১। ৰাজনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ কি ?

a) General Science

b) Social Science

c) Political Science

Ans: Political Science

 

২। 'Politics ' শব্দটো কোনটো ভাষাৰ শব্দ ?

a) ইংৰাজী

b) গ্ৰিক

c) সংস্কৃত

Ans: গ্ৰিক

 

৩। ৰাজনীতি শব্দটো পোন প্ৰথমে কোনে ব্য়বহাৰ কৰিছিল ?

a) এৰিষ্ট'টলে

b) প্লেট' 

c) আলেকজেণ্ডাৰ

Ans: এৰিষ্ট'টলে

 

৪। ৰাজন মানে কি ?

a)  ৰজা

b) প্ৰজা

c) মন্ত্ৰী

Ans:  ৰজা

 

৫। কোনে অৰ্থশাস্ত্ৰ গ্ৰন্থখন ৰচনা কৰিছিল ?

a) বাল্মিকী

b) কৌটিল্য

c) গাৰ্ণাৰৰ

Ans: কৌটিল্য

 

৬। প্লেট'ৰ বিখ্যাত গ্ৰন্থখন কি ?

a) 'দ্য লজ'

b) 'দ্য় কজ'

c) 'দ্য় লাজ'

Ans: 'দ্য লজ'

 

৭। পলিচ শব্দ বা অৰ্থ কি ?

a) নগৰ বা ৰাষ্ট্ৰ

b) গাওঁ বা ৰাষ্ট্ৰ

c) চহৰ বা ৰাষ্ট্ৰ

Ans: নগৰ বা ৰাষ্ট্ৰ

 

৮। ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু কি ?

a) গৰু

b) মানুহ

c) কাছ

Ans: মানুহ

 

৯। দ্য লজ নামৰ গ্ৰন্থখনৰ ৰচিয়তা কোন ?

a) প্লেট'

b) এৰিষ্ট'টল

c) আলেকজেণ্ডাৰ

Ans: প্লেট'

 

১০। ৰাজনীতি বিজ্ঞান যিমান বিজ্ঞান তাতকৈ অধিক কি ?

a) সমস্য়া

b) কলা

c) পদ্ধতি

Ans: কলা

 

১১। ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথম কোনে ব্যৱহাৰ কৰিছিল ?

a) জ্যা বঁদাই

b) প্লেট

c) মেকিয়াভেলি

Ans: জ্যা বঁদাই

 

১২। ৰাজনীতি বিজ্ঞানক কোনে শ্ৰেষ্ঠ বুলি অবিহিত কৰা হৈছিল ?

a) এৰিষ্ট'টল

b) মেকিয়াভেলি

c) মন্টেছকিড

Ans: এৰিষ্ট'টল

 

১৩। গীটাৰ বজাই সৃষ্টি কৰা সুৰ কি

a) কলা

b) পদ্ধতি

c) সমস্য়া

Ans: কলা

 

১৪। ৰাজনীতি বিজ্ঞানিক কি বুলি অভিহিত কৰা হয় ?

a) প্ৰকৃত বিজ্ঞান

b) ৰাসায়ন বিজ্ঞান

c) সাধাৰণ বিজ্ঞান

Ans: প্ৰকৃত বিজ্ঞান

 

১৫। ব্ৰাইচৰ মতে ৰাজনীতি বিজ্ঞান কি বিজ্ঞান ?

a) সাধাৰণ বিজ্ঞান

b) ৰাসায়ন বিজ্ঞান

c) প্ৰগতিশীল বিজ্ঞান

Ans: প্ৰগতিশীল বিজ্ঞান