1. অযোধ্য়াৰ ৰজা দশৰথৰ পুত্ৰৰ নাম কি?

Question Type

ৰাম

লক্ষ্মণ

হনুমান


2. সীতাক কোনে হৰণ কৰিছিল?

ৰামে

লক্ষ্মণে

লঙ্কাপতি দশানন ৰাৱণে


3. ৰাৱণে সীতাক তেওঁ ৰাজ্য়ৰ ক'ত বন্দী কৰি ৰাখিছে?

এটা ঘৰত

এখন হাবিত

এটা অশোক বাটিকাত


4. শৰতৰ আগমন লগে লগে ৰাম  কি বাবে সাজু হ'ল?

যুদ্ধজয়ৰ

পলাবৰ

লুকাবৰ


5. সুগ্ৰীৱৰ জ্ঞান গৰ্ভ কি বানৰ সেনাক প্ৰথমতে উদ্বুদ্ধ কৰিব পৰা নাছিল?

কথাৰে

ভাষাৰে

ভাষণে


6.বানৰ ৰাজৰ  গুৰু-গম্ভীৰ আস্ফোলনত কপিগণো হঠাৎ কি হৈ পৰিল?

আচৰিত

উত্তেজিত

ভয়


7. পুৰ্ব বিবশ কিহৰ বাবে কিছু লজ্জিতও হ'ল?

ব্য়ৱহাৰৰ বাবে

কামৰ বাবে

আচৰণৰ বাবে


8. সকলোৱে কিহৰ অনুশীলনীত ৰত হৈ পৰিল?

ৰণৰ

ধেমালীৰ

নাচৰ


9. কোনে পৰ্বতৰ শৃঙ্গ এটা ভাঙি বাঁঁও কান্ধত থেকেচি খণ্ড-বিখণ্ড কৰিলে?

ঋষভে

হনুমানে

ৰামে


10.খণ্ডিত গিৰিশৃঙ্গ ধূলি কিহে উৰিল?

ঘৰৰ দিশে

চৌদিশে

বাটৰ দিশে


11. কোনে কাণ-তাল মৰা চিঞৰ এটা মাৰিলে?

ৰামে

শৰভে

লক্ষ্মণে


12. কিহেৰে ভৰা সাগৰখন দেখাত প্ৰশান্ত যেন লাগে?

বস্তুৰে

ৰঙৰে

সম্পদেৰে


13. যুদ্ধ জয়ৰ পথত বাধা নিদিবলৈ কোনে ওৰে নিশা সাগৰক তুতি কৰিছিল?

ৰামে

হনুমানে

লক্ষ্মণে


14. শীতল সমুদ্ৰজলেৰে ,স্নান কৰি নলে পোলতে পিতৃ কালৈ প্ৰণাম জনালে?

বিশ্বকৰ্মালৈ

ভগৱানলৈ

ৰামলৈ


15. ৰামে প্ৰাণৰ কাক উদ্ধাৰ কৰিলে?

পুতলী সীতাক

ৰামৰ সীতাক

হৰিৰ সীতাক


16. ৰাম বাহিনীয়ে কিযাত্ৰা আৰম্ভ কৰিলে?

সমৰযাত্ৰা

অমৰযাত্ৰা

ভাগৰুৱা যাত্ৰা


17. আনন শব্দ অৰ্থ কি?

মুখ

আনন্দ

স্ফৰ্তি


18. কপি শব্দ অৰ্থ কি ?

কপি যোৱা

বান্দৰ

বান্দৰি


19.সেতুবন্ধ হ'ল প্ৰাকৃত ভাষাত ৰচিত এখন কি?

সাধু

গল্প

মহাকাব্য়

 

20. এই মহাকাব্য়খন প্ৰসিদ্ধ কবি কোনে ৰচনা কৰিছিল?

ভবেন্দ্ৰ নাথ শইকীয়া

চন্দ্ৰকুমাৰ আগৰৱালা

প্ৰবৰসেনে