Chapter- 17

অৰণ্যজাত সামগ্ৰী


১. অৰণ্য়ৰ গছ-গছনিবোৰ প্ৰায় উক্ত কেইটা স্তৰত বিস্তৃত হৈ থাকে ?

(ক) তিনিটা

(খ) চাৰিটা

(গ) পাঁচটা

উত্তৰ- (খ) চাৰিটা ।


২. জৰীপ প্ৰক্ৰিয়াটো কিমান চনত আৰম্ভ কৰা হৈছিল ?

(ক) 1992

(খ) 1987

(গ) 1964

উত্তৰ- (খ) 1987 ।


৩. অৰণ্যত গছ-গছনিৰপৰা উৎপাদিত সামগ্ৰীসমূহক সাধাৰণতে কেইভাগত বিভক্ত কৰা হৈছে  ?

(ক) দুভাগত

(খ) তিনিভাগত

(গ) চাৰিভাগত

উত্তৰ- (ক) দুভাগত ।


৪. হাঁওফাঁও দুটাই দেহত কি যোগায় ?

(ক) কাৰ্বন ডাইঅক্সািড

(খ) অক্সিজেন

(গ) খাদ্য শৃংখল

উত্তৰ- (খ) অক্সিজেন ।


৫. আমাজান অৰণ্যই পৃথিৱীৰ বায়ুমণ্ডললৈ প্ৰায় কিমান শতাংশ অক্সিজেন যোগান ধৰে ?

(ক) 30 শতাংশ

(খ) 20 শতাংশ

(গ) 50 শতাংশ

উত্তৰ- (খ) 20 শতাংশ ।


৬. পৃথিৱীৰ মুঠ স্থলভূমিৰ কিমান অংশ অৰণ্যৰে আবৰা ?

(ক) (1/2)

(খ) (1/3)

(গ) (1/4)

উত্তৰ- (খ) (1/3) ।


৭. অসমৰ মুঠ মাটিকালি কিমান অংশৰে আবৰা ?

(ক) 55.27%

(খ) 28.57%

(গ) 34.21%

উত্তৰ- (গ) 34.21% ।


৮. ক্ৰান্তীয় বনাঞ্চলৰ ওপৰত থকা কিমান আৰ্দ্ৰতা উদ্ভিদসমূহত প্ৰস্বেদন ফলত হয় ?

(ক) 60-48%

(খ) 50-80%

(গ) 40-75%

উত্তৰ- (খ) 50-80% ।


৯. তলৰ কোনবিধ অৰণ্যত উৎপাদিত সামগ্ৰী নহয় ?

(ক) কাগজ

(খ) চকী

(গ) ৰবৰ

উত্তৰ- (খ) চকী ।


১০. অৰণ্যই অকল মানুহৰহে খাদ্য,বস্ত্ৰ আৰু বাসস্থান যোগান ধৰে  ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অশুদ্ধ ।


১১. অৰণ্যৰ গুল্ম প্ৰতীক উদ্ভিদে আবৰা স্তৰটোক কি বোলে ?

(ক) মুকুট

(খ) মুকুলন

(গ) ত্ৰিভুজ

উত্তৰ- (ক) মুকুট ।


১২. অৰণ্যত বাস কৰা এবিধ —–

(ক) উপভোক্তা

(খ) বিয়োজক

(গ) পৰজীৱী প্ৰাণী

উত্তৰ- (ক) উপভোক্তা ।


১৩. তলৰ কোনবিধ অৰণ্যত উৎপাদিত সামগ্ৰী নহয় ?

(ক) আঠা

(খ) কেৰাচিন তেল

(গ) প্লাইউড

উত্তৰ- (খ) কেৰাচিন তেল ।


১৪. সম্পূর্ণ অৰণ্যৰ ওপৰত নিৰ্ভৰশীল এক সম্প্রদায় হ’ল —-

(ক) উপভোক্তা

(খ) উদ্যোগতা

(গ) গঢ়োতা

উত্তৰ- (ক) উপভোক্তা ।


১৫. জৰীপৰ শেহতীয়া ১৫ সংখ্যক জৰীপটো কিমান চনত কৰা হৈছে ?

(ক) 2017

(খ) 2009

(গ) 2035

উত্তৰ- (ক) 2017 ।


১৬. তলৰ জন্তুবিধৰ নাম কি ?  

Captionless Image

(ক) গড়

(খ) বাঘ

(গ) হৰিণ

উত্তৰ- (ক) গড় ।


১৭. তলৰ ছবিখনত কি বুজাইছে ?

Captionless Image

(ক) খাদ্য শৃংখল

(খ) অক্সিজেন

(গ) জলীয় বাষ্প যোগান

উত্তৰ- (ক) খাদ্য শৃংখল ।


১৮. কিমান চনৰ ভিতৰত গোটেই পৃথিৱীৰ প্ৰায় দুশ নিযুত লোক পানীৰ অভাৱত পৰিব বুলি জনা যায় ?

(ক) 2021

(খ) 2022

(গ) 2023

উত্তৰ- (গ) 2023 ।


১৯. প্ৰকৃতিত প্ৰাণী কেইটা অৱস্থাত পোৱা যায় ? 

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰ- (খ) তিনিটা ।


২০. পানীৰ উৎসমূহক বহল অৰ্থত কেইধৰণে ভগাব পাৰি ?

(ক) দুই ধৰণে

(খ) তিনি ধৰণে

(গ) চাৰি ধৰণে

উত্তৰ- (খ) তিনি ধৰণে ।



Type: Pompi Hazarika