বিদ্যা 


১। লিখন কাম কৰিবলৈ কিহৰ প্ৰয়োজন?

চৰুৰ

কাপৰ

হালৰ

Answer: কাপৰ


২। কৰ্ষণ কাম কৰিবলৈ কিহৰ প্ৰয়োজন?

কাপৰ

চৰুৰ

হালৰ

Answer: হালৰ


৩। ৰন্ধন কাম কৰিবলৈ কিহৰ প্ৰয়োজন?

চৰুৰ

কাপৰ

হালৰ

Answer: চৰুৰ


৪। সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন?

কাপৰ

লাগতিয়াল আহিলাপাতিৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: লাগতিয়াল আহিলাপাতিৰ


৫। উদ্গতিৰ ঘাই আহিলা কি?

বিদ্যা

ৰন্ধন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিদ্যা


৬। বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে?

ফৰকাল

বৃথা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বৃথা


৭। কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়?

লাগতিয়াল আহিলাপাতি যতনাই নল'লে

ৰন্ধন কাম কৰিলে

বিদ্যাৰে মন পোহৰাই ল'লে

Answer: বিদ্যাৰে মন পোহৰাই ল'লে


৮। আগৰ কালত খ্যাতিমন্ত মানুহবিলাকো কেনেকুৱা আছিল?

ধনী আছিল

বৰ বিদ্যাৱন্ত আছিল

দুখীয়া আছিল

Answer: বৰ বিদ্যাৱন্ত আছিল


৯। কি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে?

লিখনি থাকিলেও

কাপ থাকিলেও

ইয়াৰ ভিতৰত এটাও নহয়

Answer: লিখনি থাকিলেও


১০। কৰ্ষণ শব্দৰ অৰ্থ কি?

নাম,সুখ্যাতি,যশস্যা

হাল

মাটি চাহ কৰা কাৰ্য

Answer: মাটি চাহ কৰা কাৰ্য


১১। সত্যনাথ বৰা কিমান চনত জন্ম হৈছিল?

১৯৫৩ চনত

১৯৭৭ চনত

১৮৬০ চনত

Answer: ১৮৬০ চনত


১২। সত্যনাথ বৰাৰ ক'ত জন্ম হৈছিল?

যোৰহাটত

গুৱাহাটীত

গড়গাৱঁত

Answer: গুৱাহাটীত


১৩। তেখেত কিমান চনত 'জোনাকী' কাকতৰ সম্পাদক আছিল?

১৯৩৩চনত

১৯০২ চনত

১৮৯৯ চনত

Answer: ১৮৯৯ চনত


১৪। তেখেতৰ গীতৰ পুথিখনৰ নাম কি?

গীতাৱলী

সুৰভি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: গীতাৱলী


১৫। সাৰথি নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

মিত্ৰদেৱ মহন্তই

নলিনীবালা দেৱীয়ে

সত্যনাথ বৰায়ে

Answer: সত্যনাথ বৰায়ে

১৬। তেখেতৰ এখন সমসাময়িক আলোচনীৰ নাম কি?

সাৰথি

বিজুলী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিজুলী


১৭। আসাম বন্ধু নামৰ সমসাময়িক আলোচনীখন কোনে ৰচনা কৰিছিল?

মিত্ৰদেৱ মহন্তই

নলিনীবালা দেৱীয়ে

সত্যনাথ বৰায়ে

Answer: সত্যনাথ বৰায়ে


১৮। বিদ্যা মানৱ মনৰ কি?

আহিলা

দীপ্তি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: দীপ্তি


১৯। সকলো কাম আশা কৰা ধৰণে সমাপন কৰিবলৈ কিহৰ প্ৰয়োজন?

দক্ষতাৰ

বিদ্যাৰ

ইয়াৰ ভিতৰত এটাও নহয়

 Answer: দক্ষতাৰ


২০। সত্যনাথ বৰাৰ কিমান চনত মৃত্যু হৈছিল?

১৮৬০ চনত

১৯৯৯ চনত

১৯৫২ চনত

Answer: ১৯৫২ চনত