Chapter - 1

 মোগল প্ৰশাসন আৰু সমাজ


১। কিমান খ্ৰি.তত বাবৰে ভাৰতত মোগল ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল ?

(ক) ১৫৬৬

(খ) ১৫১৬

(গ) ১৫২৬

উত্তৰঃ (গ) ১৫২৬।


২। মোগল প্ৰশাসন ব্য়ৱস্থাক কেইটা ভাগত ভাগব পাৰি ?

(ক) ২ টা

(খ) ৪ টা

(গ) ৬ টা

উত্তৰঃ (ক) ২ টা।


৩। তলৰ কোনজনে ভাৰতত মোগল ৰাজ্য় প্ৰতিষ্ঠা কৰিছিল ?

(ক) মোনুচি

(খ) টেৰী

(গ) বাবৰে

উত্তৰঃ (গ) বাবৰে।


৪। সম্ৰাটৰ পিছতে কাৰ স্তান আছিল ?

(ক) উজীৰ

(খ) মীৰ

(গ) ৱকিল

উত্তৰঃ (গ) ৱকিল।


৫। প্ৰশাসনিক ব্য়ৱস্থাৰ শিৰোমণি কোন আছিল ?

(ক) সম্ৰাট

(খ) ৱকিল

(গ) মীৰ

উত্তৰঃ (ক) সম্ৰাট।


৬। প্ৰদেশ এখনৰ মুৰব্বী শাসকজনক কি বোলা হয় ?

(ক) ৱকিল 

(খ) চুবেদাৰ

(গ) কাজী

উত্তৰঃ (খ) চুবেদাৰ।


৭। মনচবদাৰৰ মাজত কেইটা প্ৰধান শ্ৰেণী বিভাগ আছে ?

(ক) ২ টা 

(খ) ৪ টা

(গ) ৬ টা

উত্তৰঃ (ক) ২ টা।


৮। মোগল যুগৰ অৰ্থনৈতিক ব্য়ৱস্থাৰ মেৰুদণ্ড কি ?

(ক) কৃষি

(খ) বোপাৰ

(গ) সকলো ধনি 

উত্তৰঃ (ক) কৃষি।


৯। কৃষকৰ কেইটা শ্ৰেণী আছিল ?

(ক) দটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা।


১০। 'লালীৱতী' নামৰ অংক পুথিখন কি ভাষাত লিখা আছিল ?

(ক) অসমীয়া

(খ) ইংৰাজী

(গ) সংস্কৃত

উত্তৰঃ (গ) সংস্কৃত।


১১। 'লালীৱতী' নামৰ অংক পুথিখন কি ভাষালৈ অনুবাদ কৰা হৈছিল ?

(ক) ফাৰ্চী ভাষালৈ

(খ) সংস্কৃত ভাষালৈ

(গ) কাজী ভাষালৈ

উত্তৰঃ (ক) ফাৰ্চী ভাষালৈ।


১২। বেপাৰীৰ আন এটা নাম কি ?

(ক) ৱকিল

(খ) বনিক

(গ) কাজী

উত্তৰঃ (খ) বনিক।


১৩। শিল্প উদ্য়োগৰ ভিতৰত আটাইতকৈ উল্লেখনীয় উদ্য়োগ আছিল ?

(ক) সূটা উদ্য়োগ

(খ) বস্ত্ৰ উদ্য়োগ

(গ) কুঁহিয়াৰ খেতি

উত্তৰঃ (খ) বস্ত্ৰ উদ্য়োগ।


১৪। তলৰ কোনটো ৰপ্তানি সামগ্ৰী নহয় ?

(ক) চেনি

(খ) য-খাৰ

(গ) সোণ

উত্তৰঃ (গ) সোণ।


১৫। মোগল যুগত বাণিজ্যিক শ্ৰেণী কেইটা আছিল ?

(ক) ২ টা

(খ) ৩ টা

(গ) ৬ টা

উত্তৰঃ (খ) ৩ টা।


১৬। তলৰ কোনটো মোগল যুগত পঢ়াৰ অতি প্ৰয়োজন আছিল ?

(ক) ইংৰাজী

(খ) সংস্কৃত

(গ) আৰৱী

উত্তৰঃ (গ) আৰৱী।


১৭। তলৰ কোন জনে ধৰ্মৰ ক্ষেত্ৰত উদাৰতাৰ পৰিচয় দিয়া নাছিল ?

(ক) বাবৰ

(খ) ঔৰংগজেৱ

(গ) হুমায়ুন

উত্তৰঃ (খ) ঔৰংগজেৱ


১৮। ছাত্ৰসকল মূলত কি আছিল ?

(ক) উচ্চবৰ্ণৰ

(খ) আয়ুৰ্বেদিক

(গ) ক্ৰিয়া - কৰ্ম

উত্তৰঃ (ক) উচ্চবৰ্ণৰ।


১৯। তলৰ কোনজন মোগল যুগৰ প্ৰখ্য়াত কবি নহয় ?

(ক) বীৰবল

(খ) বাবৰ

(গ) ফৈজী

উত্তৰঃ (খ) বাবৰ।


২০। মোগল প্ৰশাসন কি ভেটিত আছিল ?

(ক) সামৰিক

(খ) ভৌতিক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সামৰিক।



Type: Pompi Hazarika