Chapter- 18

বৰ্জিত পানীৰ ব্যৱস্থাপনা



১. বৰ্জিত পানী পৰিশেধন কেন্দ্ৰত কেইটা পৰ্যায়ত পানী শোধিত কৰা হয় ?

(ক) পাঁচটা

(খ) চাৰিটা

(গ) তিনিটা

উত্তৰ- (গ) তিনিটা ।


২. স্নায়ৱিক ৰোগবিধৰ নাম কি ?

(ক) বেক্টেৰিয়া

(খ) ক’ৰনা

(গ) মিনামাটা

উত্তৰ- (গ) মিনামাটা ।


৩. মহ, মাখি আদিয়ে কণী পাৰি পৰিবেশ কি কৰি তোলে ?

(ক) স্বাস্থ্যকৰ

(খ) অস্বাস্থ্যকৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অস্বাস্থ্যকৰ ।


৪. সকলো ধৰণৰ কৃষিৰ কাৰ্যৰ বাবে পানীৰ প্ৰয়োজন ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।


৫. জৈৱ গেছবোৰ ইন্ধন বিচাপে উৎপাদন ব্যৱহাৰ কৰিব ?

(ক) নোৱাৰি

(খ) পাৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পাৰি ।


৬. বৰ্জিত পানীৰ কাৰণে বায়ু,জল আৰু স্থল-সকলোতে প্ৰদূষন হ’ব পাৰে  ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।


৭. কুৱা, দমকল আদিৰ পৰা কি পোৱা যায় ?

(ক) বায়ু

(খ) পানী

(গ) মাটি

উত্তৰ- (খ) পানী ।


৮.বৰ্জিত পানী পোনৰ ব্যৱহাৰ কৰিব ?

(ক) পাৰি

(খ) নোৱাৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পাৰি ।


৯. আৱৰ্জনা মূলত: কেইধৰণৰ ?

(ক) দুইধৰণৰ

(খ) তিনিধৰণৰ

(গ) চাৰিধৰণৰ

উত্তৰ- (ক) দুইধৰণৰ ।


১০. বাঁহৰ পৰা কি উৎপাদন হয় ?

(ক) কাপোৰ

(খ) কাগজ

(গ) খাদ্য

উত্তৰ- (খ) কাগজ ।


১১. বৰ্জিত পানী হ’ল —-

(ক) বিশুদ্ধ পানী

(খ) এবাৰ ব্যৱহৃ পানী

(গ) পৃষ্ঠ জল

উত্তৰ- (খ) এবাৰ ব্যৱহৃ পানী ।


১২. ঘৰুৱা কাম-কাজৰপৰা উৎপাদিত বৰ্জিত পানীক কি বোলে ?

(ক) পুতি জল

(খ) পুতি বা গেদ

(গ) অধঃক্ষেপ

উত্তৰ- (ক) পুতি জল ।


১৩. কলেৰা ৰোগৰ বীজানু ক’ত থাকে  ?

(ক) পানীত

(খ) মাটিত

(গ) দেহত

উত্তৰ- (ক) পানীত ।


১৪. বৰ্জিত পানীৰ উপযুক্ত ব্যৱস্থাপনা নাথাকিলে কি হ’ব পাৰে ?

(ক) ৰোগ

(খ) জল-প্ৰদূষণ

(গ) পানী যোগান ব্যৱস্থা প্ৰদূষিত

উত্তৰ- (ক) ৰোগ ।


১৫. তলৰ কোনটো পানী শোধনৰ যান্ত্ৰিক পদ্ধতি ? 

(ক) উলম্ব দণ্ডবোৰ

(খ) বাতায়ন কক্ষই

(গ) অৱক্ষেপণ টেংকে

উত্তৰ- (গ) অৱক্ষেপণ টেংকে ।


১৬. পানী শোধনৰ _________ পৰ্যায়ত জৈৱ-অশুদ্ধি দূৰ কৰা হয় ?

(ক) প্ৰথম

(খ) দ্বিতীয়

(গ) তৃতীয়

উত্তৰ- (ক) প্ৰথম ।


১৭. তলৰ ছবিখনত মানুহজনীয়ে কি কাম কৰি আছে ?

Captionless Image

(ক) নাচি আছে

(খ) বাচন ধুই আছে

(গ) হাত ধুই আছে

উত্তৰ- (গ) হাত ধুই আছে ।


১৮. পানী পৰিশোধন প্ৰক্ৰিয়াটোক কি বুলি জনা যায় ?

(ক) ৰাসায়ণিক প্ৰক্ৰিয়া

(খ) ভৌতিক প্ৰক্ৰিয়া

(গ) যান্ত্ৰিক প্ৰক্ৰিয়া

উত্তৰ- (গ) যান্ত্ৰিক প্ৰক্ৰিয়া ।


১৯. প্ৰাথমিক পৰ্যায়ৰ শোধনৰ তলিত জমা হোৱা গোটা অশুদ্ধিবোৰক কি বোলা হয় ?

(ক) গেদ

(খ) পুতি

(গ) পানীৰ আৰ্ৱজনা বোলা হয়

উত্তৰ- (ক) গেদ ।


২০. নদ-নদী, মহাসাগৰ আদিত জাঁৱৰ-জোথৰ পেলাব লাগে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) অশুদ্ধ ।


Type: Pompi Hazarika