Chapter- 4

জীৱৰ প্ৰজনন


১। প্ৰজনন সকলো জীৱৰ কি প্ৰক্ৰিয়া ?

(ক) স্বাভাৱিক প্ৰক্ৰিয়া

(খ) প্ৰাথমিক প্ৰক্ৰিয়া

(গ) ৮আত্মীকৰণ প্ৰক্ৰিয়া

উত্তৰ- (ক) স্বাভাৱিক প্ৰক্ৰিয়া ।


২। জীৱৰ পৰা আন জীৱ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক কি বোলে ?

(ক) যৌন প্ৰজনন

(খ) অযৌন প্ৰজনন

(গ) প্ৰজনন

উত্তৰ- (গ) প্ৰজনন ।


৩।  প্ৰজনন কেই প্ৰকাৰৰ ?

(ক) দুই প্ৰকাৰৰ

(খ) চাৰি প্ৰকাৰৰ

(গ) ছয় প্ৰকাৰৰ

উত্তৰ- (ক) দুই প্ৰকাৰৰ ।


 ৪। কি ৰোপণ কৰি নতুন উদ্ভিদ সৃষ্টি কৰিব পাৰি ?

(ক) গছ ৰোপণ কৰি

(খ) পুলি ৰোপণ কৰি

(গ) বৃক্ষ ৰোপণ কৰি

উত্তৰ- (খ) পুলি ৰোপণ কৰি ।


৫। প্ৰতিটো কোষেই পুনঃ কেনেকোৱা কোষপিণ্ডৰ সৃষ্টি কৰে ?

(ক) সৰু কোষপিণ্ডৰ

(খ) সমান কোষপিণ্ডৰ

(গ) দাঙৰ কোষপিণ্ডৰ

উত্তৰ- (ক) সৰু কোষপিণ্ডৰ ।


৬। 1951 চনতে জৰ্জগি নামৰ কোন দেশৰ হপ্কিনছ্ বিশ্ববিদ্য়ালয়ৰ বিজ্ঞানী এজনে মানৱ কোষৰ সৃষ্টি কৰে ?

(ক) আমেৰিকা

(খ) ভাৰত

(গ) নিউয়ৰ্ক

উত্তৰ- (ক) আমেৰিকা ।


৭। সপুষ্পক উদ্ভিদৰ অযৌন প্ৰজননৰ প্ৰকাৰ কেইটা ?

(ক) ৪ টা

(খ) ৮ টা

(গ) ১২ টা

উত্তৰ- (খ) ৮ টা ।


৮। পূৰঠ কন্দিকাটোৰপৰা বংশবৃদ্ধি হোৱা ফল-মূল দুবিধৰ নাম লিখা।

(ক) আলু, কঁঠাল

(খ) কাঠআলু, মাটিকঁঠাল

(গ) বগৰি, জলফাই

উত্তৰ- (খ) কাঠআলু, মাটিকঁঠাল ।


৯। কলম পদ্ধতি কেইপ্ৰকাৰৰ ?

(ক) ১ প্ৰকাৰৰ

(খ) ২ প্ৰকাৰৰ

(গ) ৩ প্ৰকাৰৰ

উত্তৰ- (গ) ৩ প্ৰকাৰৰ ।


১০। কলিৰপৰা সময়ত শিপা আৰু কাণ্ড ওলাই নতুন এজোপা উদ্ভিদলৈ ৰূপান্তৰিত হোৱা উদ্ভিদ এজোপাৰ নাম লিখা ?

(ক) মিঠাআলু

(খ) মাটিকঁঠাল

(গ) দুপৰটেঙা

উত্তৰ- (গ) দুপৰটেঙা ।


১১। অযৌন প্ৰজননত কি কোষৰ মিলন নহয়?

(ক) যোজনকোষৰ

(খ) জননকোষৰ

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (খ) জননকোষৰ ।


১২। অযৌন প্ৰজননত জননকোষৰ মিলন নোহোৱাকৈ নতুন কি জন্ম হয়?

(ক) যৌন প্ৰজননত

(খ) কোষৰ

(গ) উদ্ভিদৰ

উত্তৰ- (গ) উদ্ভিদৰ ।


১৩। শকত শল্কপত্ৰ বা কি বাকলিৰে গঠিত খাদ্য়সামগ্ৰী সঞ্চিত হৈ থাকে?

(ক) দুপৰটেঙা বাকলিৰে

(খ) মঙহাল বাকলিৰে

(গ) পিয়াঁজৰ বাকলিৰে

উত্তৰ- (খ) মঙহাল বাকলিৰে ।


১৪। উদ্ভিদদেহৰ কোষ একোটাৰপৰা নতুন এজোপা উদ্ভিদৰ সৃষ্টি কৰাকে কি বোলে?

(ক) কন্দিকা বোলে

(খ) কলাকৰ্ষণ বোলে

(গ) প্ৰজনন বোলে

উত্তৰ- (খ) কলাকৰ্ষণ বোলে ।


১৫। কি প্ৰজনন পদ্ধতিৰে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় উদ্ভিদৰ পুলি সৃষ্টি কৰে?

(ক) অযৌন প্ৰজনন

(খ) কৃত্ৰিম অংগজ প্ৰজনন

(গ) যৌন প্ৰজনন

উত্তৰ- (খ) কৃত্ৰিম অংগজ প্ৰজনন ।


১৬। যৌন প্ৰজননক ইংৰাজীত কি বুলি কয়?

(ক) Asexual Reproduction

(খ) Sexual Reproduction

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) Sexual Reproduction ।


১৭। পুংজননকোষ বা শুক্ৰাণু আৰু স্ত্ৰীজননকোষ বা ডিম্বাণুৰ মিলনক কি বোলে?

(ক) প্ৰজনন বোলে

(খ) অন্তঃনিষেচন বোলে

(গ) নিষেচন বোলে

উত্তৰ- (গ) নিষেচন বোলে ।


১৮। শৰীৰৰ বাহিৰত ঘটা নিষেচনক কি নিষেচন বোলে?

(ক) অন্তঃনিষেচন বোলে

(খ) বাহ্য়িক নিষেচন বোলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বাহ্য়িক নিষেচন বোলে ।


১৯। কিছুমান উদ্ভিদৰ দেহৰ টুকুৰাটুকুৰা হৈ প্ৰতিটো টুকুৰাৰপৰা কি উদ্ভিদৰ সৃষ্টি হয়?

(ক) নতুন উদ্ভিদৰ সৃষ্টি হয়

(খ) পূৰ্ণাংগ উদ্ভিদৰ সৃষ্টি হয়

(গ) এজোপা উদ্ভিদৰ সৃষ্টি হয়

উত্তৰ- (খ) পূৰ্ণাংগ উদ্ভিদৰ সৃষ্টি হয় ।


২০। সপুষ্পক উদ্ভিদৰ কি প্ৰজনন এক জটিল প্ৰক্ৰিয়া?

(ক) যৌন প্ৰজনন

(খ) অযৌন প্ৰজনন

(গ) প্ৰাণীৰ প্ৰজনন

উত্তৰ- (ক) যৌন প্ৰজনন ।


Type: Pompi Hazarika