Chapter- 7

দ্ৰব্য় আৰু আমাৰ দৈনন্দিন জীৱন


 ১। আমি আমাৰ দীনন্দিন জীৱনত বিভিন্ন কামত ভিন ভিন কি ব্য়ৱহাৰ কৰোঁ ?

(ক) জন্তু

(খ) সামগ্ৰী

(গ) ফল-মূল

উত্তৰ- (খ) সামগ্ৰী ।


২। আমি আমাৰ দীনন্দিন জীৱনত ব্য়ৱহাৰ কৰা সামগ্ৰীসমূহ কিমানটা ভাগত ভাগ কৰিব পাৰি ?

(ক) দুভাগত

(খ) তিনিভাগত

(গ) চাৰিভাগত

উত্তৰ- (ক) দুভাগত ।


৩। সাংশ্লেষিক দ্ৰব্য়বোৰ প্ৰধানকৈ কিমানটা ভাগত ভাগ কৰিব পাৰি ? 

(ক) দুভাগত

(খ) তিনিভাগত

(গ) চাৰিভাগত

উত্তৰ- (খ) তিনিভাগত ।


৪। ৰবৰ কি শ্ৰেণীৰ যৌগৰ বহুযোগী ?

(ক) কাৰ্বন’ডাই’ অক্সাইড

(খ) অক্সিজেন

(গ) হাইড্ৰ’কাৰ্বন

উত্তৰ- (গ) হাইড্ৰ’কাৰ্বন ।


৫। কাক সাংশ্লেষিক ৰেজিন নামেৰেও জনা যায় ?

(ক) প্লাষ্টিকক

(খ) পলিয়েষ্টাৰক

(গ) অৰলনক

উত্তৰ- (ক) প্লাষ্টিকক ।


৬। প্লাষ্টিক সাধাৰণতে কিমানটা বস্তুৰ অপৰিবাহী ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৪ টা

উত্তৰ- (গ) ৪ টা ।


 ৭। বৰ্তমান মানুহৰ জীৱনত কিহৰ ব্য়ৱহাৰ যথেষ্ট ?

(ক) পলিয়েষ্টাৰ

(খ) অৰলন

(গ) প্লাষ্টিক

উত্তৰ- (গ) প্লাষ্টিক ।


 ৮। ৰবৰ টানিলে কি হয় ?

(ক) দীঘল

(খ) ওখ

(গ) চাপৰ

উত্তৰ- (ক) দীঘল ।


 ৯। আঁহ টানিলে কি নহয়?

(ক) দীঘল

(খ) ওখ

(গ) চাপৰ

উত্তৰ- (ক) দীঘল ।


১০। পলিথিন কেই ধৰণেৰে প্ৰস্তুত কৰিব পালি ?

(ক) দুই ধৰণেৰে

(খ) তিনি ধৰণেৰে

(গ) চাৰি ধৰণেৰে

উত্তৰ- (ক) দুই ধৰণেৰে ।


১১। সাংশ্লেষিক দ্ৰব্য়বোৰ প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) দুটা

(খ) চাৰিটা

(গ) তিনিটা

উত্তৰ- (গ) তিনিটা ।


১২। ৰবৰ টানিলে দীঘল হয় আৰু এৰি দিলে আগৰ অৱস্থালৈ ঘূৰি আহেনে?

(ক) আহে

(খ) নাহে

উত্তৰ- (ক) আহে ।


১৩। প্ৰাকৃতিক বহুযোগী ছেলুল’জৰপৰা এক বিশেষ ৰাসায়নিক প্ৰক্ৰিয়াৰে কি প্ৰস্তুত কৰা হয়?

(ক) নাইলন

(খ) ৰেয়ন

(গ) আঁহ

উত্তৰ- (খ) ৰেয়ন ।


১৪। পলিয়েষ্টাৰক টেৰিলিন বা কি হিচাপে জনা যায়?

(ক) অৰলন

(খ) পলিথিন

(গ) ডেক্ৰন

উত্তৰ- (গ) ডেক্ৰন ।


১৫। তলৰ ছবিখনত থকা মানুহজনৰ নামটো কি?

(ক) লিঅ’ হেণ্ডৰিক বেকেলেণ্ড

(খ) ডু পণ্ট

(গ) জন ৱেছলি হ্য়াট

উত্তৰ- (গ) জন ৱেছলি হ্য়াট ।


১৬। তাপস্থাপিত প্লাষ্টিক কি?

(ক) পলিথন

(খ) পিভিছি

(গ) বেকেলাইট

উত্তৰ- (গ) বেকেলাইট ।


১৭। প্রাকৃতিক বহুযােগী______ৰপৰা ৰেয়ন প্রস্তুত কৰা হয়?

(ক) ফিনল

(খ) তাপস্থাপিত

(গ) ছেলুল’জ

উত্তৰ- (গ) ছেলুল’জ ।


১৮। ইথিলিনৰ বহুযোগীকৰণৰ ফলত উৎপন্ন হােৱা পদার্থটো হ’ল_______?

(ক) নিঅপ্ৰিন

(খ) ফিনল

(গ) পলিথিন

উত্তৰ- (গ) পলিথিন ।


১৯। চাৰ্লছ গুডইয়েৰ কিমান চনত জন্ম হৈছিল?

(ক) 1860 চনত

(খ) 1800 চনত

(গ) 1896 চনত

উত্তৰ- (খ) 1800 চনত ।


২০। উদ্ভিদৰ প্ৰধান উপাদান কি?

(ক) কপাহ

(খ) চিল্ক

(গ) ছেলুল’জ

উত্তৰ- (গ) ছেলুল’জ ।


Type: Pompi Hazarika