Chapter- 7

তাপ আৰু উষ্ণতা



১। ডাক্তৰে জ্বৰ উঠিছে বুলি জানিবলৈ কি সঁজুলি ব্যৱহাৰ কৰে ?

(ক) থাৰ্ম’মিটাৰ

(খ) তাপৰ স্থানান্তৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) থাৰ্ম’মিটাৰ ।


২। আমাৰ দেহৰ সাধাৰণ উষ্ণতা হ’ল ?

(ক) 28 ডিগ্ৰী ছেলছিয়াছ

(খ) 47 ডিগ্ৰী ছেলছিয়াজ

(গ) 37 ডিগ্ৰী ছেলছিয়াজ

উত্তৰ- (গ) 37 ডিগ্ৰী ছেলছিয়াজ ।


৩। শীতল বুলিলে কি বুজায় ?

(ক) গৰম

(খ) ঠাণ্ডা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ঠাণ্ডা ।


৪। থাৰ্ম’মিটাৰত সাধাৰণতে ব্যৱহাৰ কৰা জুলীয়া পদাৰ্থবিধ হ’ল ?

(ক) স্থানান্তৰ

(খ) মাৰ্কিউৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মাৰ্কিউৰি ।


৫। উত্তৰ মেৰু অঞ্চলৰ মানুহে কিহেৰে ঘৰ সাজে ?

(ক) বৰফৰে

(খ) টিঙেৰে

(গ) বাঁহেৰে

উত্তৰ- (ক) বৰফৰে ।


৬। লাইকেন আচলতে কেইবিধ জীৱৰ সমষ্টি ?

(ক) তিনিবিধ

(খ) দুবিধ

(গ) পাঁচবিধ

উত্তৰ- (খ) দুবিধ ।


৭। ক্ষাৰকৰ সোৱাদ ?

(ক) তিতা

(খ) টেঙা

(গ) মিঠা

উত্তৰ- (ক) তিতা ।


৮। মানুহৰ প্ৰধান খাদ্য কি ?

(ক) নেমু

(খ) ভাত

(গ) ৰুটি

উত্তৰ- (খ) ভাত ।


৯। লিটমাছ কেইটা ৰঙৰ কাগজ পোৱা যায় ?

(ক) দুটা

(খ) তিনিটা

(ঘ) চাৰিটা

উত্তৰ- (ক) দুটা ।


১০। হালধী এবিধ ?

(ক) ক্ষাৰক

(খ) সূচক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সূচক ।


১১। উতলা পানীক কি বুলি কোৱা হয় ?

(ক) গৰম

(খ) শীতল

(গ) উষ্ণ

উত্তৰ- (ক) গৰম ।


১২। কুহুমীয়া গৰমপানীক আৰু কি বুলি কয় ? 

(ক) ঈষৎ

(খ) উষ্ণ

(গ) শীতল

উত্তৰ- (ক) ঈষৎ ।


১৩। ধাতুৰ মাজেৰে কিহৰ স্থানান্তৰ ঘটে ?

(ক) তাপৰ

(খ) পদাৰ্থৰ

(গ) বৰফৰ

উত্তৰ- (ক) তাপৰ ।


১৪। পৰীক্ষাগাৰত কি ব্যৱহৃত হয় ?

(ক) থাৰ্ম’মিটাৰ

(খ) এনিম’মিটাৰ

(গ) উষ্ণতাক স্কেল

উত্তৰ- (ক) থাৰ্ম’মিটাৰ ।


১৫. ষ্টিলৰ গিলাছ আৰু কেৰাহী কিহেৰে নিৰ্মিত ?

(ক) লোহাৰে

(খ) কাঠেৰে

(গ) ধাতুৰে

উত্তৰ- (গ) ধাতুৰে ।


১৬. উষ্ণতা কেইধৰণে প্ৰকশ কৰা হয় ?

(ক) দুই

(খ) তিনি

(গ) চাৰি

উত্তৰ- (ক) দুই ।


১৭. ধাতুৰ মাজেৰে তাপৰ স্থানান্তৰ ঘটে। এই স্থানান্তৰণ প্ৰক্ৰিয়াটো হ’ল ?

(ক) পৰিবহণ

(খ) পৰিচলন

(গ) বিকিৰণ

উত্তৰ- (ক) পৰিবহণ ।


১৮. তাপৰ স্থানান্তৰ কেইধৰণৰ হ’ব পাৰে ?

(ক) দুই ধৰণৰ

(খ) তিনি ধৰণৰ

(গ) ছয় ধৰণৰ

উত্তৰ- (খ) তিনি ধৰণৰ ।


১৯. কোনুটো প্ৰক্ৰিয়াৰে তাপৰ স্থানান্তৰ ঘটোঁতে পদাৰ্থৰ প্ৰয়োজন নহয় ?

(ক) বিকিৰণ

(খ) তাপ

(গ) পৰিবহণ

উত্তৰ- (ক) বিকিৰণ ।


২০. আমাৰ দেহৰ উষ্ণতা ছেলছিয়াজস্কেলত কিমান হ’ব ?

(ক) 37°

(খ) 44°

(গ) 30°

উত্তৰ- (ক) 37° ।


Type: Pompi Hazarika