অসমৰ আ- অলংকাৰ
Chapter4
1. মানুহৰ এই সাজোন- কাজোনৰ অভ্য়াসৰ ফলত মনোমোহা কি সৃষ্টি হৈছে?
(ক) আ-অলংকাৰ
(খ) ঠকা-পইচা
(গ) ধন-সম্পত্তি
উত্তৰ- (ক) আ-অলংকাৰ ।
2. আ-অলংকাৰে মানুহৰ কি পৰিচয় দিবলৈ ধৰে?
(ক) অহংকাৰৰ
(খ) সামাজিক মৰ্য্য়দাৰ
(গ) ভাল
উত্তৰ- (খ) সামাজিক মৰ্য্য়দাৰ ।
3. অসমৰ সংস্কৃতি কেনেকুৱা?
(ক) বেয়া
(খ) ভাল
(গ) বাৰেৰহণীয়া
উত্তৰ- (গ) বাৰেৰহণীয়া ।
4. অসমৰ পুৰণি কি মনোমোহা বস্তু আছিল?
(ক) আ-অলংকাৰ
(খ) গছ-গছনি
(গ) ঘৰ-দুৱাৰ
উত্তৰ- (ক) আ-অলংকাৰ ।
5.পুৰণি অসমৰ বিভিন্ন প্ৰকাৰৰ অলংকাৰ ক’ত খোদিত কৰা আছে?
(ক) মাটিত
(খ) পাতত
(গ) গড়গাঁৱৰ কাৰেংঘৰ, ৰংপুৰৰ ৰংঘৰ তলাতল ঘৰ আদি
উত্তৰ- (গ) গড়গাঁৱৰ কাৰেংঘৰ, ৰংপুৰৰ ৰংঘৰ তলাতল ঘৰ আদি ।
6. অসমীয়া অলংকাৰবোৰক কি কি ভাগত ভগোৱা হৈছে?
(ক) মিনাকৰা, হীৰা, বাখৰুৱা, উকা আদি
(খ) পলেপ
(গ) চাফা কৰা
উত্তৰ- (ক) মিনাকৰা, হীৰা, বাখৰুৱা, উকা আদি ।
7.,সোণ-ৰূপ, বেত, কাঠ, কড়ি আদিৰ পৰা কি ব্য়ৱহাৰ কৰা হয়?
(ক) কাগজ
(খ) আ-অলংকাৰ
(গ) চামৰা
উত্তৰ- (খ) আ-অলংকাৰ ।
8.ডিঙিৰ অলংকাৰ নাম কি?
(ক) খাৰু
(খ) ফুলি
(গ) জোনবিৰি
উত্তৰ- (গ) জোনবিৰি ।
9.কাণৰ অলংকাৰ নাম কি?
(ক) খাৰু
(খ) আঙঠি
(গ) কেৰু
উত্তৰ- (গ) কেৰু ।
10. নাকৰ অলংকাৰ নাম কি?
(ক) নাকফুলি
(খ) আঙঠি
(গ) জোনবিৰি
উত্তৰ- (ক) নাকফুলি ।
11. হাতৰ অলংকাৰ নাম কি?
(ক) ফুলি
(খ) কেৰু
(গ) বাহুত বাজু
উত্তৰ- (গ) বাহুত বাজু ।
12. হাতৰ আঙুলি আঙঠি নাম কি?
(ক) চিৰিপতা
(খ) উকা খাৰু
(গ) নাকফুল
উত্তৰ- (ক) চিৰিপতা ।
13.সামাজিক শব্দ অৰ্থ নাম কি?
(ক) সমাজ
(খ) সমাজ সম্বন্ধীয়
(গ) সমাজহিতক
উত্তৰ- (খ) সমাজ সম্বন্ধীয় ।
14.মৰ্য্য়দা শব্দ অৰ্থ কি?
(ক) সন্মান
(খ) আদৰ্শ
(গ) সন্মনীয়তা
উত্তৰ- (ক) সন্মান ।
15.নিবিড় শব্দ অৰ্থ কি?
(ক) অতি দূৰত
(খ) অতি ওচৰ
(গ) দূৰত
উত্তৰ- (খ) অতি ওচৰ ।
16.উপাদান শব্দ অৰ্শ কি?
(ক) বস্তুৰ গঠনত থকা মূল পদাৰ্থ
(খ) বস্তু গঠনত অমূল্য় পদাৰ্থ
(গ) সম্পদ
উত্তৰ- (ক) বস্তুৰ গঠনত থকা মূল পদাৰ্থ।
17. গৰিমা শব্দ অৰ্থ কি?
(ক) গৌৰৱনীয়তা
(খ) অগৌৰৱ
(গ) গৌৰৱ
উত্তৰ- (গ) গৌৰৱ ।
18. বিগ্ৰহ শব্দ অৰ্থ কি?
(ক) দেৱ-দেৱী পূজা কৰা
(খ) অবিগ্ৰহ
(গ) দেৱ-দেৱী আদিৰ মূৰ্তি
উত্তৰ- (গ) দেৱ-দেৱী আদিৰ মূৰ্তি ।
19. কঁকালৰ অলংকাৰৰ নাম কি?
(ক) চন্দ্ৰহাৰ. কঁকালি
(খ) কঁপালি
(গ) কেৰু
উত্তৰ- (ক) চন্দ্ৰহাৰ. কঁকালি ।
20. মূৰৰ অলংকাৰৰ নাম কি?
(ক) কপালৰ কপালি, খোপাত সোণ-ৰূপৰ ফুল
(খ) খাৰু
(গ) গলপতা
উত্তৰ- (ক) কপালৰ কপালি, খোপাত সোণ-ৰূপৰ ফুল ।