Chapter 5

পৰশুৰামৰ ত্ৰুোধ শান্ত কৰিলে



১। সকলোৱে কাক প্ৰণাম কৰিলে ?

(ক) পৰশুৰামক

(খ) ৰামক

(গ) লক্ষ্মণক

উত্তৰ- (ক) পৰশুৰামক ।


২। পৰশুৰামৰ কিয় খং উঠিছিল ?

(ক) ৰামৰ লগত সীতা বিবাহ হোৱা কাৰণে

(খ) ৰামে হৰধনুখন ভাঙা কাৰণে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) ৰামে হৰধনুখন ভাঙা কাৰণে ।


৩। পৰশুৰামে কেনেকুৱা ৰজাৰ বধ কৰিছিল ?

(ক) ইয়াৰ পৰা এঠাও নহয়

(খ) দুষ্ট ৰজাৰ

(গ) ভাল ৰজাৰ

উত্তৰ- (খ) দুষ্ট ৰজাৰ ।


৪। হৰধনুখন ভঙা দেখি পৰশুৰামৰ কাৰ ওপৰত খং উঠিছিল ?

(ক) লক্ষ্মণৰ

(খ) জনকৰ

(গ) ৰামৰ

উত্তৰ- (গ) ৰামৰ ।


৫। তাকে দেখি খং উঠিল ?

(ক) লক্ষ্মণ

(খ) জনকৰ

(গ) ৰামৰ

উত্তৰ- (ক) লক্ষ্মণ ।


৬। কোনে পৰশুৰামক ৰণলৈ আহ্বান জনালে ?

(ক) ৰামে

(খ) জনকে

(গ) লক্ষ্মণে

উত্তৰ- (গ) লক্ষ্মণে ।


৭। ৰাম কেনেকুৱা স্বভাৱৰ আছিল ?

(ক) দুষ্ট স্বভাৱৰ

(খ) শান্ত স্বভাৱৰ

(গ) খং স্বভাৱৰ

উত্তৰ- (খ) শান্ত স্বভাৱৰ ।


৮। কোনে ডাঙৰক সদায় সন্নন কৰিছিল ?

(ক) জনকে

(খ) লক্ষ্মণে

(গ) ৰামে

উত্তৰ- (গ) ৰামে ।


৯। ৰামে কাক বুজালে ?

(ক) লক্ষ্মণক

(খ) জনকক

(গ) পৰশুৰামক

উত্তৰ- (ক) লক্ষ্মণক ।


১০। ৰামে মিঠা কথাতে কাৰ খং শান্ত কৰিলে ?

(ক) জনকৰ

(খ) লক্ষ্মণৰ

(গ) পৰশুৰামৰ

উত্তৰ- (গ) পৰশুৰামৰ ।


Type: Pompi Hazarika