সৰস্বতীৰ বৰ
Chapter-2
1. এখন দেশত থকা প্ৰতাপী ৰজা জনৰ ছোৱালী জনীৰ নাম কি?
(ক) বিদ্য়াৱতী
(খ) ৰূপৱতী
(গ) গুণৱতী
উত্তৰ- (ক) বিদ্য়াৱতী ।
2. পণ্ডিত সকলে বিদ্য়াৱতীক কাৰ লগত বিয়া দিবলৈ বুধি পাঙিলে?
(ক) জ্ঞানীৰ
(খ) শিক্ষা নথকাৰ
(গ) জধামূৰ্খৰ
উত্তৰ- (গ) জধামূৰ্খৰ ।
3. বিদ্য়াৱতী কাৰ লগত বিয়া দিবলৈ ৰজা বাধ্য় হ’ল?
(ক) কালিদাসৰ
(খ) বলভদ্ৰৰ
(গ) দীপুৰ
উত্তৰ- (ক) কালিদাসৰ ।
4. কালিদাসে আঁঠুৱা তলেদি বাট নাই বুলি ভাবি কোন ফালে সোমাল?
(ক) তলেদি
(খ) ওপৰেদি জাঁপ মাৰি
(গ) কাষৰেদি
উত্তৰ- (খ) ওপৰেদি জাঁপ মাৰি ।
5. বিদ্য়াৱতীয়ে কালি দাসক কি নোহোৱালৈকে এই ঘৰত থাকিব নিদিয়ে?
(ক) সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱালৈকে
(খ) বুধি নোহোৱালৈকে
(গ) কঠুৰ নোহোৱালৈকে
উত্তৰ- (ক) সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱালৈকে ।
6. ঘৈণীয়েকে অপমান কৰা দেখি কালিদাসে কোন ফালে খোজ ল’লে?
(ক) ৰাস্তাৰ ফালে
(খ) হাবিৰ ফালে
(গ) ঘৰৰ ফালে
উত্তৰ- (খ) হাবিৰ ফালে ।
7. কালিদাসে বহুত পুথি লিখি জগতৰ কি সাধি থৈ গৈছে?
(ক) অপকাৰ
(খ) উপকাৰ
(গ) ক্ষমা
উত্তৰ- (খ) উপকাৰ ।
8. কৃষ্ণকান্ত সন্দিকৈ জন্ম ক’ত হৈছিল?
(ক) গুৱাহাটীত
(খ) যোৰহাটত
(গ) বৰদুৱাত
উত্তৰ- (খ) যোৰহাটত ।
9. কৃষ্ণকান্ত সন্দিকৈ পিতৃৰ নাম কি?
(ক) ৰাধাকান্ত সন্দিকৈ
(খ) হৰিকান্ত সন্দিকৈ
(গ) ৰামকান্ত সন্দিকৈ
উত্তৰ- (ক) ৰাধাকান্ত সন্দিকৈ ।
10. কৃষ্ণকান্ত সন্দিকৈ মাতৃৰ নাম কি?
(ক) নাৰায়ণী সন্দিকৈ
(খ) ৰয়ণী সন্দিকৈ
(গ) ৰামায়ণী সন্দিকৈ
উত্তৰ- (ক) নাৰায়ণী সন্দিকৈ ।
11. কৃষ্ণকান্ত সন্দিকৈ কিমান চনত গুৱাহাটী বিশ্ব বিদ্য়ালয় প্ৰথম উপাচাৰ্য হয়?
(ক) ১৯৪৮
(খ) ১৯৩২
(গ) ১৮৪৮
উত্তৰ- (ক) ১৯৪৮ ।
12. কৃষ্ণকান্ত সন্দিকৈ জন্ম কিমান চনত হৈছিল?
(ক) ১৮৮৯
(খ) ১৮৯৮
(গ) ১৯৮৫
উত্তৰ- (খ) ১৮৯৮ ।
13. কৃষ্ণকান্ত সন্দিকৈ মৃত্য়ু কিমান চনত হৈছিল?
(ক) ১৯৮২
(খ) ১৮২৮
(গ) ১৯৯২
উত্তৰ- (ক) ১৯৮২ ।
14. কৃষ্ণকান্ত সন্দিকৈ প্ৰকাশিত ইংৰাজী গ্ৰন্থ কেইখন?
(ক) চাৰিখন
(খ) পাঁচখন
(গ) তিনিখন
উত্তৰ- (গ) তিনিখন ।
15. কৃষ্ণকান্ত সন্দিকৈ প্ৰকাশিত ইংৰাজী গ্ৰন্থ এখন হ’ল?
(ক) শ্ৰীহৰ্ষৰ নৈষধ
(খ) হালধীয়া চৰাই বাওধান খাই
(গ) বৰগীত
উত্তৰ- (ক) শ্ৰীহৰ্ষৰ নৈষধ ।
16. পণ্ডিত সকলে কি বিচাৰি গ’ল?
(ক) এটা জধামূৰ্খক
(খ) এটা গুণীক
(গ) এটা বেঙাক
উত্তৰ- (ক) এটা জধামূৰ্খক ।
17. কোন বিভাগত কৃষ্ণকান্ত সন্দিকৈ আই.এ. পৰীক্ষাত উত্তীৰ্ণ হৈছিল?
(ক) দ্বিতীয়
(খ) প্ৰথম
(গ) চতুৰ্থ
উত্তৰ- (খ) প্ৰথম ।
18. তেখেতে কিমান চনত সংস্কৃতত প্ৰথম শ্ৰেণীৰ সন্মানসহ বি.এ. উপাধি লয়?
(ক) ১৯১৭
(খ) ১৯৭১
(গ) ১৮৯১
উত্তৰ- (ক) ১৯১৭ ।
19. তেখেতে কিমান চনত এম.এ উপাধি লাভ কৰে?
(ক) ১৯২৩
(খ) ১৯৩৯
(গ) ১৮৯৩
উত্তৰ- (ক) ১৯২৩ ।
20. কৃষ্ণকান্ত সন্দিকৈ কিমান চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত এণ্টেন্স পৰীক্ষা পাছ কৰি কটন কলেজত পঢ়ে?
(ক) ১৯৩২
(খ) ১৮২৩
(গ) ১৯১৩
উত্তৰ- (গ) ১৯১৩ ।