তিনিটা মাছৰ কাহিনী 

Chapter 10


 ১। অনাগতবিধাতা কোন আছিল?

(ক)এটা মাছ

(খ)এজন মানুহ

(গ)এজনী ছোৱালী

উত্তৰঃ (ক)এটা মাছ


২। সাৱধানৰ কি নাই?

(ক)জন্ম

(খ)মৰণ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)মৰণ


৩। মাছমৰীয়াকেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে?

(ক)জাকৈৰে

(খ)পলেৰে

(গ)জালেৰে

উত্তৰঃ (গ)জালেৰে


৪। পুখুৰীত কোনে মাছ মাৰিলে?

(ক)ছোৱালীবোৰে

(খ)লৰাবোৰে

(গ)মাছ মৰীয়া বোৰে

উত্তৰঃ (গ)মাছ মৰীয়া বোৰে


৫। দেশমাতৃৰ প্ৰতি আমি কি জনোৱা উচিত?

(ক)পতিয়ন

(খ)সন্মান

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)সন্মান


৬। চন্দন কি?

(ক)চাবোন

(খ)ৰচনা

(গ)এবিধ মূল্যবান গছ

উত্তৰঃ (গ)এবিধ মূল্যবান গছ


৭। প্ৰবন্ধ লিখা ব্যক্তিক কি বুলি কোৱা হয়?

(ক)বিজ্ঞানী

(খ)প্ৰবন্ধকাৰ

(গ)লেখক

উত্তৰঃ (খ)প্ৰবন্ধকাৰ


৮। বানপানীয়ে মানুহৰ জীৱন কি কৰে?

(ক)বিশ্ববিশ্ৰুত

(খ)প্ৰখ্যাত

(গ)সুচল

উত্তৰঃ (ক)বিশ্ববিশ্ৰুত


৯। ক+ক= কি?

(ক)ক্ব

(খ)ক্ক

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)ক্ক


১০। ন+ম= কি?

(ক)ম্ন

(খ)ন্ন

(গ)ন্ম

উত্তৰঃ (গ)ন্ম


১১। স্থ এইটো যুক্তাক্ষৰ ভাঙিলে কি হ’ব?

(ক)স+হ

(খ)স+থ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)স+থ


১২। শ্চ এইটো যুক্তাক্ষৰ ভাঙিলে কি হ’ব?

(ক)শ+চ

(খ)ষ+চ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)শ+চ


১৩। ঘ্ৰ এইটো যুক্তাক্ষৰ ভাঙিলে কি হ’ব?

(ক)গ+ৰ

(খ)ঘ+ৰ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)ঘ+ৰ


১৪। অনাগত শব্দৰ অৰ্থ কি?

(ক)ভৱিষ্যত

(খ)অতীত

(গ)বৰ্তমান

উত্তৰঃ (খ)অতীত


১৫। প্ৰত্যুৎপন্নমতি শব্দৰ অৰ্থ কি?

(ক)উপস্থিত বুদ্ধি থকা

(খ)যি এতিয়াও অহা নাই

(গ)মিতিৰ-কুটুম

উত্তৰঃ (ক)উপস্থিত বুদ্ধি থকা


১৬। বিপদৰ কথা নাভাবি হাত সাৱতি বহি থকাৰ কাৰণে কাৰ বিনাশ হ’ল?

(ক)অনাগতবিধাতাৰ

(খ)প্ৰত্যুৎপন্নমতিৰ

(গ)যদভৱিষ্য

উত্তৰঃ (গ)যদভৱিষ্য


১৭। বিনাশ শব্দৰ অৰ্থ কি?

(ক)ধ্বংস

(খ)সৃষ্টি

(গ)অমৰ

উত্তৰঃ (ক)ধ্বংস


১৮। উচ্চস্বৰ শব্দৰ অৰ্থ কি?

(ক)বৰ লাহেকৈ কথা কোৱা

(খ)চিঞৰি কথা কোৱা

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)চিঞৰি কথা কোৱা


১৯। কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছ মাৰি শেষ কৰিব। এই কথাষাৰ কোনে কৈছিল?

(ক)অনাগতবিধাতাই

(খ)প্ৰত্যুৎপন্নমতিয়ে

(গ)যদভৱিষ্যই

উত্তৰঃ (ক)অনাগতবিধাতাই


২০। সময় শব্দৰ বিপৰীত অৰ্থ কি?

(ক)সময়

(খ)অসময়

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)অসময়


২১। কোনে বিপদৰ কথা নাভাবি আকোঁৰ-গোঁজ হৈ থাকি মৃত্য়ুসাৱটি ল'লে ? 

(ক) অনাগতবিধাতা

(খ) যদভৱিষ্য়

(গ) প্ৰত্য়ুৎপন্নমতি

উত্তৰঃ (খ) যদভৱিষ্য়