Chapter- 15

জলবায়ু আৰু প্ৰাণীৰ অভিযোজন


১। মেৰু অঞ্চলৰ জীৱৰ নাম ?

(ক) বাঘ

(খ) বগা ভালুক

(গ) সিংহ

উত্তৰ- (খ) বগা ভালুক ।


২। বগা ঘ্ৰাণশক্তি অতি কম ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অশুদ্ধ ।


৩। ভাৰতৰ্ষৰ ক্ৰান্তীয় বৰ্ষাৰণ্য আন এবিধ বিখ্যাত জন্তু হৈছে ?

(খ) সিংহ

(খ) বাঘ

(গ) চিম্পাঞ্জী

উত্তৰ- (খ) বাঘ ।


৪। দক্ষিণ মেৰু অঞ্চলত কি চৰাই বাস কৰে ?

(ক) অষ্ট্ৰিক চৰাই

(খ) পেংগুইন চৰাই

(গ) পৰিভ্ৰমী চৰাই

উত্তৰ- (খ) পেংগুইন চৰাই ।


৫। শ্বিলঙৰ কিছু দূৰত কি নামৰ ঠাইখন অৱস্থিত ?

(ক) কাশ্মীৰ

(খ) ডেৰাডুন

(গ) চেৰাপুঞ্জী

উত্তৰ- (গ) চেৰাপুঞ্জী ।


৬। ক্ৰান্তীয় বৰ্ষাৰণ্যত জীৱ-জন্তু বেছিকৈ

(ক) থাকে

(খ) নাথাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) থাকে ।


৭। মেৰু অঞ্চলৰ প্ৰধান জীৱ দুবিধৰ নাম ?

(ক) বাঘ আৰু হৰিণা

(খ) পেংশগুইন আৰু বগা ভালুক

(গ) অষ্ট্ৰিক আৰু পৰিভ্ৰমী

উত্তৰ- (খ) পেংশগুইন আৰু বগা ভালুক ।


৮। পৃথিৱীৰ বিভিন্ন অঞ্চলত জলবায়ু ভিন ভিন নহয় ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অশুদ্ধ ।


৯। ৰ’দ দি থাকিলে কি বতৰ বুলি কওঁ ?

(ক) গৰমৰ বতৰ

(খ) ঠাণ্ডা বতৰ

(গ) ফৰকাল বতৰ

উত্তৰ- (গ) ফৰকাল বতৰ ।


১০। কোনো ঠাইৰ কিমান বছৰ ধৰি উপাদানবোৰৰ গণনা কৰি পোৱা সাধাৰণ ফলকেই জলবায়ু বুলি কোৱা হয় ?

(ক) ৪০ বছৰ

(খ) ৩১ বছৰ

(গ) ৬১ বছৰ

উত্তৰ- (খ) ৩১ বছৰ ।


১১। বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটোৰ নাম কি ?

(ক) ৰেইন গজ

(খ) বেৰ’মিটাৰ

(গ) এনেম’মিটাৰ

উত্তৰ- (খ) বেৰ’মিটাৰ ।


১২. মৰু  অঞ্চলৰ জলবায়ু —-

(ক) গৰম আৰু শুকান

(খ) গৰম আৰু সেমেকা

(গ) ঠাণ্ডা আৰু শুকান

উত্তৰ- (ক) গৰম আৰু শুকান ।


১৩. ভাৰতৰ ক্ৰান্তীয় বৰ্ষাৰণ্য থকা ঠাই হ’ল —–

(ক) উত্তৰ-পূব ভাৰত

(খ) মধ্যপ্ৰদেশ

(গ) ঝাড়খণ্ড

উত্তৰ- (ক) উত্তৰ-পূব ভাৰত ।


১৪. পেংগুইন চৰাই ক’ত বাস কৰে ?

(ক) মেৰু অঞ্চলত

(খ) বিষুৱীয় অঞ্চলত

(গ) ক্ৰান্তীয় অঞ্চলত

উত্তৰ- (ক) মেৰু অঞ্চলত ।


১৫. বতৰ পৰিৱৰ্তনৰ প্ৰধান কাৰক হ’ল ——

(ক) সূৰ্য

(খ) বেলি

(গ) চন্দ্ৰ

উত্তৰ- (ক) সূৰ্য ।


১৬.তলৰ ছবিখনৰ নাম কি ?

Captionless Image

(ক) কুকুৰ

(খ) ভালুক

(গ) পেংগুইন

উত্তৰ- (খ) ভালুক ।


১৭. তলৰ চৰাই জনীৰ নাম কি ?

Captionless Image

(ক) উট চৰাই

(খ) পৰিভ্ৰমী চৰাই

(গ) পেংগুইন চৰাই

উত্তৰ- (ক) উট চৰাই ।


১৮. বতৰ সঘনাই সলনি হৈ থাকে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।


১৯. বতৰৰ বতৰা কোন বিভাগে প্ৰস্তুত কৰে ?

(ক) বতৰ বিজ্ঞান

(খ) জল বিজ্ঞান

(গ) বিদ্যুৎ বিজ্ঞান

উত্তৰ- (ক) বতৰ বিজ্ঞান ।


২০. মেৰু অঞ্চলৰ সূৰ্যৰ ৰশ্মি কেনেকৈ পৰে ?

(ক) হেলনীয়াকৈ

(খ) পোনপটীয়াকৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) হেলনীয়াকৈ ।



Type: Pompi Hazarika