ডক্টৰ বাণীকান্ত কাকতি

Chapter 5

১। ডক্টৰ বাণীকান্ত কাকতিৰ কিমান চনত জন্ম হৈছিল?

(ক)১৮৮৮ চনত

(খ)১৯৯৯ নত

(গ)১৮৯৪ চনত

উত্তৰঃ (গ)১৮৯৪ চনত


২। তেখেতৰ ক’ত জন্ম হৈছিল?

(ক)বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত

(খ)যোৰহাটত

(গ)ডিব্ৰুগড়ত

উত্তৰঃ (ক)বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত


৩। তেখেতৰ পিতৃৰ নাম কি আছিল?

(ক)মিত্ৰদেৱ মহন্ত

(খ)ললিতৰাম কাকতি

(গ)নৱকান্ত বৰুৱা

উত্তৰঃ (খ)ললিতৰাম কাকতি


৪। তেখেতে কিমান চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়?

(ক)১৯৯৪ চনত

(খ)১৯৯৯ চনত

(গ)১৯১১ চনত

উত্তৰঃ (গ)১৯১১ চনত


৫। নিষ্ঠা আৰু সাধনাৰ  ফলত মানুহে কি অৰ্জন কৰিব পাৰে?

(ক)সুখ্যাতি

(খ)জ্ঞান

(গ)অপমান

উত্তৰঃ (ক)সুখ্যাতি


৬। বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্ম-নিয়োগ কৰিছিল?

(ক)লাভত

(খ)জ্ঞান অৰ্জনত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)জ্ঞান অৰ্জনত


৭। নতুন ডাক্টৰ বুলি কাক কোৱা হৈছে?

(ক)ডক্টৰ বাণীকান্ত কাকতিক

(খ)মিত্ৰদেৱ মহন্তক

(গ)নৱকান্ত বৰুৱাক

উত্তৰঃ (ক)ডক্টৰ বাণীকান্ত কাকতিক


৮। তেখেতে কি চিকিৎসা কৰিছিল?

(ক)পেট চলা ৰোগৰ

(খ)হোমিও পেথিক

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)হোমিও পেথিক


৯। জোক কি?

(ক)বেক্টেৰিয়া

(খ)এবিধ ক্ষুদ্ৰ জীৱ 

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)এবিধ ক্ষুদ্ৰ জীৱ


১০। যি শিক্ষাদান কৰে,তেওঁক কি বোলে?

(ক)ছাত্ৰ

(খ)একাগ্ৰ

(গ)শিক্ষক

উত্তৰঃ (গ)শিক্ষক


১১। যি একান্ত মনে চিন্তা কৰে,তেওঁক কি বোলে?  

(ক)ছাত্ৰ

(খ)ছাত্ৰী

(গ)একাগ্ৰ

উত্তৰঃ (গ)একাগ্ৰ


১২। সৰুৰে পৰা দৃঢ়মনা আৰু আত্মসন্মানবোধসম্পন্ন ব্যক্তি জন কোন আছিল?

(ক)মিত্ৰদেৱ মহন্ত

(খ)ডক্টৰ বাণীকান্ত কাকতি

(গ)নৱকান্ত বৰুৱা

উত্তৰঃ (খ)ডক্টৰ বাণীকান্ত কাকতি


১৩। ডক্টৰ বাণীকান্ত কাকতিয়ে ইংৰাজীত অনাৰ্চসহ কোন কলেজৰ পৰা বি.এ. পাছ কৰিছিল?

(ক)মৰিগাওঁ কলেজৰ পৰা

(খ)ডিব্ৰুগড় কলেজৰ পৰা

(গ)কলকাতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা

উত্তৰঃ (গ)কলকাতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা


১৪। কিমান চনত তেখেতে কটন কলেজৰ পৰা আই-এ পৰীক্ষা দি কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছিল?

(ক)১৯১৫ চনত

(খ)১৯০৯ চনত

(গ)১৯১৩ চনত

উত্তৰঃ (গ)১৯১৩ চনত


১৫। তেখেতৰ জন্মৰ আগতেই  কাৰ মৃত্যু হৈছিল?

(ক)তেখেতৰ মাতৃৰ

(খ)তেখেতৰ ভাতৃৰ

(গ)তেখেতৰ পিতৃৰ

উত্তৰঃ (গ)তেখেতৰ পিতৃৰ


১৬। ভাষাৰ ৰূপ কেইটা?

(ক)৫ টা

(খ)২ টা

(গ)৩ টা

উত্তৰঃ (খ)২ টা


১৭। কৃষ্ণকান্ত সন্দিকৈৰ কিমান চনত জন্ম হৈছিল?

(ক)১৮০০ চনত

(খ)১৮৮০ চনত

(গ)১৮৯৮ চনত

উত্তৰঃ (গ)১৮৯৮ চনত


১৮। তেখেতৰ পিতৃৰ নাম কি আছিল?

(ক)বাণীকান্ত কাকতি

(খ)নৱকান্ত বৰুৱা

(গ)ৰাধাকান্ত সন্দিকৈ

উত্তৰঃ (গ)ৰাধাকান্ত সন্দিকৈ


১৯। তেখেতৰ মাতৃৰ নাম কি আছিল?

(ক)নাৰায়নী সন্দিকৈ

(খ)নলিনীবালা দেৱী

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)নাৰায়নী সন্দিকৈ


২০। তেখেতে উচ্চ শিক্ষাৰ বাবে ক’লৈ গৈছিল?

(ক)কলকাতালৈ

(খ)আমেৰিকালৈ

(গ)লণ্ডনলৈ

উত্তৰঃ (গ)লণ্ডনলৈ 


২১। তেওঁলোকৰ কথামতে মানুহকেইজন কলৈ গ'ল ?

(ক)  আমেৰিকালৈ

(খ) কাষৰ ঘৰটো লৈ 

(গ) কলকাতালৈ

উত্তৰঃ  (খ) কাষৰ ঘৰটো লৈ