1. দণ্ডে ছত্ৰে ভীমক পাতিলে কি ?
(ক) যুৱৰাজ
(খ) ৰজা
(গ) প্ৰজা
উত্তৰ- (ক) যুৱৰাজ ।
2.কোনে বোলে মোৰ মিলিল সন্তোষ?
(ক) ৰামে
(খ) বৰিয়ে
(গ) ভীমসেনে
উত্তৰ- (গ) ভীমসেনে ।
3 ৰাম সৰস্বতী কি সাহিত্য় মহাভাৰতৰ কবি হিচাপে পৰিচিত?
(ক) হিন্দী সাহিত্য়
(খ) ইংৰাজী সাহিত্য়
(গ) অসমীয়া সাহিত্য়
উত্তৰ- (গ) অসমীয়া সাহিত্য় ।
4. সুৱৰ্ণ শব্দ অৰ্থ কি?
(ক) সোণ
(খ) হাৰা
(গ) ৰূপ
উত্তৰ- (ক) সোণ ।
5. বৈসাই শব্দ অৰ্থ কি?
(ক) বহুৱাই
(খ) আগৱাঢ়ি
(গ) নবহুৱাই
উত্তৰ- (ক) বহুৱাই ।
6. ভীমক কি দি সজাইছিল?
(ক) বস্তু দি
(খ) কাপোৰ দি
(গ) বস্ত্ৰ-অলঙ্কাৰ দি
উত্তৰ- (গ) বস্ত্ৰ-অলঙ্কাৰ দি ।
7. কটাক্ষ শব্দ অৰ্থ কি
(ক) কেৰাহিকৈ চোৱা
(খ) বেকাকে চোৱা
(গ) বেয়াকে চোৱা
উত্তৰ- (ক) কেৰাহিকৈ চোৱা ।
8. কুন্তীয়ে কাক বলিৰ বাবে আগবঢ়াই দিছিল?
(ক) ৰাৱণক
(খ) ভীমক
(গ) ৰামক
উত্তৰ- (খ) ভীমক ।
9. কাক আসিবাৰ ভীমে সাৰি পাইলা?
(ক) ৰামক
(খ) ৰাৱণক
(গ) বকাসুৰক
উত্তৰ- (গ) বকাসুৰক ।
10. কি খাইলা যত অন্ন পান?
(ক) ভাত
(খ) কণি, মাছ
(গ) পিঠা পৰমান্ন
উত্তৰ- (গ) পিঠা পৰমান্ন ।
11. সুৱৰ্ণ অৰ্থ কি?
(ক) ৰূপ
(খ) সোণ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) সোণ ।
12. জিঞ্জিৰি অৰ্থ কি?
(ক) শিকলি
(খ) ৰছী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) শিকলি ।
13. বস্ত্ৰ সমাৰ্থক শব্দ কি?
(ক) কাপোৰ
(খ) তাঁৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) কাপোৰ ।
14. পৰমান্ন সমাৰ্থক শব্দ কি?
(ক) পৰমান
(খ) পায়স
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) পায়স ।
15. সন্তোষ সমাৰ্থক শব্দ কি?
(ক) স্ফূৰ্তি
(খ) আনন্দ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) আনন্দ ।
16. ৰাক্ষস সমাৰ্থক শব্দ কি?
(ক) বকাসুৰ
(খ) দানৱ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বকাসুৰ ।
17. সাগৰ সমাৰ্থক শব্দ কি?
(ক) মহাসাগৰ
(খ) জলধি
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) জলধি ।
18. গৃহস্থ সমাৰ্থক শব্দ কি?
(ক) আলহি
(খ) গৃহপতি
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) গৃহপতি ।
19. দণ্ড সমাৰ্থক শব্দ কি?
(ক) দণ্ডনীয়
(খ) শাস্তিয়
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) শাস্তিয় ।
20. বৈসাই শব্দৰ অৰ্থ কি?
(ক) বহুৱাই
(খ) নবহুৱাই
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বহুৱাই ।