Chapter- 16

খাদ্য় উৎপাদন আৰু ব্য়ৱস্থাপনা


১। শস্য়ৰ বীজৰোপণৰ কৰাৰ বাবে মাটি কি কৰিব ল ‘ব লাগে ?

(ক) চহাব লাগে

(খ) ৰোকিব লাগে

(গ) এটাও নহয়

উত্তৰ- (ক) চহাব লাগে ।


২। নাঙল সাধাৰণতে কিহেৰে তৈয়াৰী ?

(ক) বাঁহেৰে

(খ) কাঠ বা লোৰে

(গ) এটাও নহয়

উত্তৰ- (খ) কাঠ বা লোৰে ।


৩। মাটি চাহ কৰাৰ পিছত মাটিত কি কৰিবলৈ দিয়া হয় ?  

(ক) বীজ ৰোবলৈ

(খ) বাজ গজিবলৈ

(গ) এটাও নহয়

উত্তৰ- (খ) বাজ গজিবলৈ ।


৪। পৃথিৱীত পোৱা কেইতা মৌল গছৰ বাবে লাগতিয়াল ?

(ক) ১০ টা

(খ) ৫০ টা

(গ) ২০ টা

উত্তৰ- (গ) ২০ টা ।


৫। সাৰৰ কেইটা ভাগ আছে ? 

(ক) ৫ টা

(খ) ৪ টা

(গ) ৩ টা

উত্তৰ- (গ) ৩ টা ।


৬। গছ-গছনি আৰু জীৱ-জন্তুৰপৰা পোৱা সাৰক কি সাৰ বোলে ?

(ক) অজৈৱিক সাৰ

(খ) জৈৱিক সাৰ

(গ) জীৱাণু সাৰ

উত্তৰ- (খ) জৈৱিক সাৰ ।


৭। ৰাসায়নিক সাৰক কেইটা ভাগত ভাগ কৰা হয় ?     

(ক) ৭ টা

(খ) ৫ টা

(গ) ৩ টা

উত্তৰ- (গ) ৩ টা ।


৮। নাইট্ৰ ‘জেনযুক্ত সাৰৰ উদাহৰণ  কোনবোৰ ?

(ক) মিউৰেট অব্ পটাছ, পটেছিয়াম

(খ) ছুপাৰ ফছফেট, ত্ৰিপোল ছুপাৰ ফছফেট

(গ) এম ‘নিয়াম ছালফেট, ইউৰিয়া

উত্তৰ- (গ) এম ‘নিয়াম ছালফেট, ইউৰিয়া ।


৯। উৎস হিচাপে জীৱাণু সাৰক কেইটা ভাগত ভগাব পাৰি ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৫ টা

উত্তৰ- (খ) ৩ টা ।


১০। বিভিন্ন প্ৰকাৰৰ শেলাইৰ ভিতৰত কোনবিধ শেলাই জীৱাণু সাৰ হিচাপে ব্য়ৱহাৰ কৰা হয় ?

(ক) সেউজীয়া সেলাই

(খ) নীলা সেলাই

(গ) এটাও নহয়

উত্তৰ- (খ) নীলা সেলাই ।


১১। বেলেগ বেলেগ শস্য়ৰ বাবে কি সিঁচাৰ নিয়ম বেলেগ বেলেগ হয়?

(ক) সাৰ সিঁচা

(খ) বীজ সিঁচা

(গ) ফুল সিঁচা

উত্তৰ- (খ) বীজ সিঁচা ।


১২। গাখীৰ উৎপাদনৰ বাবে কি গৰু পোহা হয়?

(ক) বলধ গৰু

(খ) গাই গৰু

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) গাই গৰু ।


১৩। প্ৰায় 10,000 বিধ প্ৰজাতিৰ কাঠফুলাৰ কিমান বিধমানহে খোৱাৰ বাবে উপযুক্ত?

(ক)100

(খ) 200

(গ) 300

উত্তৰ- (খ) 200 ।


১৪। যমুনা জাতৰ ছাগলীয়ে প্ৰতিদিনে কিমান লিটাৰ গাখীৰ দিয়ে?

(ক) 2.1 লিটাৰ

(খ) 1.9 লিটাৰ

(গ) 1.5 লিটাৰ

উত্তৰ- (গ) 1.5 লিটাৰ ।


১৫। যমুনা জাতৰ ছাগলী এবছৰত ওজন প্ৰায় কিমান কেজি হয়?

(ক) 19 কেজি

(খ) 26 কেজি

(গ) 29 কেজি

উত্তৰ- (গ) 29 কেজি ।


১৬। মাছৰ উৎপাদনৰ বাবে কত বিভিন্ন প্ৰকাৰৰ মাছ পোহা হয়?

(ক) সাগৰত

(খ) নদীত

(গ) পুখুৰীত

উত্তৰ- (গ) পুখুৰীত ।


১৭। মৌ-জোল পাবলৈ কি পালন কৰা হয়?

(ক) মাখিপালন

(খ) মৌপালন

(গ) ভোমোৰাপালন

উত্তৰ- (খ) মৌপালন ।


১৮। মণিপুৰী পাৰচৰাইৰ ওজন প্ৰায় কিমান গ্ৰাম হয়?

(ক) 431 গ্ৰাম

(খ) 499 গ্ৰাম

(গ) 500 গ্ৰাম

উত্তৰ- (গ) 500 গ্ৰাম ।


১৯। ভেঁকুৰৰ মঙহাল অংগকে সাধাৰণতে কি বুলি কোৱা হয়?

(ক) ৰাসায়নিক সাৰ

(খ) কাঠফুলা

(গ) জৈৱিক সাৰ

উত্তৰ- (খ) কাঠফুলা ।


২০। বজাৰত পোৱা অমৃত এবিধ কি সাৰ? 

(ক) ৰাসায়নিক সাৰ

(খ) মিশ্ৰিত সাৰ

(গ) জৈৱিক সাৰ

উত্তৰ- মিশ্ৰিত সাৰ ।


Type: Pompi Hazarika