অমলপ্ৰভা দাস

Chapter 11

১। অমলপ্ৰভা দাসৰ পিতৃৰ নাম কি?

(ক)ডা° হৰিকৃষ্ণ দাস

(খ)হৰেকৃষ্ণ দাস

(গ)নৱকান্ত বৰুৱা

উত্তৰঃ (ক)ডা° হৰিকৃষ্ণ দাস


২। তেখেতৰ মাতৃৰ নাম কি আছিল?

(ক)নলিনীবালা দেৱী

(খ)হেমপ্ৰভা দাস

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)হেমপ্ৰভা দাস


৩। অমলপ্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল?

(ক)৫ বছৰ বয়সৰ পৰা

(খ)১২ বছৰ বয়সৰ পৰা

(গ)১০ বছৰ বয়সৰ পৰা

উত্তৰঃ (গ)১০ বছৰ বয়সৰ পৰা


৪। চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল?

(ক)পদ্মবিভূষণ

(খ)ভাৰত ৰত্ন

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)পদ্মবিভূষণ


৫। তেখেত পঢ়া শুনাৰ বাহিৰে অন্য কি বিষয়ত পাৰ্গত আছিল?

(ক)মাটিৰ পাত্ৰ বনোৱাত

(খ)নাচ-গানত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)নাচ-গানত


৬। এম.এছ.চি পাছ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি?

(ক)অমলপ্ৰভা দাস

(খ)নলিনীবালা দেৱী

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)অমলপ্ৰভা দাস


৭। তেখেতে কিমান চনত বি.এছ.চি. পৰীক্ষাত উৰ্ত্তাৰ্ণ হৈছিল?

(ক)১৯৯৯ চনত

(খ)১৯৭৭ চনত

(গ)১৯৩৩ চনত

উত্তৰঃ(গ)১৯৩৩ চনত


৮। তেখেতে কি কলেজৰ পৰা বি.এছ.চি. পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈছিল?

(ক)মৰিগাঁও কলেজৰ পৰা

(খ)যোৰহাট কলেজৰ পৰা

(গ)স্কটিছ চাৰ্চ কলেজৰ পৰা

উত্তৰঃ(গ)স্কটিছ চাৰ্চ কলেজৰ পৰা


৯। অমলপ্ৰভা দাস বিয়া হৈছিলনে?

(ক)হৈছিল

(খ)নাই

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)নাই


১০। তেখেতক কিমান চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মান প্ৰদান কৰিছিল?

(ক)১৯৯০ চনত

(খ)১৯০৮ চনত

(গ)১৯৫৫ চনত

উত্তৰঃ (গ)১৯৫৫ চনত


১১। বিপ্লৱ কৰোঁতাজনক কি বুলি কয়?

(ক)বিপ্লৱ

(খ)বিপ্লৱী

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(খ)বিপ্লৱী


১২। নিজৰ ওপৰত নিৰ্ভৰ কৰা লোকক কি বুলি কয়?

(ক)নিজ নিৰ্ভৰ

(খ)নিৰ্ভৰশীল

(গ)আত্মনিৰ্ভৰশীল

উত্তৰঃ (গ)আত্মনিৰ্ভৰশীল


১৩। দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোকক কি বুলি কয়?

(ক)দেশী

(খ)বিদেশী

(গ)শ্বহীদ

উত্তৰঃ (গ)শ্বহীদ


১৪। পৰম্পৰা শব্দৰ অৰ্থ কি?

(ক)নত

(খ)অবিচ্ছেদ্য ধাৰা

(গ)শ্ৰদ্ধা

উত্তৰঃ (খ)অবিচ্ছেদ্য ধাৰা


১৫। নিষ্ঠা শব্দৰ অৰ্থ কি?

(ক)দো খাই থকা

(খ)ৰৈ যোৱা

(গ)দৃঢ় ভক্তি

উত্তৰঃ (গ)দৃঢ় ভক্তি


১৬। সাধু শব্দৰ বিপৰীত অৰ্থ কি?

(ক)সাধু

(খ)অসাধু

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(খ)অসাধু


১৭। মূৰ্খ শব্দৰ বিপৰীত অৰ্থ কি?

(ক)জ্ঞানী

(খ)অমূৰ্খ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)জ্ঞানী


১৮। ভদ্ৰ শব্দৰ বিপৰীত অৰ্থ কি?

(ক)ভদ্ৰ

(খ)অভদ্ৰ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)অভদ্ৰ


১৯। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম কিমান চনত হৈছিল?

(ক)১৯০২ চনত

(খ)১৯০৪ চনত

(গ)১৯০১ চনত

উত্তৰঃ (গ)১৯০১ চনত


২০। তেখেতে প্ৰাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল?

(ক)ঘৰত থাকি

(খ)মাহীয়েকৰ ঘৰত থাকি

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)মাহীয়েকৰ ঘৰত থাকি