Chapter 2

শৰীৰত খাদ্যৰ ব্যৱহাৰ



১। ভাত হ’ল কি উৎস ?

(ক) কাৰ্ব’হাইড্ৰেটৰ

(খ) অক্সিজেনৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কাৰ্ব’হাইড্ৰেটৰ ।


২। আমাৰ দেহে কি গ্ৰহন কৰে ?

(ক) শ্বেতসাৰ

(খ) গ্লক’জ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) গ্লক’জ ।


৩। খাদ্যৰ জটিল উপাদানসমূহৰ সৰলীকৰণ কৰা প্ৰক্ৰিয়াটোক কি বোলে ?

(ক) পৰিপুষ্টি

(খ) হজম প্ৰক্ৰিয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) হজম প্ৰক্ৰিয়া ।


৪। উদ্ভিদে নিজৰ দেহত খাদ্য প্ৰস্তুত কৰিব ?

(ক) নোৱাৰে

(খ) পাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পাৰে ।


৫। খাদ্যদ্ৰব্য গ্ৰহন কৰা কাৰ্যই হ’ল ?

(ক) ভক্ষণ

(খ) পাচন

(গ) বহিষ্কৰণ

উত্তৰ- (ক) ভক্ষণ ।


৬। এমিবা এবিধ এককোষী প্ৰাণী কি জীৱ ?

(ক) সদৃশ

(খ) অসদৃশ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সদৃশ ।


৭। এমিবাই খাদ্য হিচাপে কি গ্ৰহন কৰে ?

(ক) বেক্টেৰিয়া

(খ) শ্বেতশাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বেক্টেৰিয়া ।


৮। ফলমূল প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰা প্ৰাণীক কি প্ৰাণী বোলা হয় ?

(ক) ফলাহাৰী

(খ) ৰক্তভোজী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ফলাহাৰী ।


৯। মুখ গহ্বৰৰ ওপৰৰ অংশক কি বোলে ?

(ক) তালু

(খ) জিভা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) তালু ।


১০। পাকস্থলীৰ শেষ মূৰৰপৰা আৰম্ভ হোৱা পাকখোৱা দীঘল নলীসদৃশ অংশই হ’ল ?

(ক) বৃহদন্ত্ৰ

(খ)ক্ষুদ্ৰান্ত্ৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ)ক্ষুদ্ৰান্ত্ৰ ।


১১। পূৰ্ণগ্ৰাসী পৰিপুষ্ট প্ৰক্ৰিয়া কেইটা স্তৰত মাজেৰে সম্পন্ন হৈছে ?  

(ক) তিনিটা

(খ) চাৰিটা

(গ) পাঁচটা

উত্তৰ- (গ) পাঁচটা ।


১২। জীৱৰ পৰিপুষ্টি কেই প্ৰকাৰৰ ?

(ক) দুূই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) ছয় প্ৰকাৰৰ

উত্তৰ- (ক) দুূই প্ৰকাৰৰ ।


১৩। হাতীৰ কোনবিধ দাঁত জোঙা হৈ বাহিৰলৈ ওলাই যায় ?

(ক) কৃন্তক

(খ) ছেদক

(গ) পেষক

উত্তৰ- (ক) কৃন্তক ।


১৪। কোনবিধ অংগৰ পাচনতন্ত্ৰৰ অন্তৰ্গত নহয় ?

(ক) যকৃত

(খ) পাকস্থলী

(গ) হাঁওফাঁও

উত্তৰ- (গ) হাঁওফাঁও ।


১৫। খাদ্য বস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়াক কি বোলা হয় ?

(ক) ভক্ষণ বোলা হয়

(খ) ছেদক বোলা হয়

(গ) হজম বোলা হয়

উত্তৰ- (ক) ভক্ষণ বোলা হয় ।


১৬। মানুহৰ কেইধৰণৰ দাঁত থাকে ?

(ক) তিনি ধৰণৰ

(খ) চাৰি ধৰণৰ

(গ) পাঁচ ধৰণৰ

উত্তৰ- (খ) চাৰি ধৰণৰ ।


১৭। শৰ্কৰাৰ পাচন ক’ত আৰম্ভ হয় ?

(ক) মুখগহ্বৰ

(খ) শ্বাসতন্ত্ৰৰন

(গ) মলত্যাগৰ

উত্তৰ- (ক) মুখগহ্বৰ ।


১৮। পাচক ৰস নিঃসৰণ কৰা এবিধ গ্ৰন্থিৰ নাম লিখা।

(ক) যকৃত

(খ) ক্ষুদ্ৰান্ত্ৰ

(গ) দন্তক্ষয়

উত্তৰ- (ক) যকৃত ।


১৯।ৰোমন্থক প্ৰাণীবোৰৰ পাস্থলীত কেইটা কোঠালি থাকে ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰ- (গ) চাৰিটা ।


২০। ঊৰ্দ্ধ আৰু নিম্ন হনু উভয়ৰে কেইযোৰকৈ দাঁত থাকে ?

(ক) দুযোৰকৈ

(খ) তিনিযোৰকৈ

(গ) পাঁচযোৰকৈ

উত্তৰ- (খ) তিনিযোৰকৈ ।


Type: Pompi Hazarika