Chapter- 8

এছিড, ক্ষাৰক আৰু লৱণ



১. মানুহৰ প্ৰধান খাদ্য কি ?

(ক) নেমু

(খ) ভাত

(গ) কেৰেলা

উত্তৰ- (খ) ভাত ।


২. এছিডৰ মাধ্যম কি ?

(ক) ৰঙা

(খ) নীলা

(গ) সেউজীয়া

উত্তৰ- (ক) ৰঙা ।


৩. লৱণ এবিধ কি ?

(ক) চেনী

(খ) নিমখ

(গ) হালধী

উত্তৰ- (খ) নিমখ ।


৪. লাইকেন আচলতে কেইবিধ জীৱৰ সমষ্টি ?

(ক) দুবিধ

(খ) তিনিবিধ

(গ) চাৰিবিধ

উত্তৰ- (ক) দুবিধ ।


৫. কেইটা ৰঙৰ লিটমাছৰ কাগজ পোৱা যায় ?

(ক) চাৰিটা

(খ) তিনিটা

(গ) দুটা

উত্তৰ- (গ) দুটা ।


৬. লিটমাছ এবিধ প্ৰকৃতিৰ পৰা পোৱা কি ?

(ক) ক্ষাৰক

(খ) প্ৰশম দ্ৰব্য

(গ) সূচক

উত্তৰ- (গ) সূচক ।


৭. ক্ষাৰকৰ সোৱাদ কি ?

(ক) মিঠা

(খ) তিতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) তিতা ।


৮. লিটমাছ কি কি ধৰণৰ পোৱা যায় ?

(ক) ৰঙা আৰু নীলা

(খ) সেউজীয়া আৰু হালধীয়া

(গ) ক’লা আৰু বগা

উত্তৰ- (ক) ৰঙা আৰু নীলা ।


৯. কলাখাৰ আৰু চূণপানী হ’ল এবিধ ক্ষাৰক ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অশুদ্ধ ।


১০. লিটমাছ আচলতে বিভিন্ন ৰঙীণ পদাৰ্থৰ মিশ্ৰ ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।


১১. পৰীক্ষাগাৰত সাধাৰণতে ব্যৱহাৰ হোৱা এছিড হ’ল—

(ক) ছালফিউৰিক এছিড

(খ) নাইট্ৰিক এছিড

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।


১২. এছিডৰ  সোৱাদ কি ?

(ক) তিতা

(খ) টেঙা

(গ) মিঠা

উত্তৰ- (খ) টেঙা ।


১৩. আমাৰ পাকস্থলীত কি উৎপন্ন হয় ?

(ক) হাইড্ৰ’ক্লৰিক

(খ) ক্ৰিষ্টেলীভৱন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) হাইড্ৰ’ক্লৰিক ।


১৪. তলৰ ছবিখনৰ নাম কি ? 

Captionless Image


(ক) ম’হ

(খ) মৌ-মাখি

(গ) বৰল

উত্তৰ- (গ) বৰল ।


১৫. আমলখি কি এছিড ?

(ক) টেনিক এছিড

(খ) এছকৰবিক এছিড

(গ) চাইট্ৰিক এছিড

উত্তৰ- (খ) এছকৰবিক এছিড ।


১৬. পৰুৱাই দেহত কামুৰি কি এছিড সুমুৱাই দিয়ে ?

(ক) ফৰমিক এছিড

(খ) লেক্টিক এছিড

(গ) এছিটিক এছিড

উত্তৰ- (ক) ফৰমিক এছিড ।


১৭. চূণপানীত থকা ক্ষাৰক বিধৰ নাম লিখা ।

(ক) হাইড্ৰক্সাইড

(খ) ফেনল্খ্থেলিন

(গ) হাইড্ৰ’ক্ল’ৰিক

উত্তৰ- (ক) হাইড্ৰক্সাইড ।


১৮. আপেল খাদ্যবস্তুবিধৰ এছিড কি ?

(ক) মেলিক এছিড

(খ) টাৰটাৰিক এছিড

(গ) ফৰমিক এছিড

উত্তৰ- (ক) মেলিক এছিড ।


১৯. চূণপাণী এবিধ —

(ক) খনিজ পদাৰ্থ

(খ) ক্ষাৰক

(গ) এছিড

উত্তৰ- (খ) ক্ষাৰক ।


২০. প্ৰশমৰ মাধ্যম কি ?

(ক) কমলা

(খ) নীলা

(গ) ক’লা

উত্তৰ- (গ) ক’লা ।


Type: Pompi Hazarika