1. ধূলি কণা মই মৰিলেও দিন গ'লে কি হ'ব? 

পুৱা

সন্ধিয়া

ৰাতি.



2. ধূলি কণা মৰিলেও কি ওলায়ে থাকিব?

তৰা

চন্দ্ৰ

জোন বেলি


3. গছত কি ফুলি থাকিব?

ফুল

ফল

শাক


4. নিজ বাটে কি ঘূৰিব?

নক্ষত্ৰ

বেলি

তৰা


5. ধূলি-কণা নহলে এই জগতৰ কি পৰি নাথাকিব?

কাম পৰি নাথাকিব

কাম পৰি থাকিব

সময় পৰি নাথাকিব


6. চন্দ্ৰধৰ বৰুৱা কিমান চনত জন্ম হৈছিল?

১৮৪৭

১৯৮৭

১৮৭৪


7. চন্দ্ৰধৰ বৰুৱা কিমান চনত মৃত্য়ু হৈছিল?

১৯৬১

১৯১৬

১৮৬৪


8. চন্দ্ৰধৰ বৰুৱবা জন্ম ক'ত হৈছিল?

যোৰহাটত

গুৱাহাটীত

মৰিগাঁৱত


9. চন্দ্ৰধৰ বৰুৱা পিতৃৰ নাম কি?

দুৰ্গাধৰ বৰুৱা

মহেন্দ্ৰ বৰুৱা

দুৰ্গাৰাম বৰুৱা


10. চন্দ্ৰধৰ বৰুৱা মাতৃৰ নাম কি?

প্ৰেমাৱতী

চন্দ্ৰনী বৰুৱা

চন্দ্ৰ প্ৰভা বৰুৱা


11. কিমান চনত কামৰূপ সঞ্জীৱনী সভাৰ দ্বাৰা সাহিত্য়ৰত্ন উপাধিৰে বিভূষিত ?

১৯২৮

১৯২৯

ওপৰৰ দুইটা হয়


12.কিমান চনত ৰঞ্জন নামৰ এখন ধেমেলীয়া কবিতা পুথি ৰচনা কৰে?

১৯১৭

১৯২৭

ওপৰৰ দুইটা হয়


13. কিমান চনত গোৱালপাৰাত বহা অসম সাহিত্য় সভাৰ সভাপতি আছিল?

১৯১৮

১৯২৮

ওপৰৰ এটাও নহয়


14. বিপুল শব্দ অৰ্থ কি?

বিস্তাৰ

অতিশয়

ওপৰৰ দুইটা হয়


15. বিভোৰ শব্দ অৰ্থ কি?

মগ্ন

মুগ্ধ

ওপৰৰ দুইটা হয়


16.সংসাৰ সমাৰ্থক শব্দ কি? 

পৰিয়াল

ঘৰ

ওপৰৰ দুইটা হয়


17. ফুলৰ সমাৰ্থক শব্দ কি?

পুষ্প

ফুলনি

ওপৰৰ দুইটা হয়


18. গছৰ সমাৰ্থক শব্দ কি?

বিৰিখ

বৃক্ষ

ওপৰৰ দুইটা হয়


19. বিশালৰ সমাৰ্থক শব্দ কি?

শকত

ডাঙৰ

ওপৰৰ এটাও নহয়

 

20. হানি সমাৰ্থক শব্দ কি?

Question Type

অসুবিধা

সুবিধা

ওপৰৰ দুইটা হয়