1. অসম এখন কি ৰাজ্য়?

Question Type

বৈচিত্ৰপূৰ্ণ

 

অবৈচিত্ৰপূৰ্ণ

চিত্ৰপূৰ্ণ


2. অপৰূপ প্ৰাকৃতিক কিহেৰে অসমৰ বৃহৎ ভূমি?

ভাষাৰে

ৰূপেৰে

সৌন্দৰ্য্য়ৰে

3. কিহৰ মিলনৰ বাবে অসমীয়া জাতি গঢ়ি উঠিছে?

চৰাইৰ

জন্তুৰ

জাতি-জনগোষ্ঠীৰ

4.ৰাভাসকল অসমৰ এটা বৃহৎ কি?

এলেকা

চৌপাশ

জনগোষ্ঠীৰ

5. অসমৰ পাহাৰীয়া জিলা কেইখন?

এখন

সাতখন

দুখন

6. সকলো খেলৰে পৰিয়ালসমুহৰ মূৰব্বী কোন ?

স্ত্ৰী

পুৰুষ

উভয়

7. ৰাভাসকলৰ সামাজিক জীৱন কি

বেয়া

ভাল

শৃংখলাবদ্ধ

8. ৰাভা সমাজত বিভিন্ন প্ৰকাৰৰ কি প্ৰচলন আছে?

বিবাহ

কাম-কাজ

ৰীতি-নীতি

9. ৰাভাসকল মূলতঃ কি?

কৃষিজীৱী

ব্য়ৱসায়

চাকৰি

10. ৰাভা মহিলাই  ঘৰতে কি প্ৰস্তুত কৰি লয়?

বিভিন্ন ধৰণৰ কাঠৰ বস্তু

পিলাষ্টিকৰ পুতলা

সাজ-পাৰ

11. পয়োভৰ শব্দ অৰ্থ কি?

হেঁচা

তললৈ যোৱা

ওপৰলৈ অহা

12. ৰাভাসকলে ব্য়ৱহাৰ কৰা বাদ্য়ৰ নাম কি?

গমেনা, বাদুংদু'প্পা

পেঁপা

বাঁহী

13. বাদ্য়যন্ত্ৰসমুহ কিহেৰে সাজি লয়?

পিলাষ্টিকেৰে

বেতেৰে

কাঠ-বাঁহেৰে

14. মৰিশালিৰ নাতিদুৰৈত থকা লঠঙা শিমলু এজোপাত কেইটা পৰি আছিল?

চাৰিটা

তিনিটা

ছয়টা

15. ৰাভাসকলৰ উৎসৱ-অনুষ্ঠানসমূহৰ ভিতৰত কি উৎসৱ অন্য়তম।

গণতন্ত্ৰ দিৱস

গণৰাজ্য় দিৱস

ফাৰকান্ত দিৱস

16.ৰাভাসকলৰ খেল প্ৰধানকৈ কেইটা ভাগত ভগোৱা হৈছে?

আঠটা ভাগত

সাতটা ভাগত

নটা ভাগত

17. ফাৰকান্তি উৎসৱত কি নৃত্য় পৰিৱেশন কৰা হয়?

বিহু নৃত্য়

ফাৰকান্তি নৃত্য়

হুচৰি নৃত্য়

18. খেল শব্দ অৰ্থ কি?

ধৰ্মীয় ৰীতি-নীতি

ধেমালি

স্ফূৰ্তি

19. পানীয় শব্দ অৰ্থ কি?

পনীয়া

গোটা

পি খাব পৰা

 

20. প্ৰণালী শব্দ অৰ্থ কি?

কোনো কামৰ বাবে নিৰ্দিষ্ট নীতি-নিয়ম

তৈয়াৰী

অপ্ৰণালী