Chapter- 1

উদ্ভিদৰ পৰিপুষ্টি


১. পৰিপুষ্টি প্ৰধানকৈ কেই প্ৰকাৰৰ ?

(ক) ১ প্ৰকাৰৰ

(খ) ২ প্ৰকাৰৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ২ প্ৰকাৰৰ ।


২. পৰজীৱী আৰু পোষকৰ মাজৰ এই সম্বন্ধক বোলে ?

(ক) পৰজীৱিতা

(খ) পোষক

(গ) পৰজীৱী

উত্তৰ- (ক) পৰজীৱিতা ।


৩. পৰজীৱী উদ্ভিদ হ’ল ?

(ক) কাঠফুলা

(খ) আকাশীলতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) আকাশীলতা ।


৪. আকাশীলতা এজোপা ৰঙৰ লতাজাতীয় উদ্ভিদ ?

(ক) সেউজীয়া

(খ) হালধীয়া

(গ) ক’লা

উত্তৰ- (খ) হালধীয়া ।


৫. আকাশীলতা উদ্ভিদে পত্ৰহৰিৎ নথকা বাবে নিজৰ আহাৰ প্ৰস্তুত কৰিব ?

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নোৱাৰে ।


৬. কাঠফুলা এবিধ কি ভেঁকুৰ ?

(ক) পৰজীৱী

(খ) মৃতজীৱী

(গ) ওপৰৰ এটাো নহয়

উত্তৰ- (খ) মৃতজীৱী ।


৭. পৰপোষিত পৰিপুষ্টি প্ৰধানকৈ কেই ধৰণৰ ?

(ক) এক ধৰণৰ

(খ) তিনি ধৰণৰ

(গ) দুই ধৰণৰ

উত্তৰ- (খ) তিনি ধৰণৰ ।


৮. সালোকসংশ্লেষণত উৎপন্ন হোৱা জৈৱ পদাৰ্থ হ’ল ?

(ক) ভিটামিন

(খ) গ্লুক’জ

(গ) অক্সিজেন

উত্তৰ- (খ) গ্লুক’জ ।


৯. ৰাফ্লেচিয়া প্ৰধানকৈ ক’ত পোৱা যায় ?

(ক) ভাৰতত

(খ) থাইলেণ্ড

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) থাইলেণ্ড ।


১০. সজীৱ আশ্ৰয়দাতাৰপৰা খাদ্য সংগ্ৰহ কৰা জীৱক বোলে ?

(ক) পৰজীৱী

(খ) মৃতজীৱী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পৰজীৱী ।


১১। কি উদ্ভিদে নিজৰ নিজে প্ৰস্তুত কৰে ?

(ক) স্বপোষী উদ্ভিদে

(খ) সেউজীয়া উদ্ভিদে

(গ) পৰিপুষ্টিয়ে

উত্তৰ- (খ) সেউজীয়া উদ্ভিদে ।


১২। এবিধ মৃতজীৱী উদ্ভিদৰ নাম লিখা

(ক) নিওটিয়া

(খ) মালয়েছিয়া

(গ) মাছ

উত্তৰ- (ক) নিওটিয়া ।


১৩। মৃতজীৱী উদ্ভিদৰ পত্ৰহৰিৎ ?

(ক) থাকে

(খ) নাথাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নাথাকে ।


১৪।  কোন দুটি বিপৰীত ক্ৰিয়া ?

(ক) সালোকসংশ্লেষণ আৰু শ্বসন

(খ) পত্ৰৰন্ধ্ৰ আৰু খোলা

(গ) উদ্ভিদ আৰু নাইট্ৰ’জেন

উত্তৰ- (ক) সালোকসংশ্লেষণ আৰু শ্বসন ।


১৫। নাইট্ৰ’জেন কম থকা  কিছুমান উদ্ভিদ  কিহত জন্মে ?

(ক) পানীত

(খ) মাটিত

(গ) গাতত

উত্তৰ- (খ) মাটিত ।


১৬। পত্ৰহৰিতৰ বৰণ –    

(ক) সেউজীয়া

(খ) ৰঙা

(গ) ডাঠ সেউজীয়া

উত্তৰ- (ক) সেউজীয়া ।


১৭। ৰ’দ মুকুতা এবিধ কি উদ্ভিদ ?

(ক) পতংগভোজী উদ্ভিদ

(খ) স্বপোষী উদ্ভিদ

(গ) মৃতজীৱী উদ্ভিদ

উত্তৰ- (ক) পতংগভোজী উদ্ভিদ ।


১৮। সালোকসংশ্লেষণে কি গেছ উৎপন্ন কৰে ?

(ক) অক্সিজেন

(খ) নাইট্ৰ’জেন

(গ) কাৰ্বন-ডাই অক্সাইড

উত্তৰ- (ক) অক্সিজেন ।


১৯। কলচী উদ্ভিদ এবিধ কি উদ্ভিদ ?

(ক) পতংগভোজী উদ্ভিদ

(খ) পৰজীৱী উদ্ভিদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পতংগভোজী উদ্ভিদ ।


২০। সহজীৱৰ এবিধ উদাহৰণ দিয়া ।

(ক) বেক্টেৰিয়া

(খ) লাইকেন

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।


Type: Pompi Hazarika