Chapter- 9

চাপ আৰু প্লাৱিতা


১।  প্ৰকৃতিত বিভিন্ন প্ৰকাৰৰ কি পোৱা যায় ?

(ক) হেঁচা

(খ) বল

(গ) চাপ

উত্তৰ- (খ) বল ।


২। তৰলৰ ক্ষেত্ৰত অণুৰ গতিশীলতাই কিহৰ সৃষ্টি কৰে ?

(ক) হেঁচা

(খ) বল

(গ) চাপ

উত্তৰ- (গ) চাপ ।


৩। জুলীয়া পদাৰ্থৰ নিজা কি নাই ?

(ক) আকৃতি

(খ) বল

(গ) হেঁচা

উত্তৰ- (ক) আকৃতি ।


৪। জুলীয়া পদাৰ্থই তললৈ প্ৰয়োগ কৰা চাপক কি বোলে ?

(ক) উৰ্ধচাপ

(খ) নিম্নচাপ

(গ) পাৰ্শ্বচাপ

উত্তৰ- (খ) নিম্নচাপ ।


৫। জুলীয়া পদাৰ্থই পাত্ৰৰ বেৰত দিয়া চাপক কি বোলে ?

(ক) উৰ্ধচাপ

(খ) নিম্নচাপ

(গ) পাৰ্শ্বচাপ

উত্তৰ- (গ) পাৰ্শ্বচাপ ।


৬। বেৰেলত কি থাকে ?

(ক) মাটি

(খ) পানী

(গ) বায়ু

উত্তৰ- (গ) বায়ু ।


৭। লো পানীত ডুব যায় যদিও লোৰে নিৰ্মিত জাহাজ পানীত ওপঙে কিয় ?

(ক) জাহাজৰ তলৰ আকৃতিৰ বাবে

(খ) জাহাজৰ তলি বৰ ডাঙৰ হোৱাৰ বাবে

(গ) জাহাজৰ বিশাল আকৃতিৰ বাবে

উত্তৰ- (খ) জাহাজৰ তলি বৰ ডাঙৰ হোৱাৰ বাবে ।


৮। উৰ্ধমুখী বলক কি বোলে ?

(ক) আৰ্কিমিডিছ

(খ) প্লাৱিতা

(গ) পৰিমাণক

উত্তৰ- (খ) প্লাৱিতা ।


৯। যি কোনো বস্তুৰ ওপৰত তৰলবিধৰ এটা উৰ্ধমুখী থাকে, বলবিধৰ নাম কি ?

(ক) প্লাৱিতা

(খ) পৰিমাণক

(গ) আৰ্কিমিডিছ

উত্তৰ- (ক) প্লাৱিতা ।


১০। বল কিমানটাই ওপঙনৰ চৰ্ত ঠিক কৰে ?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

উত্তৰ- (খ) দুটা ।


১১। মাছ, কাছ আদি ক’ত বাস কৰে?

(ক) মাটিত

(খ) পানীত

(গ) ঘৰত

উত্তৰ- (খ) পানীত ।


১২। বায়ুমণ্ডল ভূ-পৃষ্ঠৰ প্ৰায় কিমান কিল’মিটাৰ ওপৰলৈ বিস্তৃত হৈ আছে?

(ক) 985 কিল’মিটাৰ

(খ) 999 কিল’মিটাৰ

(গ) 1000 কিল’মিটাৰ

উত্তৰ- (গ) 1000 কিল’মিটাৰ ।


১৩। জুলীয়া পদাৰ্থৰ চাপ কিমান প্ৰকাৰৰ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰ- (খ) তিনি প্ৰকাৰৰ ।


১৪। পৃথিৱীৰ আকৰ্ষণী বলৰ পৰিমাণক কি বোলা হয়?

(ক) নিম্নচাপ বোলা হয়

(খ) বল বোলা হয়

(গ) ওজন বোলা হয়

উত্তৰ- (গ) ওজন বোলা হয় ।


১৫। বস্তুৰ ওজনে সদায় কিহলৈ ক্ৰিয়া কৰে?

(ক) ওপৰলৈ

(খ) তললৈ

(গ) মাজলৈ

উত্তৰ- (খ) তললৈ ।


১৬। প্লাৱিতাৰ দিশ______?

(ক) ওজন

(খ) উৰ্ধমুখী

(গ) চাপ

উত্তৰ- (খ) উৰ্ধমুখী ।


১৭। বেলুন এটাৰ ভিত গেমখিনিৰ ওজনৰ কাৰণে চাপ সৃষ্টি হয়নে?

(ক) নহয়

(খ) হয়

উত্তৰ- (ক) নহয় ।


১৮। হাইড্ৰ’জেন গেছ বায়ুতকৈ প্ৰায় কিমান গুণ পাতল?

(ক) 2 গুণ

(খ) 5 গুণ

(গ) 4 গুণ

উত্তৰ- (গ) 4 গুণ ।


১৯। একক কালি বা ক্ষেত্ৰফলৰ ওপৰত প্ৰয়োগ হোৱা বলক কি বোলে?

(ক) নিম্নচাপ

(খ) চাপ

(গ) প্লাৱিতা

উত্তৰ- (খ) চাপ ।


২০। তৰলৰ_____কাৰণে পাত্ৰৰ বেৰত ই_____দিয়ে?

(ক) তিনি, নিম্নচাপ

(খ) পাৰ্স্বচাপৰ, হেঁচা

(গ) পাৰ্শ্বচাপ, উধচাপ

উত্তৰ- (খ) পাৰ্স্বচাপৰ, হেঁচা ।


Type: Pompi Hazarika