১। ৰাজনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ কি ?
a) General Science
b) Social Science
c) Political Science
Ans: Political Science
২। 'Politics ' শব্দটো কোনটো ভাষাৰ শব্দ ?
a) ইংৰাজী
b) গ্ৰিক
c) সংস্কৃত
Ans: গ্ৰিক
৩। ৰাজনীতি শব্দটো পোন প্ৰথমে কোনে ব্য়বহাৰ কৰিছিল ?
a) এৰিষ্ট'টলে
b) প্লেট'
c) আলেকজেণ্ডাৰ
Ans: এৰিষ্ট'টলে
৪। ৰাজন মানে কি ?
a) ৰজা
b) প্ৰজা
c) মন্ত্ৰী
Ans: ৰজা
৫। কোনে অৰ্থশাস্ত্ৰ গ্ৰন্থখন ৰচনা কৰিছিল ?
a) বাল্মিকী
b) কৌটিল্য
c) গাৰ্ণাৰৰ
Ans: কৌটিল্য
৬। প্লেট'ৰ বিখ্যাত গ্ৰন্থখন কি ?
a) 'দ্য লজ'
b) 'দ্য় কজ'
c) 'দ্য় লাজ'
Ans: 'দ্য লজ'
৭। পলিচ শব্দ বা অৰ্থ কি ?
a) নগৰ বা ৰাষ্ট্ৰ
b) গাওঁ বা ৰাষ্ট্ৰ
c) চহৰ বা ৰাষ্ট্ৰ
Ans: নগৰ বা ৰাষ্ট্ৰ
৮। ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু কি ?
a) গৰু
b) মানুহ
c) কাছ
Ans: মানুহ
৯। দ্য লজ নামৰ গ্ৰন্থখনৰ ৰচিয়তা কোন ?
a) প্লেট'
b) এৰিষ্ট'টল
c) আলেকজেণ্ডাৰ
Ans: প্লেট'
১০। ৰাজনীতি বিজ্ঞান যিমান বিজ্ঞান তাতকৈ অধিক কি ?
a) সমস্য়া
b) কলা
c) পদ্ধতি
Ans: কলা
১১। ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথম কোনে ব্যৱহাৰ কৰিছিল ?
a) জ্যা বঁদাই
b) প্লেট
c) মেকিয়াভেলি
Ans: জ্যা বঁদাই
১২। ৰাজনীতি বিজ্ঞানক কোনে শ্ৰেষ্ঠ বুলি অবিহিত কৰা হৈছিল ?
a) এৰিষ্ট'টল
b) মেকিয়াভেলি
c) মন্টেছকিড
Ans: এৰিষ্ট'টল
১৩। গীটাৰ বজাই সৃষ্টি কৰা সুৰ কি
a) কলা
b) পদ্ধতি
c) সমস্য়া
Ans: কলা
১৪। ৰাজনীতি বিজ্ঞানিক কি বুলি অভিহিত কৰা হয় ?
a) প্ৰকৃত বিজ্ঞান
b) ৰাসায়ন বিজ্ঞান
c) সাধাৰণ বিজ্ঞান
Ans: প্ৰকৃত বিজ্ঞান
১৫। ব্ৰাইচৰ মতে ৰাজনীতি বিজ্ঞান কি বিজ্ঞান ?
a) সাধাৰণ বিজ্ঞান
b) ৰাসায়ন বিজ্ঞান
c) প্ৰগতিশীল বিজ্ঞান
Ans: প্ৰগতিশীল বিজ্ঞান
0 Comments