Chapter-12

বিদ্যুৎ


১. বৈদ্যুতিক মূল উপাংশ কেইটা ?

(ক) 3 টা

(খ) 4 টা

(গ) 6 টা

উত্তৰ- (খ) 4 টা ।


২. তলৰ কোনবিধ সুৰক্ষাৰ আহিলা ?

(ক) বেটাৰি

(খ) ফিউজ

(গ) টৰ্চ

উত্তৰ- (খ) ফিউজ ।


৩. এটা বেটাৰিত একাধিক বিদ্যুৎ কোষ?

(ক) থাকে

(খ) নাথাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) থাকে ।


৪. হান্স খ্ৰিষ্টিয়ান অ’ৰষ্টেড নামৰ বিজ্ঞানীয়ে কিহৰ প্ৰমান দেখুৱায় ?

(ক) কাট আউট

(খ) বিদ্যুৎ আৰু চুম্বকত্ব

(গ) বেটাৰি

উত্তৰ- (খ) বিদ্যুৎ আৰু চুম্বকত্ব ।


৫. পোহৰ দিবৰ বাবে কি বিদ্যুতৰ প্ৰয়োজন ?

(ক) ফিউজ

(খ) টৰ্চ

(গ) বেটাৰি

উত্তৰ- (খ) টৰ্চ ।


৬. কলিংবেলবোৰ হ’ল ?

(ক) বৈদ্যুতিক বাল্ব

(খ) বৈদ্যুতিক ঘন্টা

(গ) ছুইচ

উত্তৰ- (খ) বৈদ্যুতিক ঘন্টা ।


৭. বাল্বৰ ফিলামেন্টডাল বৰ ?

(ক) টান

(খ) মিহি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মিহি ।


৮. বাল্বৰ তাঁৰডাল অধিক পৰিমানৰ

(ক) ঠাণ্ডা উৎপন্ন হয়

(খ) গম উৎপন্ন হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) গৰম উৎপন্ন হয় ।


৯. টিভি, ৰেডিঅ’, ৰেফ্ৰজাৰেটৰ আদি কি সংযোগ কৰা থাকে ?

(ক) ছুইচ

(খ) এমচিবি

(গ) ফিউজ

উত্তৰ- (গ) ফিউজ ।


১০. কলিংবেলত গান বাজে,কথা কয় এইবোৰ বৈদ্যুতিক ঘন্টা ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নহয় ।


১১. হান্স খ্ৰিষ্টয়ান জন্ম কিমান চনত হৈছিল ?

(ক) ১৭৭৭ চনত

(খ) ১৯৯৯ চনত

(গ) ১৮৮৮ চনত

উত্তৰ- (ক) ১৭৭৭ চনত ।


১২. তলৰ ছবিখনৰ নাম কি ?      

Captionless Image

(ক) এমচিবি

(খ) ফিউজ

(গ) চুম্বক

উত্তৰ- (ক) এমচিবি ।


১৩. পদাৰ্থবোৰৰ মাজত কিহৰ বিক্ৰিয়া ঘটে ?

(ক) পৰিবাহী

(খ) ৰাসায়নিক

(গ) ভৌতিক

উত্তৰ- (খ) ৰাসায়নিক ।


১৪. তলৰ অমিলটো বাছি উলিওৱাঁ ?

(ক) কাট আউট

(খ) ফিউজ

(গ) ছুইচ

উত্তৰ- (ক) কাট আউট ।


১৫. তলৰ মানুহজনৰ নাম কি ?

Captionless Image

(ক) হান্স খ্ৰিষ্টিয়ান

(খ) জগদীশচন্দ্ৰ বসু

(গ) চাৰ্লছ বেবেজ

উত্তৰ- (ক) হান্স খ্ৰিষ্টিয়ান ।


১৬. টাংষ্টনৰ গলনাংক তামতকৈ _______ । (বেছি/কম)     

(ক) বেছি

(খ) কম

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বেছি ।


১৭. বিদ্যুৎপ্ৰবাহ ব্যৱহাৰ কৰি তৈয়াৰ কৰা চুম্বকক কি বোলে ?

(ক) বিদ্যুৎ

(খ) চুম্বক

(গ) ফিউজ

উত্তৰ- (ক) বিদ্যুৎ ।


১৮. তলৰ কোনবিধ আহিলাত বিদ্যুৎচুম্বক ব্যৱহাৰ হয় ? 

(ক) কলিং বেল

(খ) বাল্ব

(গ) ইস্ত্ৰি

উত্তৰ- (ক) কলিং বেল ।


১৯. তলৰ ছবিখনৰ নাম কি ?         

Captionless Image

(ক) বাতি আকৃতিৰ ঘন্টা

(খ) বৈদ্যুতিক বাল্ব

(গ) টৰ্চৰ ভিতৰফালৰ ছবি

উত্তৰ- (গ) টৰ্চৰ ভিতৰফালৰ ছবি ।


২০. বিদ্যুৎ আৰু চুম্বকৰ মাজত সম্পৰ্ক থকা বুলি পোন প্ৰথমে কোনে প্ৰমাণ কৰিছিল ?

(ক) অ’ৰ’ষ্টেডে

(খ) আইনষ্টাইনে

(গ) ৰাডাৰফ’ৰ্ডে

উত্তৰ- (গ) ৰাডাৰফ’ৰ্ডে ।


Type: Pompi Hazarika