সৰস্বতীৰ বৰ

Chapter-2

 1. এখন দেশত থকা প্ৰতাপী ৰজা জনৰ ছোৱালী জনীৰ নাম কি?

(ক) বিদ্য়াৱতী

(খ) ৰূপৱতী

(গ) গুণৱতী

উত্তৰ- (ক) বিদ্য়াৱতী ।


2. পণ্ডিত সকলে বিদ্য়াৱতীক কাৰ লগত বিয়া দিবলৈ বুধি পাঙিলে?

(ক) জ্ঞানীৰ

(খ) শিক্ষা নথকাৰ

(গ) জধামূৰ্খৰ

উত্তৰ- (গ) জধামূৰ্খৰ ।


3. বিদ্য়াৱতী কাৰ লগত বিয়া দিবলৈ ৰজা বাধ্য় হ’ল?

(ক) কালিদাসৰ

(খ) বলভদ্ৰৰ

(গ) দীপুৰ

উত্তৰ- (ক) কালিদাসৰ ।


4. কালিদাসে আঁঠুৱা  তলেদি বাট নাই বুলি ভাবি  কোন ফালে সোমাল?

(ক) তলেদি

(খ) ওপৰেদি জাঁপ মাৰি

(গ) কাষৰেদি

উত্তৰ- (খ) ওপৰেদি জাঁপ মাৰি ।


5. বিদ্য়াৱতীয়ে কালি দাসক কি নোহোৱালৈকে এই ঘৰত থাকিব নিদিয়ে?

(ক) সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱালৈকে

(খ) বুধি নোহোৱালৈকে

(গ) কঠুৰ নোহোৱালৈকে

উত্তৰ- (ক) সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱালৈকে ।


6. ঘৈণীয়েকে অপমান কৰা দেখি কালিদাসে কোন ফালে খোজ ল’লে?

(ক) ৰাস্তাৰ ফালে

(খ) হাবিৰ ফালে

(গ) ঘৰৰ ফালে

উত্তৰ- (খ) হাবিৰ ফালে ।


7. কালিদাসে বহুত পুথি লিখি জগতৰ কি সাধি থৈ গৈছে?

(ক) অপকাৰ

(খ) উপকাৰ

(গ) ক্ষমা

উত্তৰ- (খ) উপকাৰ ।


8. কৃষ্ণকান্ত সন্দিকৈ জন্ম ক’ত হৈছিল?

(ক) গুৱাহাটীত

(খ) যোৰহাটত

(গ) বৰদুৱাত

উত্তৰ- (খ) যোৰহাটত ।


9. কৃষ্ণকান্ত সন্দিকৈ পিতৃৰ নাম কি?

(ক) ৰাধাকান্ত সন্দিকৈ

(খ) হৰিকান্ত সন্দিকৈ

(গ) ৰামকান্ত সন্দিকৈ

উত্তৰ- (ক) ৰাধাকান্ত সন্দিকৈ ।


10. কৃষ্ণকান্ত সন্দিকৈ মাতৃৰ নাম কি?

(ক) নাৰায়ণী সন্দিকৈ

(খ) ৰয়ণী সন্দিকৈ

(গ) ৰামায়ণী সন্দিকৈ

উত্তৰ- (ক) নাৰায়ণী সন্দিকৈ ।


11. কৃষ্ণকান্ত সন্দিকৈ কিমান চনত গুৱাহাটী বিশ্ব বিদ্য়ালয় প্ৰথম উপাচাৰ্য হয়?

(ক) ১৯৪৮

(খ) ১৯৩২

(গ) ১৮৪৮

উত্তৰ- (ক) ১৯৪৮ ।


12. কৃষ্ণকান্ত সন্দিকৈ জন্ম কিমান চনত হৈছিল?

(ক) ১৮৮৯

(খ) ১৮৯৮

(গ) ১৯৮৫

উত্তৰ- (খ) ১৮৯৮ ।


13. কৃষ্ণকান্ত সন্দিকৈ মৃত্য়ু  কিমান চনত হৈছিল?

(ক) ১৯৮২

(খ) ১৮২৮

(গ) ১৯৯২

উত্তৰ- (ক) ১৯৮২ ।


14. কৃষ্ণকান্ত সন্দিকৈ প্ৰকাশিত ইংৰাজী গ্ৰন্থ কেইখন?

(ক) চাৰিখন

(খ) পাঁচখন

(গ) তিনিখন

উত্তৰ- (গ) তিনিখন ।


15. কৃষ্ণকান্ত সন্দিকৈ প্ৰকাশিত ইংৰাজী গ্ৰন্থ এখন হ’ল?

(ক) শ্ৰীহৰ্ষৰ নৈষধ

(খ) হালধীয়া চৰাই বাওধান খাই

(গ) বৰগীত

উত্তৰ- (ক) শ্ৰীহৰ্ষৰ নৈষধ ।


16. পণ্ডিত সকলে কি বিচাৰি গ’ল?

(ক) এটা জধামূৰ্খক

(খ) এটা গুণীক

(গ) এটা বেঙাক

উত্তৰ- (ক) এটা জধামূৰ্খক ।


17. কোন বিভাগত কৃষ্ণকান্ত সন্দিকৈ আই.এ. পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

(ক) দ্বিতীয়

(খ) প্ৰথম

(গ) চতুৰ্থ

উত্তৰ- (খ) প্ৰথম ।


18.  তেখেতে কিমান চনত সংস্কৃতত প্ৰথম শ্ৰেণীৰ সন্মানসহ বি.এ. উপাধি লয়?

(ক) ১৯১৭

(খ) ১৯৭১

(গ) ১৮৯১

উত্তৰ- (ক) ১৯১৭ ।


19. তেখেতে কিমান চনত এম.এ উপাধি লাভ কৰে?

(ক) ১৯২৩

(খ) ১৯৩৯

(গ) ১৮৯৩

উত্তৰ- (ক) ১৯২৩ ।


20. কৃষ্ণকান্ত সন্দিকৈ কিমান চনত  যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত এণ্টেন্স পৰীক্ষা পাছ কৰি কটন কলেজত পঢ়ে?

(ক) ১৯৩২

(খ) ১৮২৩

(গ) ১৯১৩

উত্তৰ- (গ) ১৯১৩ ।