Chapter- 14

প্ৰাকৃতিক সম্পদ


১। কি সম্পদ মানুহে তৈয়াৰ কৰিব নোৱাৰে ?

(ক) মানৱ সম্পদ

(খ) প্ৰাকৃতিক সম্পদ

(গ) এটাও নহয়

উত্তৰ- (খ) প্ৰাকৃতিক সম্পদ ।


২। উৎস আৰু ৰাসায়নিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি    প্ৰাকৃতিক সম্পদবোৰক কেইতা ভাগত ভগাব পাৰি ?

(ক) ২ টা

(খ) ৪ টা

(গ) ৩ টা

উত্তৰ- (গ) ৩ টা ।


৩। কোনবোৰ সম্পদ অজৈৱ ?

(ক) মাটি

(খ) উদ্ভিদ, প্ৰাণী

(গ) বায়ু , পানী,

উত্তৰ- (গ) বায়ু , পানী, ।


৪। কোনবোৰ সম্পদ জৈৱ ?

(ক) ধাতু, পানী

(খ) কয়লা, কাঠ

(গ) মাটি

উত্তৰ- (খ) কয়লা, কাঠ ।


 ৫। সকলো জীৱই কিহৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে ?

(ক) মানুহৰ

(খ) পৰিৱেশৰ

(গ) এটাও নহয়

উত্তৰ- (খ) পৰিৱেশৰ ।


৬। বনাঞ্চল ধ্বংস ফলত পাহাৰীয়া অঞ্চলত কি হৈছে ?

(ক) ভূমিস্খলন

(খ) মানুহৰ মৃত্য়ু

(গ) এটাও নহয়

উত্তৰ- (ক) ভূমিস্খলন ।


৭। অশুদ্ধিৰ পৰিমাণ আৰু গুণাগুণৰ ওপৰত ভিত্তি কৰি কয়লাক মূলতঃ কেইতা ভাগত ভাগ কৰা হৈছে ?

(ক) ৩ টা

(খ) ৭ টা

(গ) ৪ টা

উত্তৰ- (খ) ৪ টা ।


৮। এতিয়াৰপৰা কিমান বছৰ আগয়ে পৃথিৱীৰ উপৰিভাগ গভীৰ অৰণ্য়ৰে ভৰা আছিল ?

(ক) ২৪-৫০ কোটি

(খ) ২৫-৪০ কোটি

(গ) ২৫-৩০ কোটি

উত্তৰ- (খ) ২৫-৪০ কোটি ।


৯। কিহৰ ফলত গছ-গছনি আৰু হাবি-বন মাটিৰ তলত পোত গৈছিল  ?

(ক) বানপানীৰ ফলত

(খ) ভূমিকম্পৰ ফলত

(গ) এটাও নহয়

উত্তৰ- (খ) ভূমিকম্পৰ ফলত ।


১০। অশুদ্ধিৰ পৰিমাণ আৰু গুণাগুণৰ ওপৰত ভিত্তি কৰি কয়লা কেইটা ভাগত ভগোৱা হয় ?

(ক) ৩ টা

(খ) ৪ টা

(গ) ৭ টা

উত্তৰ- (গ) ৪ টা ।


১১। গছ-গছনিৰ পৰা কি সৃষ্টি হয় ?

(ক) মানুহ

(খ) কয়লা

(গ) এটাও নহয়

উত্তৰ- (খ) কয়লা ।


১২। গছ-গছনিৰপৰা  কয়লাৰ সৃষ্টি হওঁতে পোৱা প্ৰথম অৱস্থাটো কি ?

(ক) লিগনাইট কয়লা

(খ) পিট কয়লা

(গ) বিটুমিনাছ কয়লা

উত্তৰ- (খ) পিট কয়লা ।


১৩। লিগনাইট কয়লা বৰণ কেনেধৰনৰ   ?

(ক) ৰঙা

(খ) বগা

(গ) মুগা

উত্তৰ- (গ) মুগা ।


১৪। লিগনাইট কয়লাত কাৰ্বনৰ পৰিমাণ কিমান শতাংশ ?

(ক) ৭৫ %

(খ) ৫০ %

(গ) ৬০ %

উত্তৰ- (গ) ৬০ % ।


১৫। বিটুমিনাছ কয়লাত কাৰ্বনৰ পৰিমাণ কিমান শতাংশ ?

(ক) ৮৫ %

(খ) ৭৫ %

(গ) ৮০ %

উত্তৰ- (খ) ৭৫ % ।


১৬। নৱীকৰণযোগ্য় সম্পদক ইংৰাজীত কি বুলি কয়?

(ক) Renewable Resources

(খ) Non – Renewable Resources

(গ) ওপৰৰ দুয়োটা হয়

উত্তৰ- (ক) Renewable Resources ।


১৭। কয়লাৰ প্ৰায় কিমান শতাংশ কয়লা লো, তীখা, ৰেল আৰু শক্তিখণ্ডৰ উদ্য়োগত ব্য়ৱহৃত হয়?

(ক) 60 শতাংশ

(খ) 75 শতাংশ

(গ) 70 শতাংশ

উত্তৰ- (গ) 70 শতাংশ ।


১৮। কি ৰোগৰ প্ৰতিষেধক কুইনাইন চিনকোনা গছৰপৰাই তৈয়াৰ কৰা হয়?

(ক) ক’ৰণেৰী ধমনীৰ ৰোগৰ

(খ) এছ এল ই ৰোগৰ

(গ) মেলেৰিয়া ৰোগৰ

উত্তৰ- (গ) মেলেৰিয়া ৰোগৰ ।


১৯। তলৰ কোনটো সেউজ-গৃহ গেছ হয় ?

(ক) নাইট্ৰজেনৰ অক্সাইড

(খ) মিথেন

(গ) কাৰ্ব ডাই-অক্সাইড

উত্তৰ- (গ) কাৰ্ব ডাই-অক্সাইড ।


২০। কুইনাইন _________ গছৰপৰা তৈয়াৰ কৰা হয়?

(ক) কক

(খ) গেছ’লিনক

(গ) চিনবোনা

উত্তৰ- (গ) চিনবোনা ।


Type: Pompi Hazarika