Chapter-3

সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক


১। কৃত্ৰিম আঁহৰ উৎস কি?

(ক) বহুযোগী

(খ) সাংশ্লেষিক আহঁ

(গ) পেট্ৰলিয়াম

উত্তৰঃ (ক) বহুযোগী।


২। একযোগীৰ পৰা বহুযোগী প্ৰস্তত কৰা প্ৰক্ৰিয়াটোৰ নাম কি?

(ক) পেট্ৰলিয়াম

(খ) সাংশ্লেষিক আঁহ

(গ) বহুযোগীকৰণ

উত্তৰঃ (গ) বহুযোগীকৰণ।


৩। বহুযোগী পদাৰ্থবোৰ প্ৰধানকৈ কেই প্ৰকাৰৰ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনিপ্ৰকাৰৰ

(গ) ছয় প্ৰকাৰৰ

উত্তৰঃ (খ) তিনিপ্ৰকাৰৰ।


৪। কোনজন বৈজ্ঞানিকে পোন প্ৰথমে কৃত্ৰিম আঁহ প্ৰস্তত কৰিছিল?

(ক) আলেকজেণ্ডাৰে

(খ) লুই পেষ্টুৰে্

(গ) জ’ছেফ ছ’ৱানে

উত্তৰঃ (গ) জ’ছেফ ছ’ৱানে।


৫। কৃত্ৰিম আঁহ কোন চনত প্ৰস্তত কৰিছিল?

(ক) ১৯৮০ চনত

(খ) ১৮৮০ চনত

(গ) ১৭৮০ চনত

উত্তৰঃ (খ) ১৮৮০ চনত।


৬। কৃত্ৰিম পাটৰ আৱিষ্কাৰক গৰাকী কোন?

(ক) হিলাৰি দ্য চাৰ্ড’নেট

(খ) জ’ছেফ ছ’ৱান

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হিলাৰি দ্য চাৰ্ড’নেট।


৭। বেগ কি আঁহৰ দ্বাৰা প্ৰস্তত কৰা হয়?

(ক) নাইলনৰ আঁহৰ দ্বাৰা

(খ) সাংশ্লেষিক আঁহৰ দ্বাৰা

(গ) প্ৰাকৃতিক আঁহৰ দ্বাৰা

উত্তৰঃ (ক) নাইলনৰ আঁহৰ দ্বাৰা।


৮। তলত কোনটো নাইলন আঁহেৰে তৈয়াৰী নহয়?

(ক) পেৰাছুট

(খ) মোজাৰ

(গ) পাট কাপোৰ

উত্তৰঃ (গ) পাট কাপোৰ।


৯। কিমান বছৰৰ গৱেষণা কৰি নাইলন পোৱা গৈছিল?

(ক) ১১ বছৰ

(খ) ১৩ বছৰ

(গ) ১৬ বছৰ

উত্তৰঃ (ক) ১১ বছৰ।


১০। কি আঁহ ১৯৪১ চনত আৱিষ্কাৰ হৈছিল?

(ক) নাইলন

(খ) ৰেয়ন

(গ) এক্ৰাইলিক

উত্তৰঃ(গ) এক্ৰাইলিক।


১১। সাংশ্লেষিক কাপোৰত সহজে দাগ?

(ক) লাগে

(খ) নালাগে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নালাগে।


১২। তাপ পালে কি আঁহ পুৰি যায়?

(ক) সাংশ্লেষিক আঁহ

(খ) প্ৰাকৃতিক আঁহ

(গ) ৰেয়ন আঁহ

উত্তৰঃ (খ) প্ৰাকৃতিক আঁহ।


১৩। তলৰ কোনটো প্লাষ্টিকৰ নহয়?

(ক) মোনা

(খ) বাল্টি

(গ) কাপোৰ

উত্তৰঃ (গ) কাপোৰ।


১৪। বৈদ্যুতিক ছুইচবোৰত ভাঁজ খুৱাব?

(ক) পাৰি

(খ) নোৱাৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নোৱাৰি।


১৫। প্লাষ্টিক তাপৰ?

(ক) কুপৰিবাহী

(খ) পৰিবাহী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কুপৰিবাহী।


১৬। সাংশ্লেষিক আঁহবোৰ কি?

(ক) মানৱসৃষ্ট

(খ) প্ৰকৃতিৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মানৱসৃষ্ট।


১৭। কোনবিধ সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহ নহয়?

(ক) নাইলন

(খ) ৰেয়ন

(গ) পৰিয়েষ্টাৰ

উত্তৰঃ (খ) ৰেয়ন।


১৮। প্লাষ্টিক কেই ভাগত ভগাব পাৰি?

(ক) ২ ভাগত

(খ) ৪ ভাগত

(গ) ৬ ভাগত

উত্তৰঃ (ক) ২ ভাগত।


১৯। তাপদৃঢ় প্লাষ্টিকৰ উদাহৰণ হ’ল

(ক) বহুযোগী ৬-৬

(খ) এডিপিক এছিড

(গ) মেলামাইন

উত্তৰঃ (গ) মেলামাইন।


২০। কি আঁহে পানী শুহি নলয়

(ক) কপাহী

(খ) নাইলন

(গ) পলিয়েষ্টাৰ

উত্তৰঃ (খ) নাইলন।