Chapter 9

ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন



১। কপাৰ ছালফেট এবিধ কি পদাৰ্থ ?

(ক) ৰঙা

(খ) নীলা

(গ) হালধীয়া

উত্তৰ- (খ) নীলা ।


২। পৰিৱৰ্তন কেই প্ৰকাৰৰ ?

(ক) দুই

(খ) তিনি

(গ) চাৰি

উত্তৰ- (ক) দুই ।


৩। যি পৰিৱৰ্তনত নতুন পদাৰ্থ সৃষ্টি হয় তাকে কি বোলে ?

(ক) ভৌতিক পৰিৱৰ্তন

(খ) ৰাসায়নিক পৰিৱৰ্তন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ৰাসায়নিক পৰিৱৰ্তন ।


৪। কিহৰ পৰা মামৰ উৎপন্ন হয় ?

(ক) কাৰ্বন ডাইঅক্সাইড ৰ

(খ) আইৰণ আৰু অক্সিজেন ৰ

(গ) ছডিয়াম হাইড্ৰ’জেন কাৰ্বনেট ৰ

উত্তৰ- (খ) আইৰণ আৰু অক্সিজেন ৰ ।


৫। চূণ পানীত কেলছিয়াম কি থাকে ?

(ক) অক্সিজেন

(খ) হাইড্ৰক্সাইড

(গ) কাৰ্বন ডাইঅক্সাইড

উত্তৰ- (খ) হাইড্ৰক্সাইড।


৬। ফেৰাছ ছালফেট নামৰ পদাৰ্থবিধৰ বৰণ কি ?

(ক) পাতল হালধীয়া

(খ) পাতল সেউজীয়া

(গ) ৰঙা

উত্তৰ- (খ) পাতল সেউজীয়া ।


৭। বেলা ৰুটীখন ভাজিলে কি পৰিৱৰ্তন ঘটে ?

(ক) ৰাসায়নিক পৰিৱৰ্তন

(খ) ভৌতিক পৰিৱৰ্তন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ৰাসায়নিক পৰিৱৰ্তন ।


৮। আনহাতে খাদ্য হজম হোৱা প্ৰক্ৰিয়াটোক কি উৎপন্ন হয় ?

(ক) ঠাণ্ডা

(খ) তাপ

(গ) বায়ু

উত্তৰ- (খ) তাপ ।


৯। ছডিয়াম হাইড্ৰ’জেন কাৰ্বনেট ৰ মাজত বিক্ৰিয়া ঘটিলে কি উৎপন্ন হয় ?

(ক) অক্সিজেন

(খ) কাৰ্বন ডাইঅক্সাইড

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কাৰ্বন ডাইঅক্সাইড ।


১০। ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থ সৃষ্টি ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) হয় ।


১১। ভিনেগাৰত কি এছিড থাকে ?

(ক) লেক্টিক এছিড

(খ) মেলিক এছিড

(গ) এছেটিক এছিড

উত্তৰ- (গ) এছেটিক এছিড ।


১২. নতুন পদাৰ্থৰ সৃষ্টি হোৱাৰ পৰিৱৰ্তন হ’ল ?

(ক) ৰাসায়নিক

(খ) ভৌতিক

(গ) আইৰণ

উত্তৰ- (ক) ৰাসায়নিক ।


১৩. সংপৃক্ত দ্ৰৱৰ পৰা দ্ৰাৱ পৃথক হোৱা প্ৰক্ৰিয়াটোৰ কি বোলে ?

(ক) ক্ৰিষ্টেলীভৱন

(খ) ভৌতিক পৰিৱৰ্তন

(গ) গেছ বোলে

উত্তৰ- (ক) ক্ৰিষ্টেলীভৱন ।


১৪. ৰাসায়নিক পৰিৱৰ্তনৰ ক্ষেত্ৰ ত কোনটো শুদ্ধ নহয় ?

(ক) বৰণৰ পৰিৱৰ্তন হ’ব পাৰে

(খ) তাপ শোষিত হ’ব পাৰে

(গ) অকল অৱস্থাৰৰ পৰিৱৰ্তন ঘটে

উত্তৰ- (ক) বৰণৰ পৰিৱৰ্তন হ’ব পাৰে ।


১৫. পানী বাষ্পীভূত হয়, ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন ?

(ক) ৰাসায়নিক

(খ) ভৌতিক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ৰাসায়নিক ।


১৬. ভৌতিক পৰিৱৰ্তন ঘটিব যদি-

(ক) কাগজ জ্বলোৱা হয়

(খ) এল পি জি জ্বলোৱা হয়

(গ) চূণত পানী যোগ কৰা হয়

উত্তৰ- (ক) কাগজ জ্বলোৱা হয় ।


১৭. খাদ্য হজম হৈছে , ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন ?

(ক) তলৰ এটাও নহয়

(খ) ৰাসায়নিক

(গ) ভৌতিক

উত্তৰ- (খ) ৰাসায়নিক ।


১৮. ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন একেলগে ঘটিব যদি-

(ক) মমবাতি জ্বলোৱা হয়

(খ) মেগনেছিয়াম জ্বলোৱ হয়

(গ) বৰফ গলে

উত্তৰ- (খ) মেগনেছিয়াম জ্বলোৱ হয় ।


১৯.  সালােকসংশ্লেষণত তাপ _______ হয় ? 

(ক) উৎপন্ন

(খ) বাঢ়ে

(গ) পাতল সেউজীয়া

উত্তৰ- (ক) উৎপন্ন ।


২০. ভৌতিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি হয়নে ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) নহয় ।


Type: Pompi Hazarika