Chapter- 1

জীৱজগত : কোষ


১। জীৱৰদেহ কিহেৰে গঠিত ?

(ক) বেক্টেৰিয়াৰে গঠিত

(খ) ভেঁকুৰে গঠিত

(গ) কোষেৰে গঠিত

উত্তৰ- (গ) কোষেৰে গঠিত ।


২। কোনবোৰ জীৱৰদেহ এটা কোষেৰে গঠিত ?

(ক) বেক্টেৰিয়া

(খ) আৰ্কিবেক্টেৰিয়া

(গ) বেক্টেৰিয়া, ইষ্টৰ আৰ্কিবেক্টেৰিয়া

উত্তৰ- (গ) বেক্টেৰিয়া, ইষ্টৰ আৰ্কিবেক্টেৰিয়া ।


৩। কাক আদিম কোষকেন্দ্ৰযুক্ত বা প্ৰ’কেৰিঅ’ট বোলে ?  

(ক) বেক্টেৰিয়াৰ সংগঠনক

(খ) আৰ্কিবেক্টেৰিয়াৰ সংগঠ

(গ) বেক্টেৰিয়া আৰু আৰ্কিবেক্টেৰিয়াৰ সংগঠনক

উত্তৰ- (গ) বেক্টেৰিয়া আৰু আৰ্কিবেক্টেৰিয়াৰ সংগঠনক ।


৪। কোনজন বৈজ্ঞানীকে কোষৰ আৱিষ্কাৰ কৰিছিল ?গ

(ক) ৰ’বাৰ্ট হুক

(খ) ৰ’বাৰ্ট আইনস্তাইন

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ৰ’বাৰ্ট হুক ।


৫। ‘Cell’ শব্দটো প্ৰথমতে কোনে ব্য়ৱহাৰ কৰিছিল ?

(ক) ৰ’বাৰ্ট হুকে

(খ) ৰবাৰ্ট আইনস্তাইনে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (ক) ৰ’বাৰ্ট হুকে ।


৬।  কোনবোৰ জীৱৰ শৰীৰৰ গঠন জটিল ?

(ক) এককোষী জীৱৰ

(খ) বহুকোষী জীৱৰ

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) বহুকোষী জীৱৰ ।


৭। মানুহৰ দেহকোষত কিমান যোৰ ক্ৰ’ম’জ’ম থাকে ?

(ক) ২২ যোৰ

(খ) ২৩ যোৰ

(গ) ২৪ যোৰ

উত্তৰ- (খ) ২৩ যোৰ ।


৮। কোনবোৰ বস্তোৱে কোষক সুৰক্ষিত কৰি ৰাখে ?

(ক) কোষাৱৰণখনে

(খ) বেক্টেৰিয়ায়ে

(গ) ভেঁকুৰে

উত্তৰ- (ক) কোষাৱৰণখনে ।


৯। স্তন্য়পায়ী প্ৰাণীৰ যকৃত গঠন কৰা কোষত প্ৰায় কিমানটা কৈ মাইট’কন্ড্ৰিয়া থাকে ?

(ক) ২০০০ টা

(খ) ১৫০০ টা

(গ) ১০০০ টা

উত্তৰ- (খ) ১৫০০ টা ।


১০। পাত গঠন কৰা কোষত থকা ক্ল’ৰ’প্লাষ্টৰ সংখ্য়া কিমান ?

(ক) ২০

(খ) ৪০

(গ) ২০ ৰ পৰা ৪০

উত্তৰ- (গ) ২০ ৰ পৰা ৪০ ।


১১। প্ৰত্য়েক কোষতে সাধাৰণতে কেইটাকৈ কোষকেন্দ্ৰ থাকে?

(ক) দুটাকৈ

(খ) একোটাকৈ

(গ) চাৰিটাকৈ

উত্তৰ- (খ) একোটাকৈ ।


১২। মাইট’কণ্ড্ৰিয়া নামৰ অৰ্গনেলৰ আকৃতি চেপেটা, দণ্ডাকৃতিৰ আৰু কেনেকোৱা?

(ক) চাৰিকুণীয়া

(খ) ঘূৰণীয়া

(গ) তিনিকুণীয়া

উত্তৰ- (খ) ঘূৰণীয়া ।


১৩। কোষপ্ৰৰসৰ চাৰিওফালে এখন পাতল কি থাকে?

(ক) পৰ্দা থাকে

(খ) আৱৰণ থাকে

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (খ) আৱৰণ থাকে ।


১৪। কোষত উৎপত্তি হোৱা বৰ্জিত পদাৰ্থও কত জমা হৈ থাকে?শ

(ক) শৰ্কাত জমা হৈ থাকে

(খ) এমিন’ এছিডত জমা হৈ থাকে

(গ) ৰসধানীত জমা হৈ থাকে

উত্তৰ- (গ) ৰসধানীত জমা হৈ থাকে ।


১৫। অৰ্গেনেলবিধৰ আকাৰ কিমান মাইক্ৰ’মিটাৰ বহল?

(ক) 3-1 মাইক্ৰ’মিটাৰ বহল

(খ) 2-10 মাইক্ৰ’মিটাৰ বহল

(গ) 2-4 মাইক্ৰ’মিটাৰ বহল

উত্তৰ- (গ) 2-4 মাইক্ৰ’মিটাৰ বহল ।


১৬। ছিষ্টাৰ্নিৰ একোটা সমষ্টিক কি বোলে?

(ক) কেৰ’টিন বোলে

(খ) উদ্ভিদ বোলে

(গ) গলগি সংঘ বোলে

উত্তৰ- (গ) গলগি সংঘ বোলে ।


১৭। প্ৰাণীকোষত কোষকেন্দ্ৰৰ ওপৰত এক কি অংশ থাকে?

(ক) ডাঙৰ অংশ থাকে

(খ) সৰু অংশ থাকে

(গ) মধ্য় অংশ থাকে

উত্তৰ- (খ) সৰু অংশ থাকে ।


১৮। কিমান চনত ইটালিৰ জীৱবিজ্ঞানী কেমিল গলগিয়ে অৰ্গেনেল আৱিষ্কাৰ কৰিছিল?

(ক) 1884 চনত

(খ) 1876 চনত

(গ) 1898 চনত

উত্তৰ- (গ) 1898 চনত ।


১৯। তলৰ ছবিটোৰ নাম কি?

(ক) ক্ল’ৰ’প্লাষ্টিড

(খ) আন্তঃপ্ৰৰসীয় জালিকা

(গ) গলগি সংঘ

উত্তৰ- (গ) গলগি সংঘ ।


২০। ইউকেৰিঅ ‘টৰ কোষৰ আকাৰ সাধাৰণতে কিমান মাইক্ৰ’মিটাৰ?

(ক) 15-23 মাইক্ৰ’মিটাৰ

(খ) 13-9 মাইক্ৰ’মিটাৰ

(গ) 10-30 মাইক্ৰ’মিটাৰ

উত্তৰ- (গ) 10-30 মাইক্ৰ’মিটাৰ ।


Type: Pompi Hazarika