মূল্য়বোধ – শিক্ষা

১. ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্য়ৱস্থাৰ মূল্য় আধাৰ কি আছিল?

(ক)প্ৰযুক্তিবিদ্য়াৰ

(খ)মূল্য়বোধ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)মূল্য়বোধ

২. ভাৰতীয় দৰ্শনে মূলবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে?

(ক)তিনিটা

(খ)চাৰিটা

(গ)পাঁচটা

উত্তৰঃ (খ)চাৰিটা

৩. আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্য়বোধ কেইটা?

(ক)তিনিটা

(খ)চাৰিটা

(গ)পাঁচটা

উত্তৰঃ (ক)তিনিটা

৪. নন্দনতাত্ত্ৱিক মূল্য়বোধৰ চাবি-কাঠী কি?

(ক)দৃষ্টিকোণ

(খ)মনোযোগ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)মনোযোগ

৫. ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্য়বোধ চিনাক্ত কৰিছে?

(ক)৭৪ টা মূল্য়বোধ

(খ)৮৪ টা মূল্য়বোধ

(গ)৯৪ টা মূল্য়বোধ

উত্তৰঃ (খ)৮৪ টা মূল্য়বোধ

৬. মোক্ষ মানে কি?

(ক)মুক্তি

(খ)নিৰ্বাণ

(গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ)ওপৰৰ দুয়োটা শুদ্ধ

৭. মূল্য়বোধ শিক্ষা পাঠটি লিখক কোন?

(ক)ড° দুলুমণি গোস্ৱামী

(খ)ড° স্ৱৰ্ণলতা দাস

(গ)ড° নিৰ্মলপ্ৰভা বৰদলৈ

উত্তৰঃ (ক)ড° দুলুমণি গোস্ৱামী

৮. গৰ্দভ শব্দ অৰ্থ কি?

(ক)মুক্তি

(খ)গাধ

(গ)কুকুৰ

উত্তৰঃ (খ)গাধ

৯. নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ ‘ম’ৰেল’ শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে? 

(ক)টাই ভাষা

(খ)লেটিন ভাষা

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)লেটিন ভাষা

১০. প্ৰথম অৱস্থাত ‘মূল্য়’ শব্দটো কি উদ্দশ্য়ত ব্য়ৱহাৰ কৰা হৈছিল?

(ক)সামাজিক

(খ)অৰ্থনৈতিক

(গ)ধৰ্মনিতিত

উত্তৰঃ (খ)অৰ্থনৈতিক

১১. ড° দুলুমণি গোস্ৱামী কিমান চনত জন্ম গ্ৰহণ কৰিছিল?

(ক)১৯৫৬ চনত

(খ)১৯৬৭ চনত

(গ)১৯৮৬ চনত

উত্তৰঃ (খ)১৯৬৭ চনত

১২. ড° দুলুমণি গোস্ৱামীয়ে ৰচনা কৰা সম্পাদিত গ্ৰন্থৰ সংখ্য়া কিমান খন?

(ক)৩খন

(খ)৪খল

(গ)৫খন

উত্তৰঃ (ক)৩খন

১৩. মানুহ কি জীৱ?

(ক)অৰ্থনৈতিক

(খ)আদৰ্শবাদী

(গ)সামাজিক

উত্তৰঃ (গ)সামাজিক

১৪. ড° দুলুমণি গোস্ৱামী জন্ম হোৱা জিলাখনৰ নাম কি?

(ক)শিৱসাগৰ

(খ)গুৱাহাটী

(গ)নগাঁও

উত্তৰঃ (ক)শিৱসাগৰ

১৫. মানুহৰ জীৱনৰ চৰম উদ্দেশ্য় লাভৰ কি উপায়?

(ক)’মোক্ষ’

(খ)’অৰ্থ’

(গ)’কাম’

উত্তৰঃ (ক)’মোক্ষ’

১৬. ভাৰতীয় সমাজ- সংস্কৃতিত আধ্য়াত্মিকতাৰ  স্থান ক’ত?

(ক)নিম্ন

(খ)উচ্চ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)উচ্চ

১৭. মানুহৰ জীৱনটোৰ সুন্দৰ আৰু শান্তি কোনে কৰি তোলে?

(ক)মূল্য়বোধ

(খ)দায়িত্ৱবোধ

(গ)নন্দনতাত্ত্ৱিক

উত্তৰঃ (গ)নন্দনতাত্ত্ৱিক

১৮. প্ৰশিক্ষণ পৰিষদে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা কিমান চনত ৮৪ বিধ মূল্য়বোধ তালিকা প্ৰস্তুত কৰিছিল?

(ক)১৯৬৭ চনত

(খ)১৯৭৯ চনত

(গ)১৯৮৯ চনত

উত্তৰঃ (খ)১৯৭৯ চনত

১৯. শৃগাল শব্দ অৰ্থ কি?

(ক)নিৰ্বাণ

(খ)কুকুৰ

(গ)শিয়াল

উত্তৰঃ (গ)শিয়াল

২০. প্ৰকৃততে মূল্য়বোধ কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?

(ক)নন্দনতাত্ত্ৱিক

(খ)সামাজিক

(গ)অৰ্থলৈতিক

উত্তৰঃ (খ)সামাজিক

Type - Boby Bora