Chapter 10

মাটি



১। মাটিক কেইধৰণৰ বিভক্ত কৰা হৈছে ?

(ক) দুই ধৰণে

(খ) তিনি ধৰণে

(গ) চাৰি ধৰণে

উত্তৰ- (খ) তিনি ধৰণে ।


২। বালি মাটি কিমান % তকৈ বালি কণা থাকে ?

(ক) ৯০%

(খ) ৬০%

(গ) ২০%

উত্তৰ- (খ) ৬০% ।


৩। মাটিয়ে হিউমাছ আৰু পানী ধৰি ৰাখিব ?

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নোৱাৰে ।


৪। মাটিত সাধাৰণতে কিমান %খনিজ পদাৰ্থ থাকে ?

(ক) ৫৫%

(খ) ৪৫%

(গ) ৩৫%

উত্তৰ- (খ) ৪৫% ।


৫। মানুহৰ প্ৰধান খাদ্য হ’ল ?

(ক) বুট

(খ) ভাত

(গ) ৰুটী

উত্তৰ- (খ) ভাত ।


৬। বালি মাটি অন্ত:স্ৰৱন ক্ষমতা ?

(ক) কম

(খ) বেছি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বেছি ।


৭। আলতীয়া মাটি প্ৰধানকৈ কি কণাৰে গঠিত ?

(ক) পানীৰে

(খ) বোকাৰে

(গ) মাটিৰে

উত্তৰ- (খ) বোকাৰে ।


৮। বোকা মাটিৰ কণাবোৰ আটাইতকৈ ?

(ক) ডাঙৰ

(খ) সৰু

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সৰু ।


৯। সৰা ডাল,পাতবোৰ পচি যায় বাবে স্তৰটো কি বৰণৰ হয় ?

(ক) হালধীয়া

(খ) ক’লা

(গ) ৰঙা

উত্তৰ- (খ) ক’লা ।


১০। হিউমাছৰ উৎকৃষ্ট মিশ্ৰই হ’

(ক) বোকা মাটি

(খ) লোম মাটি

(গ) বালি মাটি

উত্তৰ- (খ) লোম মাটি ।


১১। বালি মাটিৰ অন্তঃস্ৰৱন  ক্ষমতা কম ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অশুদ্ধ ।


১২। ১৫ মিলিলিটাৰ পানীৰ ভৰ কিমান গ্ৰাম বুলি ধৰিব পাৰা ?

(ক) ১৫

(খ) ৩০%

(গ) ৬০

উত্তৰ- (ক) ১৫ ।


১৩। ১০০ গ্ৰাম লোম মাটিয়ে প্ৰায় কিমান গ্ৰাম পানী শোষণ কৰিব ?

(ক) ৩৪ গ্ৰাম

(খ) ৩৮ গ্ৰাম

(গ) ৩৫ গ্ৰাম

উত্তৰ- (খ) ৩৮ গ্ৰাম ।


১৪। অন্তস্ৰৱন আটাইতকৈ বেছি হয় ——

(ক) বালি মাটি

(খ) বোকা মাটি

(গ) লোম মাটি

উত্তৰ- (ক) বালি মাটি ।


১৫। আধাৰ শিল বুলি কোৱা স্তৰটো হ’ল ——-

(ক) A-স্তৰ

(খ) S-স্তৰ

(গ) R-স্তৰ

উত্তৰ- (গ) R-স্তৰ ।


১৬। মাহজাতীয় শস্যৰ বাবে _________ মাটি উপযুক্ত ?

(ক) লোম

(খ) বালি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) লোম ।


১৭। বালি, পলস, বোকা, আৰু হিউমাছৰ উৎকৃষ্ট মিশ্ৰই হ’ল কি মাটি ?

(ক) লোম

(খ) পলসুৱা

(গ) বালিয়া

উত্তৰ- (ক) লোম ।


১৮। তলৰ ছৱিখনৰ কি মাটিত পানীৰ অৱস্থান আছে ?


Captionless Image

(ক) লোম মাটি

(খ) বালি মাটি

(গ) বোকা বাটি

উত্তৰ- (গ) বোকা বাটি ।


১৯। তলৰ ছৱিখনত মানুহজনে কি কৰি আছে  ?


Captionless Image


(ক) বিছি আছে

(খ) শুই আছে

(গ) নাচি আছে

উত্তৰ- (ক) বিছি আছে ।


২০. A- স্তৰৰ তলতে কি স্তৰ ?

(ক) B-স্তৰ

(খ) E-স্তৰ

(গ) R-স্তৰ

উত্তৰ- (খ) E-স্তৰ ।



Type: Pompi Hazarika