বিদ্যা
১। লিখন কাম কৰিবলৈ কিহৰ প্ৰয়োজন?
চৰুৰ
কাপৰ
হালৰ
Answer: কাপৰ
২। কৰ্ষণ কাম কৰিবলৈ কিহৰ প্ৰয়োজন?
কাপৰ
চৰুৰ
হালৰ
Answer: হালৰ
৩। ৰন্ধন কাম কৰিবলৈ কিহৰ প্ৰয়োজন?
চৰুৰ
কাপৰ
হালৰ
Answer: চৰুৰ
৪। সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন?
কাপৰ
লাগতিয়াল আহিলাপাতিৰ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: লাগতিয়াল আহিলাপাতিৰ
৫। উদ্গতিৰ ঘাই আহিলা কি?
বিদ্যা
ৰন্ধন
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বিদ্যা
৬। বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে?
ফৰকাল
বৃথা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বৃথা
৭। কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়?
লাগতিয়াল আহিলাপাতি যতনাই নল'লে
ৰন্ধন কাম কৰিলে
বিদ্যাৰে মন পোহৰাই ল'লে
Answer: বিদ্যাৰে মন পোহৰাই ল'লে
৮। আগৰ কালত খ্যাতিমন্ত মানুহবিলাকো কেনেকুৱা আছিল?
ধনী আছিল
বৰ বিদ্যাৱন্ত আছিল
দুখীয়া আছিল
Answer: বৰ বিদ্যাৱন্ত আছিল
৯। কি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে?
লিখনি থাকিলেও
কাপ থাকিলেও
ইয়াৰ ভিতৰত এটাও নহয়
Answer: লিখনি থাকিলেও
১০। কৰ্ষণ শব্দৰ অৰ্থ কি?
নাম,সুখ্যাতি,যশস্যা
হাল
মাটি চাহ কৰা কাৰ্য
Answer: মাটি চাহ কৰা কাৰ্য
১১। সত্যনাথ বৰা কিমান চনত জন্ম হৈছিল?
১৯৫৩ চনত
১৯৭৭ চনত
১৮৬০ চনত
Answer: ১৮৬০ চনত
১২। সত্যনাথ বৰাৰ ক'ত জন্ম হৈছিল?
যোৰহাটত
গুৱাহাটীত
গড়গাৱঁত
Answer: গুৱাহাটীত
১৩। তেখেত কিমান চনত 'জোনাকী' কাকতৰ সম্পাদক আছিল?
১৯৩৩চনত
১৯০২ চনত
১৮৯৯ চনত
Answer: ১৮৯৯ চনত
১৪। তেখেতৰ গীতৰ পুথিখনৰ নাম কি?
গীতাৱলী
সুৰভি
ইয়াৰ ভিতৰত এটাও নহয়
Answer: গীতাৱলী
১৫। সাৰথি নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
মিত্ৰদেৱ মহন্তই
নলিনীবালা দেৱীয়ে
সত্যনাথ বৰায়ে
Answer: সত্যনাথ বৰায়ে
১৬। তেখেতৰ এখন সমসাময়িক আলোচনীৰ নাম কি?
সাৰথি
বিজুলী
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বিজুলী
১৭। আসাম বন্ধু নামৰ সমসাময়িক আলোচনীখন কোনে ৰচনা কৰিছিল?
মিত্ৰদেৱ মহন্তই
নলিনীবালা দেৱীয়ে
সত্যনাথ বৰায়ে
Answer: সত্যনাথ বৰায়ে
১৮। বিদ্যা মানৱ মনৰ কি?
আহিলা
দীপ্তি
ইয়াৰ ভিতৰত এটাও নহয়
Answer: দীপ্তি
১৯। সকলো কাম আশা কৰা ধৰণে সমাপন কৰিবলৈ কিহৰ প্ৰয়োজন?
দক্ষতাৰ
বিদ্যাৰ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: দক্ষতাৰ
২০। সত্যনাথ বৰাৰ কিমান চনত মৃত্যু হৈছিল?
১৮৬০ চনত
১৯৯৯ চনত
১৯৫২ চনত
0 Comments