৰত্য়াৱৰ্তন কৰিছিল?

(ক) ১৯৫

(খ) ১৯০৫

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) ১৯০৫ ।


12. কিমান চনত কবিতা পুথিখন প্ৰকাশ পাইছিল?

(ক) ১৯২৬

(খ) ১৯৬২

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) ১৯২৬ ।


13. কিমান চনত কবিতা পুথিখন প্ৰকাশ পাইছিল?

(ক) ১৯০২

(খ) ১৯২০

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ১৯২০ ।


14. হেঁপাহ সমাৰ্থক শব্দ কি?

(ক) আনন্দ

(খ) হাবিলাস

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) হাবিলাস ।


15. সুশ্ৰী সমাৰ্থক শব্দ কি?

(ক) ধুনীয়া

(খ) বেয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ধুনীয়া ।


16. প্ৰখৰ সমাৰ্থক শব্দ কি? 

(ক) তীক্ষ্ণ

(খ) চোকা

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) চোকা ।


17. সম্ৰান্ত সমাৰ্থক শব্দ কি?

(ক) ধ্বনী

(খ) চহকী

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) চহকী ।


18. ৰক্ষণশীল সমাৰ্থক শব্দ কি?

(ক) ৰক্ষা কৰা

(খ) গোড়ামি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) গোড়ামি ।


19. কিমান চনৰ পৰা কটন কলেজিয়েট হাইস্কুল নামেৰে পৰিছিত হয় ?

(ক) ১৯১০

(খ) ১৯০১

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) ১৯০১ ।


20. ফুকনৰ আনুষ্ঠানিক শিক্ষা ক’ত আৰম্ভ হৈছিল?

(ক) গুৱাহাটীত

(খ) মৰিগাঁৱত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) গুৱাহাটীত ।