Chapter- 16

পানী: এক অমূল্য সম্পদ


১। পৃথিৱীপৃষ্ঠৰ প্ৰায় কিমান পানীয়েই সাগৰ-মহাসাগৰ থাকে ?

(ক) 85%

(খ) 99%

(গ) 97%

উত্তৰ- (গ) 97% ।


২। আমাৰ পৃথিৱী-পৃষ্ঠৰ কিমান পানীয়ে আৱৰি আছে ?

(ক) চাৰিভাগৰ তিনিভাগ

(খ) চাৰিভাগৰ দুইভাগ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) চাৰিভাগৰ তিনিভাগ ।


৩। পানীৰ ভৌতিক অৱস্থা কেইটা ?

(ক) তিনিটা

(খ) চাৰিটা

(গ) পাঁচটা

উত্তৰ- (ক) তিনিটা ।


৪। পানীৰ উৎসমূহক কেইধৰণে ভগাব পাৰি ?

(ক) চাৰিধৰণে

(খ) তিনিধৰণে

(গ) দুইধৰণে

উত্তৰ- (গ) দুইধৰণে ।


৫। আমাৰ দেশখনৰ নাম কি ?

(ক) চাইনা

(খ) ভাৰতবৰ্ষ

(গ) শ্ৰী লংকা

উত্তৰ- (খ) ভাৰতবৰ্ষ ।


৬। পৃথিৱীৰ সকলো ঠাইতে সমানে বৰষুণ হয় ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অশুদ্ধ ।


৭। একেৰাহে বহুদিন বৰষুণ নিদিয়া অৱস্থাক কি বোলে ?

(ক) জলচক্ৰ বোলে

(খ) অনাবৃষ্ট বোলে

(গ) জলবায়ু বোলে

উত্তৰ- (খ) অনাবৃষ্ট বোলে ।


৮। তথ্যমতে, কিমান চনৰ ভিতৰত গোটেই পৃথিৱীৰ প্ৰায় দুশ নিযুত লোক পানীৰ অভাৱত পৰিব ?

(ক) 2023

(খ) 2024

(গ) 2025

উত্তৰ- (গ) 2025 ।


৯। ভূ-পৃষ্ঠৰ সমস্ত জলৰায়সি কিহৰ যোগেদি পুলৰাৱৰ্তন হৈ থাকে ?

(ক) জলবায়ু

(খ) জলচক্ৰ

(গ) জলীয় বাষ্প

উত্তৰ- (খ) জলচক্ৰ ।


১০। বিভিন্ন কামৰ বাবে এজন ব্যক্তিক দৈনিক কিমান লিটাৰমান পানীৰ প্ৰয়োজন হয় ?

(ক) 30 লিটাৰ

(খ) 50 লিটাৰ

(গ) 70 লিটাৰ.

উত্তৰ- (খ) 50 লিটাৰ ।


১১। তলৰ কোনটো পানীৰ ভৌতিক অৱস্থা নহয় ? 

(ক) বৰফ

(খ) নিয়ৰ

(গ) ধোঁৱা

উত্তৰ- (গ) ধোঁৱা ।


১২। উদ্যোগত পানীৰ ব্যৱহাৰ হ’ল —–

(ক) কেঁচা সামগ্ৰী হিচাপে

(খ) দ্ৰাৱক হিচাপে

(গ) শীতলকাৰক হিচাপে

উত্তৰ- (খ) দ্ৰাৱক হিচাপে ।


১৩। পানী সংৰক্ষণৰ এটা পদ্ধতি হ’ল —–

(ক) বৰ্ধিত কাৰ্য

(খ) বনাঞ্চল ধ্বংসকৰণ

(গ) কৃষি কাৰ্য

উত্তৰ- (খ) বনাঞ্চল ধ্বংসকৰণ ।


১৪। পানীৰ তিনিওটা ভৌতিক অৱস্থাই ________ (উভমুখী/একমুখী)

(ক) একমুখী

(খ) উভমুখী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) একমুখী ।


১৫।পানী কিমান উষ্ণতাত গৰম হয় ?

(খ) 0°C

(খ) 10°C

(গ) 100°C

উত্তৰ- (খ) 0°C ।


১৬। বৰষুণেই হ’ল পানীৰ মূল উৎস ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অশুদ্ধ ।


১৭। দমকলেৰে পানী উঠালে ভূ-জলস্তৰৰ কোনো ক্ষতি নহয় ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) শুদ্ধ ।


১৮। নদীৰ পানী গতি নিয়ন্ত্ৰণ আৰু বিতৰণৰ বাবে কি নিৰ্মাণ কৰা হয় ?

(ক) কুৱাঁ

(খ) বান্ধ

(গ) দমকল

উত্তৰ- (খ) বান্ধ ।


১৯। তলৰ কোনটো নাটনিৰ কাৰণ নহয় ?

(ক) উদ্যোগজাত বিকাশ

(খ) পানীৰ উৎসসমূহৰ অপৰিকল্পিত ব্যৱস্থাপনা

(গ) প্ৰচুৰ বৰষুণ

উত্তৰ- (গ) প্ৰচুৰ বৰষুণ ।


২০। প্ৰচু তলৰ ছবিখনৰ A টো শুদ্ধ নে B টো?

Captionless Image

(ক) A টো

(খ) B টো

উত্তৰ- (খ) B টো ।



Type: Pompi Hazarika