Chapter- 11

গতি আৰু সময়


১. এই কেইবিধ বাহনৰ ভিতৰত কোনবিধ ৰ গতিবেগ অতি বেছি ?

(ক) মটৰগাড়ী

(খ) উৰাজাহাজ

(গ) ৰে’লগাড়ী

উত্তৰ- (খ) উৰাজাহাজ ।


২. অতিক্ৰম কৰা দূৰত্বক বস্তুটোক কি বোলা হয় ?

(ক) দোলনকাল

(খ) দ্ৰুতি

(গ) দূৰত্ব

উত্তৰ- (খ) দ্ৰুতি ।


৩. 1 ঘণ্টাত কিমান মিনিট ?

(ক) 25

(খ) 68

(গ) 60

উত্তৰ- (গ) 60 ।


৪. 1 মিনিটত কিমান ছেকেণ্ড ?

(ক) 30 ছেকেণ্ড

(খ) 50 ছেকেণ্ড

(গ) 60 ছেকেণ্ড

উত্তৰ- (গ) 60 ছেকেণ্ড ।


৫. এবছৰত কিমান দিন আছে ?

(ক) 220 দিন

(খ) 365 দিন

(গ) 315 দিন

উত্তৰ- (খ) 365 দিন ।


৬. ফেব্ৰুৱাৰি মাহত সাধাৰণতে কিমান দিন থাকে ?

(ক) 29 দিন

(খ) 28 দিন

(গ) 31 দিন

উত্তৰ- (খ) 28 দিন ।


৭. জীৱ-জন্তুৰ ভিতৰত কোনবিধ আটাইতকৈ দ্ৰুতগামী ?

(ক) সোণালী ঈগল (চৰাই)

(খ) অষ্ট্ৰিক (চৰাই)

(গ) পেৰেগে্ৰাইন ফেলক’ন (চৰাই)

উত্তৰ- (গ) পেৰেগে্ৰাইন ফেলক’ন (চৰাই) ।


৮. কোনটো মাহক লিপ্ ইয়েৰ বোলা হৈছিল ?

(ক) জানুৱাৰী

(খ) ফেব্ৰুৱাৰী

(গ) মাৰ্চ

উত্তৰ- (খ) ফেব্ৰুৱাৰী ।


৯. কিমান বছৰৰ মূৰে মূৰে লিপ্ ইয়েৰ হয় ?

(ক) 1 বছৰৰ

(খ) 3 বছৰৰ

(গ) 4 বছৰৰ

উত্তৰ- (গ) 4 বছৰৰ ।


১০. কোনখন কেলেণ্ডাৰক জাতীয় কেলেণ্ডাৰ হিচাপে ঘোষণা কৰিছে ?

(ক) গ্ৰেগ’ৰীৰ

(খ) শকাব্দ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) শকাব্দ ।


১১.আধুনিক বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় ?

(ক) টমাছ আলভা এডিচন

(খ) গেলিলি’অ গেলিলি

(গ) আব্দুল কালাম

উত্তৰ- (খ) গেলিলি’অ গেলিলি ।


১২. তলৰ ছবিখনৰ নাম কি ? 


Captionless Image


(ক) মটৰগাড়ী

(খ) উৰাজাহাজ

(গ) ৰে’লগাড়ী

উত্তৰ- (খ) উৰাজাহাজ ।


১৩.  গেলিলিঅ’ গেলিলিৰ জন্ম কিমান চনত হৈছিল ?

(ক) ১৫৬৪ চনত

(খ) ১৬৪১ চনত

(গ) ২৩৯৭ চনত

উত্তৰ- (ক) ১৫৬৪ চনত ।


১৪.  গেলিলিঅ’ গেলিলি কোন দেশৰ আছিল ?

(ক) পাকিস্থান

(খ) ইটালি

(গ) ভাৰত

উত্তৰ- (খ) ইটালি ।


১৫. ডিব্ৰুগড়ত গ’লে ৰে’লগাড়ীয়ে প্ৰায় কিমান সময় লাগে ?

(ক) ৯ ঘন্টা

(খ) আধা ঘন্টা

(গ) ১৪ ঘন্টা

উত্তৰ- (ক) ৯ ঘন্টা ।


১৬. তলৰ ছবিখনত থকা মানুহজনৰ নাম কি ?

Captionless Image

(ক) গেলিলি’ও গেলিলি

(খ) চাৰ্লছ বেবেজ

(গ) হোমি জাহাংগীৰ ভাবা

উত্তৰ- (ক) গেলিলি’ও গেলিলি ।


১৭. ক্ৰিষ্টিয়ান হাইগেন্চ নামৰ বিজ্ঞানীজনে কিমান চনত দোলক থকা ঘড়ী সাদি উলিয়ায় ?

(ক) ১৬৫৫

(খ) ১৬৫৬

(গ) ১৬৫৭

উত্তৰ- (খ) ১৬৫৬ ।


১৮. ঘড়ীটোৰ কাঁটাডালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ সময় লয় কেইঘন্টা ?

(ক) ৬ ঘন্টা

(খ) ১২ ঘন্টা

(গ) ২৪ ঘন্টা

উত্তৰ- (খ) ১২ ঘন্টা ।


১৯. তলৰ ঘড়ীটো কেই ঘন্টীয়া ঘড়ী ?  

Captionless Image


(ক) ২৪ ঘন্টীয়া

(খ) ১২ ঘন্টীয়া

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) ২৪ ঘন্টীয়া ।


২০. গেলিলি’অ গেলিলিৰ মৃত্যু কিমান চনত হৈছিল ?

(ক) ১৬৪০

(খ) ১৯৪৭

(গ) ১৬৪২

উত্তৰ- (গ) ১৬৪২ ।


Type: Pompi Hazarika