1. দণ্ডে ছত্ৰে ভীমক পাতিলে কি ?

(ক) যুৱৰাজ

(খ) ৰজা

(গ) প্ৰজা

উত্তৰ- (ক) যুৱৰাজ ।


2.কোনে বোলে মোৰ মিলিল সন্তোষ?

(ক) ৰামে

(খ) বৰিয়ে

(গ) ভীমসেনে

উত্তৰ- (গ) ভীমসেনে ।


3 ৰাম সৰস্বতী কি সাহিত্য় মহাভাৰতৰ কবি হিচাপে পৰিচিত?

(ক) হিন্দী সাহিত্য়

(খ) ইংৰাজী সাহিত্য়

(গ) অসমীয়া সাহিত্য়

উত্তৰ- (গ) অসমীয়া সাহিত্য় ।


4. সুৱৰ্ণ শব্দ অৰ্থ কি?

(ক) সোণ

(খ) হাৰা

(গ) ৰূপ

উত্তৰ- (ক) সোণ ।


5. বৈসাই শব্দ অৰ্থ কি?

(ক) বহুৱাই

(খ) আগৱাঢ়ি

(গ) নবহুৱাই

উত্তৰ- (ক) বহুৱাই ।


6. ভীমক কি দি সজাইছিল?

(ক) বস্তু দি

(খ) কাপোৰ দি

(গ) বস্ত্ৰ-অলঙ্কাৰ দি

উত্তৰ- (গ) বস্ত্ৰ-অলঙ্কাৰ দি ।


7. কটাক্ষ শব্দ অৰ্থ কি

(ক) কেৰাহিকৈ চোৱা

(খ) বেকাকে চোৱা

(গ) বেয়াকে চোৱা

উত্তৰ- (ক) কেৰাহিকৈ চোৱা ।


8. কুন্তীয়ে কাক বলিৰ বাবে আগবঢ়াই দিছিল?

(ক) ৰাৱণক

(খ) ভীমক

(গ) ৰামক

উত্তৰ- (খ) ভীমক ।


9. কাক আসিবাৰ ভীমে সাৰি পাইলা?

(ক) ৰামক

(খ) ৰাৱণক

(গ) বকাসুৰক

উত্তৰ- (গ) বকাসুৰক ।


10. কি খাইলা যত অন্ন পান?

(ক) ভাত

(খ) কণি, মাছ

(গ) পিঠা পৰমান্ন

উত্তৰ- (গ) পিঠা পৰমান্ন ।


11. সুৱৰ্ণ অৰ্থ কি? 

(ক) ৰূপ

(খ) সোণ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) সোণ ।


12. জিঞ্জিৰি অৰ্থ কি?

(ক) শিকলি

(খ) ৰছী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) শিকলি ।


13. বস্ত্ৰ সমাৰ্থক শব্দ কি? 

(ক) কাপোৰ

(খ) তাঁৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কাপোৰ ।


14. পৰমান্ন সমাৰ্থক শব্দ কি? 

(ক) পৰমান

(খ) পায়স

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) পায়স ।


15. সন্তোষ সমাৰ্থক শব্দ কি? 

(ক) স্ফূৰ্তি

(খ) আনন্দ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) আনন্দ ।


16. ৰাক্ষস সমাৰ্থক শব্দ কি? 

(ক) বকাসুৰ

(খ) দানৱ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বকাসুৰ ।


17. সাগৰ সমাৰ্থক শব্দ কি? 

(ক) মহাসাগৰ

(খ) জলধি

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) জলধি ।


18. গৃহস্থ সমাৰ্থক শব্দ কি? 

(ক) আলহি

(খ) গৃহপতি

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) গৃহপতি ।


19. দণ্ড সমাৰ্থক শব্দ কি? 

(ক) দণ্ডনীয়

(খ) শাস্তিয়

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) শাস্তিয় ।


20. বৈসাই শব্দৰ অৰ্থ কি? 

(ক) বহুৱাই

(খ) নবহুৱাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বহুৱাই ।