Chapter- 6

কাৰ্বন আৰু ইয়াৰ যৌগবোৰ


১। কাৰ্বন অতি কিহৰ প্ৰয়োজনীয় বস্তু ?

(ক) মৌল

(খ) ধাতু

(গ) লোৰ

উত্তৰ- (ক) মৌল ।


২। খাৰুৱা তেলত যথেষ্ট পৰিমানে কি থাকে ?

(ক) ধাতু

(খ) কাৰ্বন

(গ) মৌল

উত্তৰ- (খ) কাৰ্বন ।


৩। কাৰ্বৰ চিহ্ন কেনেকোৱা ?

(ক) A

(খ) B

(গ) C

উত্তৰ- (গ) C ।


৪। আমাৰ দেহত কিহৰ যথেষ্ট ভূমিকা আছে ?

(ক) মৌলৰ

(খ) কাৰ্বনৰ

(গ) লোৰ

উত্তৰ- (খ) কাৰ্বনৰ ।


৫। কাৰ্বনৰ মূল অবৰূপ কিমানটা ?

(ক) ২ টা

(খ) ৪ টা

(গ) ৫ টা

উত্তৰ- (ক) ২ টা ।


৬। গ্ৰেফাইট এবিধ কি বস্তু ?

(ক) কোমল বগা বৰণৰ কাৰ্বন

(খ) কোমল ক’লা বৰণৰ কাৰ্বন

(গ) কোমল নীলা বৰণৰ কাৰ্বন

উত্তৰ- (খ) কোমল ক’লা বৰণৰ কাৰ্বন ।


৭। কি বস্তু ইন্ধন হিছাপে ব্য়ৱহাৰ কৰা হয় ?

(ক) কয়লা

(খ) ক’ক

(গ) কয়লা আৰু ক’ক

উত্তৰ- (গ) কয়লা আৰু ক’ক ।


৮। কাৰ্বন মন’ক্সাইডৰ ব্য়ৱহাৰ কেইপ্ৰকাৰৰ ?

(ক) ৩ প্ৰকাৰৰ

(খ) ৭ প্ৰকাৰৰ

(গ) ৯ প্ৰকাৰৰ

উত্তৰ- (ক) ৩ প্ৰকাৰৰ ।


৯। কাৰ্বন মন’ক্সাইডৰ ভৌতিক ধৰ্ম কেইপ্ৰকাৰৰ ?

(ক) ৪ প্ৰকাৰৰ

(খ) ৭ প্ৰকাৰৰ

(গ) ১২ প্ৰকাৰৰ

উত্তৰ- (ক) ৪ প্ৰকাৰৰ ।


১০। দুটা কাৰ্বন পৰমাণুৰে গঠিত হাইড্ৰ’কাৰ্বনৰ মুঠ সংখা কিমান ?

(ক) ৫ টা

(খ) ৩ টা

(গ) ৭ টা

উত্তৰ- (খ) ৩ টা ।


১১। শিখাৰ সাধাৰণতে কেইটা অংশ দেখা যায়?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰ- (গ) চাৰিটা ।


১২। গেছীয় অৱস্থাত থকা পদাৰ্থৰ দহনৰ ফলত কি সৃষ্টি হয়?

(ক) নীলা পোহৰ সৃষ্টি হয়

(খ) শিখাৰ সৃষ্টি হয়

(গ) পেট্ৰ’লৰ সৃষ্টি হয়

উত্তৰ- (খ) শিখাৰ সৃষ্টি হয় ।


১৩। জল গেছত থকা উপাদানটো কি?

(ক) CO ,Co2, CH4

(খ) Co আৰু H₂

(গ) CO আৰু N2

উত্তৰ- (খ) Co আৰু H₂ ।


১৪। কার্বন নথকা পদাৰ্থটো কি? 

(ক) শ্বেতসাৰ

(খ) কাগজ

(গ) নিমখ

উত্তৰ- (গ) নিমখ ।


১৫। CO গেছে তেজ______কৰে?

(ক) সালোক সংশ্লেষণ

(খ) দূষিত

(গ) আম্লিক

উত্তৰ- (খ) দূষিত ।


১৬। অতিশয় তীব্ৰ বেগত ঘটা দহন কাৰ্যক কি বোলে?

(ক) প্ৰজ্বলন উষ্ণতা

(খ) বিস্ফোৰণ

(গ) কাৰ্বন

উত্তৰ- (খ) বিস্ফোৰণ ।


১৭। কিমান চনত কাৰ্বনৰ এবিধ অবৰূপ গ্ৰেফাইট অতি উষ্ণতাত উত্তপ্ত কৰি ইয়াক প্ৰস্তুত কৰা হৈছিল?

(ক) 1946 চনত

(খ) 1975 চনত

(গ) 1985 চনত

উত্তৰ- (গ) 1985 চনত ।


১৮। কাৰ্বন ডাই-অক্সাইড বায়ুতকৈ কি?

(ক) পাতল

(খ) সৰু

(গ) গধুৰ

উত্তৰ- (গ) গধুৰ ।


১৯।  ‘কঠিন পিচ্ছিলকাৰক’ তলৰ কোনটো মিলিছে

(ক) অবৰূপ

(খ) বিশুদ্ধ কাৰ্বন

(গ) গ্ৰেফাইট

উত্তৰ- (গ) গ্ৰেফাইট ।


২০। শতকৰা কিমান ভাগ বিশুদ্ধ ধাতু পোৱাটো কঠিন? 

(ক) 96 ভাগ

(খ) 100 ভাগ

(গ) 102 ভাগ

উত্তৰ- (খ) 100 ভাগ ।


Type: Pompi Hazarika