Chapter 1

ৰাজকুমাৰ


১। ইতিহাসক যুগ কেইটা ভাগত কৰা হৈছে ?

(ক) ৬ টা ভাগ

(খ) ৫ টা ভাগ

(গ) ৪ টা ভাগ

উত্তৰ- (গ) ৪ টা ভাগ ।


২। এই সাধুটোত কি যুগৰ কথা কৈছে ?

(ক) সত্যযুগ

(খ) ত্ৰেতাযুগ

(গ) কলিযুগ

উত্তৰ- (খ) ত্ৰেতাযুগ ।


৩। ৰজাৰ নাম কি আছিল ?

(ক) নাচিকেতা

(খ) ৰন্তিদেৱ

(গ) দশৰথ

উত্তৰ- (গ) দশৰথ ।


৪। ৰজা দশৰথৰ ৰাজধানী নাম কি আছিল ?

(ক) অযোধ্যাৰ

(খ) কিষ্কিন্ধাৰ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) অযোধ্যাৰ ।


৫। ৰজা দশকথৰ কেইগৰাকী ৰাণী আছিল ?

(ক) ৭ গৰাকী ৰাণী

(খ) ৩ গৰাকী ৰাণী

(গ) ২ গৰাকী ৰাণী

উত্তৰ- (খ) ৩ গৰাকী ৰাণী ।


৬। ৰজাৰ কেইটা পুত্ৰ আছিল ?

(ক) তিনিটা পুত্ৰ

(খ) ছয়টা পুত্ৰ

(গ) চাৰিটা পুত্ৰ

উত্তৰ- (গ) চাৰিটা পুত্ৰ ।


৭। কৌশল্যাৰ পুত্ৰ নাম কি আছিল ?

(ক) ৰামচন্দ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) নাচিকেতা

উত্তৰ- (ক) ৰামচন্দ ।


৮। কৈকেয়ীৰ পুত্ৰ নাম কি আছিল ?            

(ক) ৰামচন্দ

(খ) ভৰত

(গ) নাচিকেতা

উত্তৰ- (খ) ভৰত ।


৯। সুমিত্ৰাৰ পুত্ৰ নাম কি আছিল ?

(ক) লক্ষ্মণ আৰু শক্ৰঘ্ন

(খ) ৰাম আৰু ভৰত

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) লক্ষ্মণ আৰু শক্ৰঘ্ন ।


১০। চাৰিও কাকই-ভাই মাজত কোন ডাঙৰ আছিল ?

(ক) লক্ষ্মণ

(খ) ৰামচন্দ

(গ) ভৰত

উত্তৰ- (খ) ৰামচন্দ ।


Type: Pompi Hazarika