Chapter- 6

আমাৰ কাপোৰ



১. লেটাক আৱৰি ৰখা সৰু মোনাখনেই হ’ল ?

(ক) পলু

(খ) লেটাগুটি

(গ) পখিলা

উত্তৰ- (খ) লেটাগুটি ।


২. কেইবিধ আঁহৰ ক্ষেত্ৰত ছ’ডাৰ প্ৰয়োগ হয় ?

(ক) তিনিওবিধ

(খ) চাৰিওবিধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) তিনিওবিধ ।


৩. শুৱালকুছি কিহৰ বাবে বিখ্যাত ?

(ক) ঊণৰ বাবে

(খ) পাট-মুগা বাবে

(গ) আঁহৰ বাবে

উত্তৰ- (খ) পাট-মুগা বাবে ।


৪. জন্তুৰ নোমৰ পৰা ঊণ সূতা প্ৰস্তুত কৰা ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) হয় ।


৫. কোমল আহবোৰক কি বোলা হয়?

(ক) ঊণ

(খ) বাৰ

(গ) আঁহ

উত্তৰ- (খ) বাৰ ।


৬. ঊণ সূতাৰ লগত জড়িত ৰোগবিধৰ নাম হ’ল ?

(ক) এনথ্ৰাক্স

(খ) মেলেৰিয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) এনথ্ৰাক্স ।


৭. পাট,মুগা,আৰু এড়ী আঁহ ক’ৰ পৰা আহৰণ কৰা হ’য় ?

(ক) সূতাৰ পৰা

(খ) লেটাৰ পৰা

(গ) ঊণৰ পৰা

উত্তৰ- (খ) লেটাৰ পৰা ।


৮. মথৰ পাখিত ক্ষুদ্ৰ ক্ষুদ্ৰ বাকলি ?

(ক) নাথাকে

(খ) থাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) থাকে ।


৯. পিছে বজাৰৰ প্ৰায়ভাগ ছুৱেটাৰ কিহেৰে বনোৱা ?

(ক) হাতেৰে

(খ) মেচিনেৰে

(গ) সূতাৰে

উত্তৰ- (খ) মেচিনেৰে ।


১০. ভেড়া, ছাগলী শহাপহু আদিৰ নোমৰ পৰা কি পোৱা যায় ?

(ক) আঁহ

(খ) ঊণ সূতা

(গ) মুণ্ডন

উত্তৰ- (খ) ঊণ সূতা ।


১১. তলৰ উদ্ভিদৰ ভিতৰত কোনটো আহঁজাতীয় উদ্ভিদ ?

(ক) কপাহ

(খ) তামোল

(গ) সৰিয়হ

উত্তৰ- (ক) কপাহ ।


১২. কাপোৰে আমাক কিহৰ পৰা ৰক্ষা কৰে ?

(ক) খাদ্যৰ পৰা

(খ) ঠাণ্ডাৰ পৰা

(গ) ওপৰৰ এটও নহয়

উত্তৰ- (খ) ঠাণ্ডাৰ পৰা ।


১৩. লেটাক আবৰি ৰখা সৰু মোনাখনৰ নাম কি ? 

(ক) লেটাগুটি

(খ) পলু

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) লেটাগুটি ।


১৪. কোমল আঁহবোৰক কি বোলা হয় ?

(ক) বাৰ

(খ) ঊণ

(গ) মুণ্ডন

উত্তৰ- (ক) বাৰ ।


১৫. এন্থ্ৰাস্ক এবিধ কিহৰ নাম ?                                                

(ক) ৰোগৰ

(খ) খাদ্যৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ৰোগৰ ।


১৬. কেইবিধ আঁহ লেটাৰপৰা আহৰণ কৰা হয় ?

(ক) দুবিধ

(খ) তিনিবিধ

(গ) চাৰিবিধ

উত্তৰ- (খ) তিনিবিধ ।


১৭. পাক খাই থকা আহঁবোৰ কি কৰিব ল’ব লাগে ?

(ক) পোনাই

(খ) ঘূৰাই

(গ) উতলাই

উত্তৰ- (ক) পোনাই ।


১৮. ঊণ আঁহ আহৰণ কৰা পদ্ধতিক কেইটা পৰ্যায়ত ভগাব পাৰি ?

(ক) দুটা

(খ) চাৰিটা

(গ) ছয়টা

উত্তৰ- (খ) চাৰিটা ।


১৯. উট জন্তুবিধক ইংৰাজীত কি বোলা হয় ?

(ক) Camel

(খ) Sheep

(গ) Spining

উত্তৰ- (ক) Camel ।


২০. আঁহবোৰ কিহৰ নোম ?

(ক) কপাহৰ

(খ) জন্তুৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) জন্তুৰ ।


Type: Pompi Hazarika