প্ৰাকৃতিক দুৰ্যোগ


১। প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত অন্যতম কি?

ভূমিকম্প

ছুনামি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ভূমিকম্প


২। অসমত কিমান প্ৰলয়ংকাৰী ভূমিকম্প এটাই ধ্বংসলীলা চলাইছিল?

১৯৯৯ চনত

২০০৪ চনত

১৮৯৭ চনত

Answer: ১৮৯৭ চনত


৩। চানডুবি বিল আচলতে এসময়ত কি আছিল?

বনভোজৰ অন্যতম আকৰ্ষণৰ স্থলী

পাহাৰ

সাগৰ

Answer: পাহাৰ


৪। কিমান চনৰ ভূমিকম্পই গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল?

১৮৯৭ চনৰ

২০০৪ চনৰ

১৯৫০ চনৰ

Answer: ১৯৫০ চনৰ


৫। ভুমিকম্প আহিলে জোকাৰণি নকমা লৈকে কি কৰিব লাগে?

নাচি থাকিব লাগে

বিচনাৰ ওপৰত জপিয়াই থাকিব লাগে

একেঠাইতে থাকিব লাগে

Answer: একেঠাইতে থাকিব লাগে


৬। কিমান চনৰ ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল?

১৯৯৯ চনত

২০০৪ চনত

১৯৫০ চনত

Answer: ২০০৪ চনত


৭। ২০০১ চনৰ ২৬জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত বানপানী হৈছিল?

অসমত

গুজৰাট ৰাজ্যৰ ভূজ অঞ্চলত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: গুজৰাট ৰাজ্যৰ ভূজ অঞ্চলত


৮। প্ৰকৃতি+ইক= কি?

প্ৰাকৃতিক

প্ৰকৃতিক

প্ৰকৃতিৰ

Answer: প্ৰাকৃতিক


৯। সাৱধান+তা= কি?

সাৱধান

সাৱধানতা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সাৱধানতা


১০। বিয়োজক অব্যয় কাক বোলে?

সন্মতি প্ৰকাশ কৰা অব্যয়ক

সময়ৰ ধাৰণা দিওঁতে ব্যৱহাৰ কৰা অব্যয়ক

যিয়ে দুটা পদ বা বাক্যক পৃথক কৰে

Answer: যিয়ে দুটা পদ বা বাক্যক পৃথক কৰে


১১। অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি?

১৮৯৭ আৰু ১৯৫০

১৭৮৭ আৰু ২০০৪

২০০০ আৰু ২০০২

Answer: ১৮৯৭ আৰু ১৯৫০


১২। বিচ্ছন্ন+তা= কি?

বিচ্ছিন্নতা

বিচ্ছন্ন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিচ্ছিন্নতা


১৩। ভাববোধক অব্যয় কাক বোলে?

সময়ৰ ধাৰণা দিওঁতে ব্যৱহাৰ কৰা অব্যয়ক

সন্মতি প্ৰকাশ কৰা অব্যয়ক

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ইয়াৰ ভিতৰত এটাও নহয়


১৪। ঘৰ যুৰীয়া শব্দ কি?

দুৱাৰ

বিচনা

পাকঘৰ

Answer: দুৱাৰ


১৫। বিশাল+তা= কি?

বিশাল

বিশালতা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিশালতা


১৬। প্ৰসাৰ+তা= কি?

প্ৰসাৰতা

প্ৰসাৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: প্ৰসাৰতা


১৭। জয়ন্ত+ঈয়া= কি?

জয়ন্ত

জয়ন্তীয়া

ইয়াৰ ভিতৰত এটাও নহয়

Answer: জয়ন্তীয়া


১৮। প্ৰশ্নবোধক অব্যয় কাক বোলে?

সময়ৰ ধাৰণা দিওঁতে ব্যৱহাৰ কৰা অব্যয়ক

সন্মতি প্ৰকাশ কৰাত ব্যৱহাৰ হোৱা অব্যয়ক

কোনো কথা সোধা বা প্ৰশ্ন কৰাত ব্যৱহাৰ হোৱা অব্যয়ক

Answer: কোনো কথা সোধা বা প্ৰশ্ন কৰাত ব্যৱহাৰ হোৱা অব্যয়ক


১৯। ভূমিকম্প আহিলে ডাঙৰ গছৰ তলত আশ্ৰয় ল'ব লাগেনে?

লাগে

নালাগে

ইয়াৰ ভিতৰত এটাও নহয়

 Answer: নালাগে


২০। ভূমিকম্প আহিলে মুকলি ঠাইলৈ ওলাই আহিব লাগেনে?

লাগে

নালাগে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: লাগে