অসমৰ আ- অলংকাৰ

 Chapter4

1. মানুহৰ এই সাজোন- কাজোনৰ অভ্য়াসৰ ফলত মনোমোহা কি সৃষ্টি হৈছে?

(ক) আ-অলংকাৰ

(খ) ঠকা-পইচা

(গ) ধন-সম্পত্তি

উত্তৰ- (ক) আ-অলংকাৰ ।


2. আ-অলংকাৰে মানুহৰ কি পৰিচয় দিবলৈ ধৰে?

(ক) অহংকাৰৰ

(খ) সামাজিক মৰ্য্য়দাৰ

(গ) ভাল

উত্তৰ- (খ) সামাজিক মৰ্য্য়দাৰ ।


3. অসমৰ সংস্কৃতি কেনেকুৱা?

(ক) বেয়া

(খ) ভাল

(গ) বাৰেৰহণীয়া

উত্তৰ- (গ) বাৰেৰহণীয়া ।


4. অসমৰ পুৰণি কি মনোমোহা বস্তু আছিল?

(ক) আ-অলংকাৰ

(খ) গছ-গছনি

(গ) ঘৰ-দুৱাৰ

উত্তৰ- (ক) আ-অলংকাৰ ।


5.পুৰণি অসমৰ বিভিন্ন প্ৰকাৰৰ অলংকাৰ ক’ত খোদিত কৰা আছে?

(ক) মাটিত

(খ) পাতত

(গ) গড়গাঁৱৰ কাৰেংঘৰ, ৰংপুৰৰ ৰংঘৰ তলাতল ঘৰ আদি

উত্তৰ- (গ) গড়গাঁৱৰ কাৰেংঘৰ, ৰংপুৰৰ ৰংঘৰ তলাতল ঘৰ আদি ।


6. অসমীয়া অলংকাৰবোৰক কি কি  ভাগত ভগোৱা হৈছে?

(ক) মিনাকৰা, হীৰা, বাখৰুৱা, উকা আদি

(খ) পলেপ

(গ) চাফা কৰা

উত্তৰ- (ক) মিনাকৰা, হীৰা, বাখৰুৱা, উকা আদি ।


7.,সোণ-ৰূপ, বেত, কাঠ, কড়ি আদিৰ পৰা কি ব্য়ৱহাৰ কৰা হয়?

(ক) কাগজ

(খ) আ-অলংকাৰ

(গ) চামৰা

উত্তৰ- (খ) আ-অলংকাৰ ।


8.ডিঙিৰ অলংকাৰ  নাম কি?

(ক) খাৰু

(খ) ফুলি

(গ) জোনবিৰি

উত্তৰ- (গ) জোনবিৰি ।


9.কাণৰ অলংকাৰ নাম কি?

(ক) খাৰু

(খ) আঙঠি

(গ) কেৰু

উত্তৰ- (গ) কেৰু ।


10. নাকৰ অলংকাৰ নাম কি?

(ক) নাকফুলি

(খ) আঙঠি

(গ) জোনবিৰি

উত্তৰ- (ক) নাকফুলি ।


11. হাতৰ অলংকাৰ নাম কি?

(ক) ফুলি

(খ) কেৰু

(গ) বাহুত বাজু

উত্তৰ- (গ) বাহুত বাজু ।


12. হাতৰ আঙুলি আঙঠি নাম কি?

(ক) চিৰিপতা

(খ) উকা খাৰু

(গ) নাকফুল

উত্তৰ- (ক) চিৰিপতা ।


13.সামাজিক শব্দ অৰ্থ নাম কি?

(ক) সমাজ

(খ) সমাজ সম্বন্ধীয়

(গ) সমাজহিতক

উত্তৰ- (খ) সমাজ সম্বন্ধীয় ।


14.মৰ্য্য়দা শব্দ অৰ্থ কি?

(ক) সন্মান

(খ) আদৰ্শ

(গ) সন্মনীয়তা

উত্তৰ- (ক) সন্মান ।


15.নিবিড় শব্দ অৰ্থ কি?

(ক) অতি দূৰত

(খ) অতি ওচৰ

(গ) দূৰত

উত্তৰ- (খ) অতি ওচৰ ।


16.উপাদান শব্দ অৰ্শ কি?

(ক) বস্তুৰ গঠনত থকা মূল পদাৰ্থ

(খ) বস্তু গঠনত অমূল্য় পদাৰ্থ

(গ) সম্পদ

উত্তৰ- (ক) বস্তুৰ গঠনত থকা মূল পদাৰ্থ।


17. গৰিমা শব্দ অৰ্থ কি?

(ক) গৌৰৱনীয়তা

(খ) অগৌৰৱ

(গ) গৌৰৱ

উত্তৰ- (গ) গৌৰৱ ।


18. বিগ্ৰহ শব্দ অৰ্থ কি?

(ক) দেৱ-দেৱী পূজা কৰা

(খ) অবিগ্ৰহ

(গ) দেৱ-দেৱী আদিৰ মূৰ্তি

উত্তৰ- (গ) দেৱ-দেৱী আদিৰ মূৰ্তি ।


19. কঁকালৰ অলংকাৰৰ নাম কি?

(ক) চন্দ্ৰহাৰ. কঁকালি

(খ) কঁপালি

(গ) কেৰু

উত্তৰ- (ক) চন্দ্ৰহাৰ. কঁকালি ।


20. মূৰৰ অলংকাৰৰ নাম কি?

(ক) কপালৰ কপালি, খোপাত সোণ-ৰূপৰ ফুল

(খ) খাৰু

(গ) গলপতা

উত্তৰ- (ক) কপালৰ কপালি, খোপাত সোণ-ৰূপৰ ফুল ।