1. আমি আমাৰ চাৰিওফালে বিভিন্ন কি দেখি থাকোঁ?

(ক) গছ-গছনি

(খ) চৰাই-চিৰিকতি

(গ) জীৱ-জন্তু

উত্তৰ- (গ) জীৱ-জন্তু ।


2. কিছুমান প্ৰাণীয়ে নিশাৰ ভাগত নিজৰ কি সন্ধান কৰে?

(ক) খাদ্য়ৰ

(খ) টকা-পইচা

(গ) অলংকাৰ

উত্তৰ- (ক) খাদ্য়ৰ ।


3. নিশাচৰ প্ৰাণীবোৰৰ দেহটো কি পৰিৱেশৰ লগত খাপ খাই থাকে?

(ক) গছ-গছনি পৰিৱেশৰ লগত

(খ) দিনৰ পৰিৱেশৰ লগত

(গ) ৰাতিৰ পৰিৱেশৰ লগত

উত্তৰ- (গ) ৰাতিৰ পৰিৱেশৰ লগত ।


4. কম পোহৰত কি জন্তুৰ দুষ্টিশক্তি প্ৰহল হয?

(ক) কুকুৰ

(খ) মেকুৰি

(গ) বাঘ

উত্তৰ- (খ) মেকুৰি ।


5. মেকুৰিৰ চকুত পোহৰ পৰিলে প্ৰথমে ক’ত পোহৰ পৰে?

(ক) মাটিত পৰে

(খ) ৰেটিনাত পৰে

(গ) মণিত পৰে

উত্তৰ- (খ) ৰেটিনাত পৰে ।


6. বাদুলীয়ে গছৰ কি খাই জীৱণ-ধাৰণ কৰে?

(ক) গুটি খাই

(খ) ৰস খাই

(গ) ফল-মূল খাই

উত্তৰ- (গ) ফল-মূল খাই ।


7. আমাৰ অসমত সাধাৰণতে কেইজাতৰ বাদুলি আছে?

(ক) তিনি জাতৰ

(খ) পাঁচ জাতৰ

(গ) দুই জাতৰ

উত্তৰ- (গ) দুই জাতৰ ।


8. আকাৰত চুঙা-বাদুলিবিলাক কি হয়? 


(ক) মধ্য়ম

(খ) ডাঙৰ

(গ) সৰু

উত্তৰ- (গ) সৰু ।


9. জোনাকী পৰুৱাৰ দেহত লুছিফেৰিন নামৰ এবিধ কি থাকে?

(ক) হাড় থাকে

(খ) মঙহ থাকে

(গ) পদাৰ্থ থাকে

উত্তৰ- (গ) পদাৰ্থ থাকে ।


10. বাদুলিয়ে ঘোৰ অন্ধকাৰত চলা-ফিৰা কৰিবলৈ কি ব্য়ৱহাৰ কৰে?

(ক) চকু

(খ) কাণ

(গ) নাক

উত্তৰ- (খ) কাণ ।


11. সন্ধানৰ সমাৰ্থক শব্দ কি?

(ক) অনুসন্ধান

(খ) বিচাৰি ফুৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বিচাৰি ফুৰা ।


12. প্ৰবল সমাৰ্থক শব্দ কি?

(ক) সবল

(খ) প্ৰচণ্ড

(গ) ওপৰৰ এটাও নহয়

উত্তৰ-(খ) প্ৰচণ্ড ।


13. চকু সমাৰ্থক শব্দ কি?

(ক) নেত্ৰ

(খ) নয়ন

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।


14. পাখি সমাৰ্থক শব্দ কি?

(ক) ডেউকা

(খ) পাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ডেউকা ।


15. সংগী সমাৰ্থক শব্দ কি?

(ক) বন্ধু

(খ) লগৰী

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (খ) লগৰী ।


16. চিহ্ন সমাৰ্থক শব্দ কি?

(ক) চিন

(খ) ছবি

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) চিন ।


17. জোনাকী পৰুৱাৰ দেহত কি নামৰ এবিধ পদাৰ্থ থাকে?0

(ক) লুছিফেৰিন

(খ) লছিফেৰিন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) লুছিফেৰিন ।


18. লুছিফেৰিন নামৰ এবিধ পদাৰ্থৰ লগত কি লগ লাগিলে পোহৰ উৎপন্ন হয় ?

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সাইজ

(গ) ওপৰৰ দুইটা হয়

উত্তৰ- (ক) অক্সিজেন ।


19. জোনাকী পৰুৱাই কি নিৰ্গত কৰে?

(ক) পোহৰ

(খ) তাপ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পোহৰ ।


20. বাদুলি এবিধ কি প্ৰাণী?

(ক) দিনৰ প্ৰাণী

(খ) নিশাচৰ প্ৰাণী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নিশাচৰ প্ৰাণী