1. উত্ৰাৱল পানী কি সানি খলকিছে ছুই ভৰি?

ক'লা হাঁহি

বগা হাঁহি

ৰঙা হাঁহি


2. ৰূপতে ৰূপ তুলি পাৰিজাত ফুলি কোনে জকমকায়?

মইনাই

ধনে

তেজীমলাই


3. চৌপাশে বেৰি কিহেৰে পানীৰ লতা বগায়?

স্ফূৰ্তিৰে

আনন্দৰে

মৰমে সাদৰে


4. হাতো নেমেলিবি আৰু কি নিছিঙিবি কৰে নাৱৰীয়াতই বুলি কৈছে?

তামুল নিছিঙিবি

পানো নিছিঙিবি

ফুলো নিছিঙিবি


5.কবি চন্দ্ৰকুমাৰ আগৰৱালা জন্ম কিমান চনত হৈছিল?

১৯৩৮

১৯৫৭

১৮৬৭


6.কবি চন্দ্ৰকুমাৰ আগৰৱালা মৃত্য়ু কিমান চনত হৈছিল?

১৯৩৮

১৮২৩

১৯০৪


7.কবি চন্দ্ৰকুমান আগৰৱালা পিতৃৰ নাম কি?

হৰিবিলাস আগৰৱালা

ভোকেন্দ্ৰ বৰুৱা

তৰুণৰাম ফুকন


8.  কবি চন্দ্ৰকুমাৰ আগৰৱালা মাতৃৰ নাম কি?

মলমা আগৰৱালা

ভোগেশ্বৰী ফুকননি

প্ৰেমাৱতী বৰুৱা


9. মিতিৰ শব্দ অৰ্থ কি?

মিত্ৰৰ, বন্ধু

শত্ৰু

মিল


10. ভাও শব্দ অৰ্থ কি?

ভাওনা

অভিনয়

অভিপায়


11. চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত জন্ম হৈছিল?

১৮৭৬

১৮৬৭

ওপৰৰ দুইটা হয়


12. চন্দ্ৰকুমাৰ আগৰৱালা মৃত্য়ু কিমান চনত হৈছিল?

১৯৩৮

১৯৮৩

ওপৰৰ এটাও নহয়


13. তেওঁৰ পিতৃৰ নাম কি?

হৰিবিলাস আগৰৱালা

চন্দধৰ আগৰৱালা

ওপৰৰ এটাও নহয়


14. তেওঁৰ মাতৃৰ নাম কি?

নিৰদা দেৱী

মলমা আ়গৰৱালা

ওপৰৰ দুইটা হয়


15. বেথা সমাৰ্থক শব্দ কি?

সমস্য়া

অসুবিধা

ওপৰৰ দুইটা হয়


16. বাতৰি সমাৰ্থক শব্দ কি? 

খবৰ

খা-খবৰ

ওপৰৰ দুইটা হয়


17. চকুলো সমাৰ্থক শব্দ কি?

অশ্ৰু

চকুপানী

ওপৰৰ এটাও নহয়


18. ফুল সমাৰ্থক শব্দ কি?

ফুলনি

পুষ্প

ওপৰৰ দুইটা হয়


19. আশা বিপৰীত শব্দ কি?

নিৰাশা

বিশ্বাস

ওপৰৰ দুইটা হয়

 

20. স্বপ্ন সমাৰ্থক শব্দ কি? 

Question Type

দিথক

সপোন

 

ওপৰৰ এটাও নহয়