Chapter- 15

ভূমিকম্প- এটা প্ৰাকৃতিক দুৰ্যোগ



১। ডাঙৰ ফলক বোৰৰ উপৰিও কেইখন সৰু ফলক চিহ্নিত  কৰা হৈছে? 

(ক) ১০ খন

(খ) ৩০ খন

(গ) ২০ খন

উত্তৰ- (গ) ২০ খন ।



২। ভাৰতীয় উপমহাদেশখন অৱস্থিত ভাৰত-অষ্ট্ৰেলীয় ফলকখন ইউৰেছীয় ফলকৰ দিশত বছৰি কিমান ছেমি. বেগত গতি কৰি আছে ? 

(ক) ৭ ছেমি.

(খ) ৯ ছেমি.

(গ) ৫ ছেমি.

উত্তৰ- (গ) ৫ ছেমি. ।



৩। যিবোৰ অঞ্চলত শিলাস্তৰ দুৰ্বল, সেইবোৰ অঞ্চলত কি হোৱাৰ সম্ভাৱনা অছে ?

(ক) বানপানী

(খ) ভূমিকম্প

(গ) এটাও নহয়

উত্তৰ- (খ) ভূমিকম্প ।



৪। অধিক ভূমিকম্পপ্ৰৱণ অঞ্চলসমূহক কেইটা বলয়ত ভাগ কৰা হৈছে ? 

(ক) ৫ টা

(খ) ৩ টা

(গ) ২ টা

উত্তৰ- (গ) ২ টা ।



৫। পৃথিৱীৰ অন্তৰ্ভাগৰ যি ঠাইত ভূমিকম্পৰ সৃষ্টি হয় তাক কি বোলে ?

(ক) আল্পছ-হিমালয়

(খ) কেন্দ্ৰ

(গ) এটাও নহয়

উত্তৰ- (খ) কেন্দ্ৰ ।



৬। কেন্দ্ৰৰ উলম্ব দিশত থকা ভূপৃষ্ঠৰ ঠাইখিনিক কি বোলে ?

(ক) কেন্দ্ৰ

(খ) আল্পছ-হিমালয়

(গ) উপকেন্দ্ৰ

উত্তৰ- (গ) উপকেন্দ্ৰ ।



৭। ভূকম্পনলেখৰ কেইতা প্ৰধান অংশ থাকে ? 

(ক) ২ টা

(খ) ৫ টা

(গ) ৩ টা

উত্তৰ- (গ) ৩ টা ।



৮। ভূমিকম্পৰ প্ৰাবল্য় কিহেৰে জোখা হয় ? 

(ক) ৰিখটাৰ স্কেলত

(খ)থাৰ্ম মিটাৰ

(গ) এটাও নহয়

উত্তৰ- (ক) ৰিখটাৰ স্কেলত ।



৯। কিমান চনত ৰিখটাৰ স্কেল প্ৰৱৰ্তন কৰা হৈছিল ? 

(ক) ১৯৪০ চনত

(খ) ১৯৩৫ চনত

(গ) ১৯৫০ চনত

উত্তৰ- (খ) ১৯৩৫ চনত ।



১০। ১৯৫০ চনত এসমত হোৱা প্ৰলয়ংকাৰী ভূমিকম্পটোৰ ৰিখ্টাৰ স্কেলত প্ৰাবল্য় কিমান আছিল ?  

(ক) ৭.৮

(খ) ৪.৭

(গ) ৮.৭

উত্তৰ- (গ) ৮.৭ ।



১১। ফলকবোৰৰ ভিতৰত প্ৰধান কেইখন ফলক আছে?

(ক) তিনিখন

(খ) নখন

(গ) সাতখন

উত্তৰ- (গ) সাতখন ।



১২। গতিৰ ফলত ফলকবোৰৰ সীমাত কিহৰ সৃষ্টি হয়?

(ক) ভূমিকম্পৰ সৃষ্টি হয়

(খ) প্ৰবল চাপৰ সৃষ্টি হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) প্ৰবল চাপৰ সৃষ্টি হয় ।



১৩। ভূমিকম্পৰ প্ৰাবল্য় নিৰ্ণয় কৰি অধ্য়য়ন কৰা শাখাক কি বোলে?

(ক) নাভি বা কেন্দ্ৰ

(খ) ভূকম্পনবিজ্ঞান

(গ) প্লেট বা ফলক

উত্তৰ- (খ) ভূকম্পনবিজ্ঞান ।



১৪। পৃথিৱীৰ অন্তৰ্ভাগৰ যি ঠাইত ভূমিকম্পৰ সৃষ্টি হয় তাক কি বোলা হয়?

(ক) নাভি বা কেন্দ্ৰ

(খ) ভূকম্পনবিজ্ঞান

(গ) প্লেট বা ফলক

উত্তৰ- (ক) নাভি বা কেন্দ্ৰ ।



১৫। পৃথিৱীত প্ৰতি কিমান ছেকেণ্ডত এটা ভূমিকম্প হয়?

(ক) 67 ছেকেণ্ডত

(খ) 76 ছেকেণ্ডত

(গ) 87 ছেকেণ্ডত

উত্তৰ- (গ) 87 ছেকেণ্ডত ।



১৬। সাগৰত প্ৰকাণ্ড কিহৰ সৃষ্টি হয়?

(ক) চুনামি

(খ) বান-পানীৰ

(গ) ঢৌৰ

উত্তৰ- (গ) ঢৌৰ ।



১৭। 2005 চনৰ 4 অক্ট’বৰত পাকিস্তানত প্ৰায় কিমান হাজাৰ লোকৰ মৃত্য়ু হৈছিল?

(ক) 34 হাজাৰ

(খ) 40 হাজৰ

(গ) 49 হাজাৰ

উত্তৰ- (খ) 40 হাজৰ ।



১৮। ভৌতিক পৰিৱৰ্তনসমূহক কিহৰ সংকেত বুলি গণ্য় কৰা হয়?

(ক) বান-পানীৰ

(খ) ভূমিকম্পৰ

(গ) মৃদুকম্পনৰ

উত্তৰ- (খ) ভূমিকম্পৰ ।



১৯। ভূমিকম্পৰ ফলত মানুহ আৰু পশু-পক্ষী মৃত্য়ুমুখত পৰে বা আহত হয়নে?

(ক) নহয়

(খ) হয়

উত্তৰ- (খ) হয় ।



২০। ৰিখটাৰ স্কেলত মান কিমান?

(ক) 8.7

(খ) 9.5

(গ) 7.6

উত্তৰ- (খ) 9.5 ।