Chapter-12
বিদ্যুৎ
১. বৈদ্যুতিক মূল উপাংশ কেইটা ?
(ক) 3 টা
(খ) 4 টা
(গ) 6 টা
উত্তৰ- (খ) 4 টা ।
২. তলৰ কোনবিধ সুৰক্ষাৰ আহিলা ?
(ক) বেটাৰি
(খ) ফিউজ
(গ) টৰ্চ
উত্তৰ- (খ) ফিউজ ।
৩. এটা বেটাৰিত একাধিক বিদ্যুৎ কোষ?
(ক) থাকে
(খ) নাথাকে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) থাকে ।
৪. হান্স খ্ৰিষ্টিয়ান অ’ৰষ্টেড নামৰ বিজ্ঞানীয়ে কিহৰ প্ৰমান দেখুৱায় ?
(ক) কাট আউট
(খ) বিদ্যুৎ আৰু চুম্বকত্ব
(গ) বেটাৰি
উত্তৰ- (খ) বিদ্যুৎ আৰু চুম্বকত্ব ।
৫. পোহৰ দিবৰ বাবে কি বিদ্যুতৰ প্ৰয়োজন ?
(ক) ফিউজ
(খ) টৰ্চ
(গ) বেটাৰি
উত্তৰ- (খ) টৰ্চ ।
৬. কলিংবেলবোৰ হ’ল ?
(ক) বৈদ্যুতিক বাল্ব
(খ) বৈদ্যুতিক ঘন্টা
(গ) ছুইচ
উত্তৰ- (খ) বৈদ্যুতিক ঘন্টা ।
৭. বাল্বৰ ফিলামেন্টডাল বৰ ?
(ক) টান
(খ) মিহি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) মিহি ।
৮. বাল্বৰ তাঁৰডাল অধিক পৰিমানৰ
(ক) ঠাণ্ডা উৎপন্ন হয়
(খ) গম উৎপন্ন হয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) গৰম উৎপন্ন হয় ।
৯. টিভি, ৰেডিঅ’, ৰেফ্ৰজাৰেটৰ আদি কি সংযোগ কৰা থাকে ?
(ক) ছুইচ
(খ) এমচিবি
(গ) ফিউজ
উত্তৰ- (গ) ফিউজ ।
১০. কলিংবেলত গান বাজে,কথা কয় এইবোৰ বৈদ্যুতিক ঘন্টা ?
(ক) হয়
(খ) নহয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নহয় ।
১১. হান্স খ্ৰিষ্টয়ান জন্ম কিমান চনত হৈছিল ?
(ক) ১৭৭৭ চনত
(খ) ১৯৯৯ চনত
(গ) ১৮৮৮ চনত
উত্তৰ- (ক) ১৭৭৭ চনত ।
১২. তলৰ ছবিখনৰ নাম কি ?
(ক) এমচিবি
(খ) ফিউজ
(গ) চুম্বক
উত্তৰ- (ক) এমচিবি ।
১৩. পদাৰ্থবোৰৰ মাজত কিহৰ বিক্ৰিয়া ঘটে ?
(ক) পৰিবাহী
(খ) ৰাসায়নিক
(গ) ভৌতিক
উত্তৰ- (খ) ৰাসায়নিক ।
১৪. তলৰ অমিলটো বাছি উলিওৱাঁ ?
(ক) কাট আউট
(খ) ফিউজ
(গ) ছুইচ
উত্তৰ- (ক) কাট আউট ।
১৫. তলৰ মানুহজনৰ নাম কি ?
(ক) হান্স খ্ৰিষ্টিয়ান
(খ) জগদীশচন্দ্ৰ বসু
(গ) চাৰ্লছ বেবেজ
উত্তৰ- (ক) হান্স খ্ৰিষ্টিয়ান ।
১৬. টাংষ্টনৰ গলনাংক তামতকৈ _______ । (বেছি/কম)
(ক) বেছি
(খ) কম
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বেছি ।
১৭. বিদ্যুৎপ্ৰবাহ ব্যৱহাৰ কৰি তৈয়াৰ কৰা চুম্বকক কি বোলে ?
(ক) বিদ্যুৎ
(খ) চুম্বক
(গ) ফিউজ
উত্তৰ- (ক) বিদ্যুৎ ।
১৮. তলৰ কোনবিধ আহিলাত বিদ্যুৎচুম্বক ব্যৱহাৰ হয় ?
(ক) কলিং বেল
(খ) বাল্ব
(গ) ইস্ত্ৰি
উত্তৰ- (ক) কলিং বেল ।
১৯. তলৰ ছবিখনৰ নাম কি ?
(ক) বাতি আকৃতিৰ ঘন্টা
(খ) বৈদ্যুতিক বাল্ব
(গ) টৰ্চৰ ভিতৰফালৰ ছবি
উত্তৰ- (গ) টৰ্চৰ ভিতৰফালৰ ছবি ।
২০. বিদ্যুৎ আৰু চুম্বকৰ মাজত সম্পৰ্ক থকা বুলি পোন প্ৰথমে কোনে প্ৰমাণ কৰিছিল ?
(ক) অ’ৰ’ষ্টেডে
(খ) আইনষ্টাইনে
(গ) ৰাডাৰফ’ৰ্ডে
উত্তৰ- (গ) ৰাডাৰফ’ৰ্ডে ।
Type: Pompi Hazarika
0 Comments