Chapter-20

প্ৰকৃতিত মানুহৰ হস্তক্ষেপ


১। প্ৰাকৃতিক সম্পদ কেই প্ৰকাৰৰ ?

(ক) দূুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰিপ্ৰকাৰৰ

উত্তৰঃ (ক) দূুই প্ৰকাৰৰ।


২। আঁতৰৰ পৰা পৃথিৱীখনক কিহৰ নিচিনা দেখী ?

(ক) নীলা ডাঙৰ বল

(খ) নীলা মাৰ্বল

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (খ) নীলা মাৰ্বল।


৩। মানুহে সৃষ্টি কৰিব নোৱাৰা সম্পদক ?

(ক) মানৱসৃষ্ট

(খ) প্ৰাকৃতিক

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (খ) প্ৰাকৃতিক।


৪। তলৰ কোনটোত বতাহ পৰিব—-

(ক) সৌৰশক্তি

(খ) জৈৱভৰ শক্তি

(গ) বায়ব শক্তি

উত্তৰঃ (গ) বায়ব শক্তি।


৫। নৱীকৰণযোগ্য সম্পদবোৰক আন কি নামেৰে জনা যায় ?

(ক) প্ৰাকৃতিক সম্পদ

(খ) জীৱসম্পদ

(গ) আণবিক শক্তি

উত্তৰঃ (খ) জীৱসম্পদ।


৬। তলৰ কোনটো বনজ সম্পদৰ সম্পদ নহয় ?

(ক) কাঠ

(খ) ঔষধি

(গ) সৌৰশক্তি

উত্তৰঃ (গ) সৌৰশক্তি।


৭। জীৱসম্পদৰ হ্ৰাসৰ প্ৰধান কাৰক কেইটা ?

(ক) দুটা

(খ) তিনিটা

(গ) পাঁচটা

উত্তৰঃ (ক) দুটা।


৮। চিপকো আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?

(ক) ১৯৬৪ চনত

(খ) ১৯৬৬ চনত

(গ) ১৯৭২ চনত

উত্তৰঃ (গ) ১৯৭২ চনত।


৯। জীৱাশ্ম ইন্ধন সৃষ্টি হোৱা প্ৰক্ৰিয়াটো ?

(ক) দীঘল

(খ) চুটি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) দীঘল।


১০। পুনৰ উদ্ধাৰ কৰিব পৰা সম্পদেই হ’ল ?

(ক) প্ৰাকৃতিক সম্পদ

(খ) নৱীকৰণযোগ্য

(গ) অনৱীকৰণযোগ্য়

উত্তৰঃ (খ) নৱীকৰণযোগ্য।


১১। অণুজীৱ, উদ্ভিদ আৰু প্ৰণীৰ কি সম্পদ ? 

(ক) প্ৰাকৃতিক

(খ) নৱীকৰণযোগ্য

(গ) অনৱীকৰণযোগ্য

উত্তৰঃ (খ) নৱীকৰণযোগ্য।


১২। পেট্ৰ’লিয়াম এবিধ কি সম্পদ ?

(ক) প্ৰাকৃতিক

(খ) ক্ষয়শীল

(গ) অক্ষয়

উত্তৰঃ (খ) ক্ষয়শীল।


১৩। নৱীকৰণযোগ্য সম্পদবোৰ—

(ক) জীৱিত

(খ) মৃত

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক) জীৱিত।


১৪। পেলনীয়া কাগজৰ পৰা নতুন কাগজ বা পুতলা আদি বনোৱা পদ্ধতিটোক কি বোলা হয় ?

(ক) বনানীকৰণ

(খ) পুনৰাৱৰ্তন

(গ) মাটি সংৰক্ষণ

উত্তৰঃ (খ) পুনৰাৱৰ্তন।


১৫। অস্মীভৱনেৰে কি সৃষ্টি হয় ?

(ক) কয়লা

(খ) পেট্ৰ’লিয়াম

(গ) সম্পদ

উত্তৰঃ (ক) কয়লা।


১৬। অক্ষয় সম্পদ ব্য়ৱহাৰ কৰি থাকিলে কি সম্ভাৱনা দেখা যায় ?

(ক) শেষ হোৱাৰ সম্ভাৱনা

(খ) শোষ হোৱাৰ কোনো সম্ভাৱনা নাথাকে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) শোষ হোৱাৰ কোনো সম্ভাৱনা নাথাকে।


১৭। যি সম্পদ ব্য়ৱহাৰ কৰি থাকিলে শেষ হৈ যোৱাৰ সম্ভৱনা থাকে তাক কি বোলে ?

(ক) ক্ষয়শীল সম্পদ

(খ) অক্ষয়শীল সম্পদ

(গ) প্ৰাকৃতিক সম্পদ

উত্তৰঃ (খ) অক্ষয়শীল সম্পদ।


১৮। নৱীকৰণযোগ্য় সম্পদবোৰ জীৱিত হোৱাৰ বাবে ইঁহতক কি বোলা হয় ?

(ক) জীৱিত সম্পদ

(খ) অজীৱিত সম্পদ

(গ) জীৱসম্পদ

উত্তৰঃ (গ) জীৱসম্পদ।


১৯। বনাঞ্চলে বিভিন্ন জীৱ-জন্তুক কেনেদৰে সহায় কৰে ?

(ক) খাদ্য় যোগান ধৰে

(খ) আবাসস্থলী

(গ) পানী যোগান ধৰে

উত্তৰঃ (খ) আবাসস্থলী।


২০। মৃত জীৱৰ দেহ মাটিত পোত খাই অস্মীভৱনেৰে জীৱাশ্মৰ সৃষ্টি কৰে তাক কি বোলে ?

(ক) জীৱাশ্ম ইন্ধন

(খ) ইন্ধন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জীৱাশ্ম ইন্ধন।